• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, November 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ই ডিৰ মুখ্য কাৰ্যালয়ৰ ৫ গৰাকী কৰ্মচাৰী ক’ৰ’নাত আক্ৰান্ত

এন ই নাও নিউজ by এন ই নাও নিউজ
June 6, 2020 2:07 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজধানী নতুন দিল্লীত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে। নিতৌ ন ন লোক আক্ৰান্ত হোৱাৰ লগতে বিভিন্ন চৰকাৰী কাৰ্যালয়তো ঘটিছে ক’ৰ’নাৰ সংক্ৰমণ।

শেহতীয়াকৈ খান মাৰ্কেটস্থিত লোক নায়ক ভৱনৰ এনফ’ৰ্চমেণ্ট ডিৰেক্টৰেট (ই ডি)ৰ মুখ্য কাৰ্যালয়তো ক’ৰ’না ভাইৰাছে ভুমুকি মাৰিছে।

Apply Now

জানিব পৰা মতে, ই ডিৰ মুখ্য কাৰ্যালয়ত কৰ্মৰত পাঁচগৰাকী বিষয়া কৰ্মচাৰীৰ দেহত ক’ৰ’না ভাইৰাছৰ উপস্থিতি পোৱা গৈছে।

এই কথা পোহৰলৈ অহাৰ পিছত লগে লগে কাৰ্যালয়টো চেনিটাইজ কৰাৰ লগতে প্ৰশাসনে তৎপৰতা গ্ৰহণ কৰি বিল্ডিংটো দেওবাৰলৈ ছিল কৰি দিয়া হয়।

উল্লেখ্য যে দিল্লীত ক’ৰ’নাৰ সংক্ৰমণ ধাৰাবাহিকভাৱে বৃদ্ধি পাই অহা তথ্যই চিন্তিত কৰি তুলিছে ৰাজ্য চৰকাৰক। ৰাজ্যখনত যোৱা ২৪ ঘণ্টাত ক’ৰ’নাৰ ১৩৩০ টা নতুন ঘটনা পোহৰলৈ আহিছে।

দিল্লীত এই পৰ্যন্ত ২৬ হাজাৰৰো অধিক লোক ক’ৰ’নাত আক্ৰান্ত হোৱাৰ উপৰি ৭০৮ গৰাকী লোকৰ মৃত্যু হোৱা বুলি স্বাস্থ্য বিভাগে জনাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীত মমতা বেনাৰ্জীৰ হুংকাৰ! ‘ভোট চুৰি, য়েছ পাপা’ শ্লোগানেৰে উত্তাল ৰামলীলা ময়দান

দিল্লীত মমতা বেনাৰ্জীৰ হুংকাৰ! ‘ভোট চুৰি, য়েছ পাপা’ শ্লোগানেৰে উত্তাল ৰামলীলা ময়দান

November 1, 2026 5:32 pm
ভোটাৰ পঞ্জীয়নত ব্যাপক বিসংগতি: উত্তৰ প্ৰদেশত ৮০৬ গৰাকী কম্পিউটাৰ সহায়কৰ ব্যৱহাৰিক অধিকাৰ কাঢ়িলে নিৰ্বাচন আয়োগে

ভোটাৰ পঞ্জীয়নত ব্যাপক বিসংগতি: উত্তৰ প্ৰদেশত ৮০৬ গৰাকী কম্পিউটাৰ সহায়কৰ ব্যৱহাৰিক অধিকাৰ কাঢ়িলে নিৰ্বাচন আয়োগে

November 1, 2026 4:48 pm
বিজেপিয়ে জোৰকৈ দোকান-পোহাৰ বন্ধ কৰিছে! ৰামলীলা ময়দানৰ প্ৰতিবাদৰ মাজতে ব্যৱসায়িক লোকচানক লৈ ৰাহুল গান্ধীৰ গুৰুতৰ অভিযোগ

বিজেপিয়ে জোৰকৈ দোকান-পোহাৰ বন্ধ কৰিছে! ৰামলীলা ময়দানৰ প্ৰতিবাদৰ মাজতে ব্যৱসায়িক লোকচানক লৈ ৰাহুল গান্ধীৰ গুৰুতৰ অভিযোগ

November 1, 2026 3:40 pm
গুৱাহাটীৰ হোটেল বিলাস ইন-ৰ গুলীচালনাৰ ঘটনাৰ তদন্তকাৰী এছ আই টিৰ তিনিজন সদস্যক বদলি

গুৱাহাটীৰ হোটেল বিলাস ইন-ৰ গুলীচালনাৰ ঘটনাৰ তদন্তকাৰী এছ আই টিৰ তিনিজন সদস্যক বদলি

November 1, 2026 2:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত মমতা বেনাৰ্জীৰ হুংকাৰ! ‘ভোট চুৰি, য়েছ পাপা’ শ্লোগানেৰে উত্তাল ৰামলীলা ময়দান

দিল্লীত মমতা বেনাৰ্জীৰ হুংকাৰ! ‘ভোট চুৰি, য়েছ পাপা’ শ্লোগানেৰে উত্তাল ৰামলীলা ময়দান

November 1, 2026 5:32 pm
ভোটাৰ পঞ্জীয়নত ব্যাপক বিসংগতি: উত্তৰ প্ৰদেশত ৮০৬ গৰাকী কম্পিউটাৰ সহায়কৰ ব্যৱহাৰিক অধিকাৰ কাঢ়িলে নিৰ্বাচন আয়োগে

ভোটাৰ পঞ্জীয়নত ব্যাপক বিসংগতি: উত্তৰ প্ৰদেশত ৮০৬ গৰাকী কম্পিউটাৰ সহায়কৰ ব্যৱহাৰিক অধিকাৰ কাঢ়িলে নিৰ্বাচন আয়োগে

November 1, 2026 4:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd