• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

যথেষ্ট নাছিল ৰাছেলৰ বিস্ফোৰণ; পৃথ্বীৰ ধুমুহাত দিল্লীৰ হাতত বিধ্বস্ত কলকাতা

এন ই নাও নিউজ by এন ই নাও নিউজ
April 30, 2021 7:45 am
Delhi-KKR

কেকেআৰৰ বিৰুদ্ধে দুৰ্দান্ত বেটিং পৃথ্বী শ্বৰ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লী কেপিটেলছৰ শক্তিশালী বেটিং লাইন আপৰ বিৰুদ্ধে বিজয়ী হোৱাৰ বাবে বৃহৎ ৰাণৰ স্ক’ৰ প্ৰয়োজন আছিল। কিন্তু একমাত্ৰ ৰাছেলৰ বাহিৰে কলকাতা নাইট ৰাইডাৰ্ছৰ কোনেও চমক দেখুৱাব নোৱাৰিলে।

প্ৰথম অভাৰতে শিৱম মাভিয়ে ২৫ৰাণ দিয়াৰ পাছত আৰু উভতি ধৰাৰ শক্তি হেৰুৱাই পেলাইছিল কলকাতাৰ বলাৰসকলে। পৃথ্বী শ্ব’ৰ দুৰ্দান্ত ৮২ৰাণৰ সহায় দিল্লীয়ে কলকাতাক হেলাৰঙে পৰাজিত কৰে।

Apply Now

পৃথ্বিয়ে তেওঁৰ ৪১টা বলৰ ইনিংছটো সজাইছিল ৩টা ছয় আৰু ১১টা চাৰিৰে। ইয়াৰ বিপৰীতে কলকাতা নাই ৰাইডাৰ্ছৰ বলাৰসকল অসহায় হৈ পৰিছিল।

পৃথ্বি শ্ব আৰু শেখৰ ধাৱানৰ অ’পেনিং যুটীয়ে ১৩২ৰাণ কৰাৰ পাছত কলকাতাৰ বাবে পৰাজয় স্বীকাৰ মাথোঁ সময়ৰ অপেক্ষাহে আছিল। দিল্লীয়ে ২১টা বল খেলিবলৈ বাকী থাকোতে নিজৰ বিজয় সাৱ্যস্ত কৰিবলৈ সক্ষম হয়।

আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত বৃহস্পতিবাৰে টছত জিকি কলকাতা নাই ৰাইডাৰ্ছক বেটিং কৰিবলৈ আমন্ত্ৰণ জনায় দিল্লীৰ অধিনায়ক ঋষভ পন্টে। কলকাতাৰ অপেনাৰ শুভমন গীলে ৩৮টা বলত ৪৩ৰাণৰ ইনিংছ খেলে। গীলৰ বাহিৰে বাকী টপ অৰ্ডাৰ বেটছমেন ব্যৰ্থ হয়।

অধিনায়ক মৰ্গান শূন্য ৰাণতে পেভলিয়নলৈ ওভতে। সেইদৰে নাৰিনো শূন্য হাতেৰে ওভতে। ৮২ৰাণতে ৫টা উইকেট হেৰুৱাই শলঠেকত পৰা কেকেআৰক শেহৰ পিনে আন্দ্ৰে ৰাছেলে সন্মানজনক স্থিতি উপনীত কৰায়।

ৰাছেলে ২টা চাৰি আৰু ৪টা ছয় মাৰি ২৭টা বলত অপৰাজিত ৪৫ৰাণ কৰে আৰু দলৰ স্ক’ৰ ডেৰশ অতিক্ৰম কৰাত বৰঙণি যোগায়।

১৫৫ৰামৰ লক্ষ্য অনুসৰণ কৰি বেটিং কৰিবলৈ নামি শিৱম মাভিৰ প্ৰথম অভাৰতে পৃথ্বীয়ে ৬টা বাউণ্ডেৰী মাৰি ৰেকৰ্ড গঢ়ে।  পৃথ্বীয়ে ১৮টা বলত অৰ্দ্ধ শতৰাণ সম্পূৰ্ণ কৰে। ১১অভাৰতে দিল্লীয়ে ১০০ৰাণৰ সীমা অতিক্ৰম কৰে।

দিল্লীয়ে নিজৰ লক্ষ্যত উপনীত হ’বলৈ তিনিটা উইকেট হেৰুৱাই। শিখৰ ধাৱানে ৪৬ৰাম কৰি আউট হয়। অধিয়ায়ক পন্টে ৮টা বলত ১৬ৰাণ কৰে। দিল্লীয়ে ইয়াৰ পঞ্চমটো বিজয়েৰে লীগ তালিকাত দ্বিতীয় স্থানলৈ উন্নীত হয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদ আন্তৰিকতাবিহীন, ছোনম ৱাংচুকৰ পত্নীৰ বিস্ফোৰক মন্তব্য

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদ আন্তৰিকতাবিহীন, ছোনম ৱাংচুকৰ পত্নীৰ বিস্ফোৰক মন্তব্য

July 23, 2026 5:42 pm
প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

July 23, 2026 2:52 pm
এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

July 23, 2026 1:44 pm
‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

July 23, 2026 1:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদ আন্তৰিকতাবিহীন, ছোনম ৱাংচুকৰ পত্নীৰ বিস্ফোৰক মন্তব্য

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদ আন্তৰিকতাবিহীন, ছোনম ৱাংচুকৰ পত্নীৰ বিস্ফোৰক মন্তব্য

July 23, 2026 5:42 pm
প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

July 23, 2026 2:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd