• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিখৰ ধাৱানৰ দুৰ্দান্ত শতক; ধোনীৰ চেন্নাইক ৫উইকেটত হৰুৱালে দিল্লী কেপিটেলছে

এন ই নাও নিউজ by এন ই নাও নিউজ
October 18, 2020 7:46 am
Untitled-design-49-7
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিখৰ ধাৱানৰ টী-২০ৰ কেৰিয়াৰৰ প্ৰথমটো শতৰাণৰ সহায়ত দিল্লী কেপিটেলছে চেন্নাইৰ ১৮০ ৰাণৰ কঠিন লক্ষ্য অতিক্ৰম কৰি আইপিএলৰ এখন মেচত বিজয় সাৱ্যস্ত কৰিছে।

চেন্নাইক ৫উইকেটত পৰাজিত কৰি দিল্লীয়ে অন্তিম চাৰিটা স্থানৰ দৌৰত আৰু ওচৰ চাপিবলৈ সক্ষম হ’ল।

Apply Now

টছত জিকি প্ৰথমে মহেন্দ্ৰ সিং নেতৃত্বৰ চেন্নাইয়ে বেটিঙৰ সিদ্ধান্ত লয়। কিন্তু আৰম্ভণিতে ছেম কুৰানক শূন্য ৰাণত পেভলিয়য়নলৈ পঠিয়ায় দেশপাণ্ডেই।

ৱাটছন আৰু ডুপ্লেছি যুটীয়ে চেন্নাইৰ ইনিংছত স্থিৰতা আনে। ৱাটছনে ৩৬ৰাণত আউট হোৱাৰ পাছত ডুপ্লেছিয়ে আৰু এটা অৰ্দ্ধ শতৰাণ সম্পূৰ্ণ কৰে।

দক্ষিণ আফ্ৰিকাৰ বেটছমেনগৰাকীয়ে ৪৭টা বল খেলি ৫৮ ৰাণ কৰে।

কিন্তু পুনৰ বেটিঙত ব্যৰ্থ হ’ল মহেন্দ্ৰ সিং ধোনী। মাত্ৰ ৩ৰাণ কৰি আউট হয় ধোনী। শেষৰ পিনে ৰায়ডুৰ ২৫টা বলত ৪৫ৰাণ আৰু ৰবীন্দ্ৰ জাডেজাৰ ১৩টা বলত ৩৩ৰাণৰ সহায়ত চেন্নাইয়ে ১৭৯ৰাণৰ স্ক’ৰ থিয় কৰাবলৈ সক্ষম হয়।

দিল্লীৰ হৈ নৰ্জে দুটা আৰু ৰাৱাডা তথা দেশপাণ্ডে এটাকৈ উইকেট লাভ কৰে।

মেচখনত ৰাৱাডাই এটা উইকেট পালেও আইপিএলৰ ইতিহাসত দ্ৰুততম ৫০টা উইকেট লোৱাৰ অভিলেখ গঢ়ে খেলুৱৈগৰাকীয়ে।

প্ৰত্যুত্তৰত বেট কৰিবলৈ নামি দিল্লীয়ে প্ৰথমতেই পৃথ্বী শ্ব’ৰ উইকেট হেৰুৱায়। মাত্ৰ ৮ৰাণ কৰি পেভলিয়নমুখী হয় আজিংকা ৰাহানেও।

কিন্তু অপ্ৰতিৰোধ্য হৈ উঠিল ‘টীম ইণ্ডিয়াৰ গব্বৰ’ শিখৰ ধাৱান। প্ৰথমতে শ্ৰেয়াস আয়াৰক (২৩) আৰু পাছত স্টাইনিছক (২৪) সংগী কৰি আক্ৰমণ চলাই যায় ধাৱানে। শিখৰৰ প্ৰহাৰৰ পৰা চেন্নাইৰ কোনো বলাৰে ৰেহাই নাপালে।

শেষত ১৯ নম্বৰ অভাৰত নিজৰ টী-২০ কেৰিয়াৰৰ প্ৰথমটো শতৰাণ সম্পূৰ্ণ কৰে ধাৱানে। শেষটো অভাৰত দিল্লীক জয়ৰ বাবে প্ৰয়োজন হৈছিল ১৭ৰাণৰ।

সেই অভাৰত জাডেজাৰ দুটা বলত উপৰ্যুপৰি ছয় কোবায় অক্ষৰ পেটেলে। এটা বল খেলিবলৈ বাকী থকা অৱস্থাতে দিল্লীয়ে প্ৰয়োজনীয় ৰাণ সংগ্ৰহ কৰি বিজয় সাৱ্যস্ত কৰে।

ধাৱানে নিজৰ ৫৮টা বলত কৰা ১০১ৰাণৰ ইনিংছটোত মুঠতে ১৪টা চাৰি আৰু এটা ছয় কোবায়। আনহাতে মাত্ৰ ৫টা বলত ২১ৰাণ কৰে অক্ষৰ পেটেলে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm
‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

August 16, 2026 7:45 pm
স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

August 16, 2026 6:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm
‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd