• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কৃষক বিক্ষোভত যোগদান! আজি অনশনত বহিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 14, 2020 7:36 am

1 min read

WhatsApp Image 2020-12-14 at 7.11.19 AM

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল।

202
VIEWS
Share on FacebookShare on Twitter

কৃষক আন্দোলন ক্ৰমে অধিক শক্তিশালী ৰূপত আগবাঢ়িছে। কৃষক সংগঠনে ইতিমধ্যে অনশনৰ আহ্বান জনাইছে।

কৃষকসকলৰ বিক্ষোভলৈ সমৰ্থনৰ হাত আগবঢ়াই অনশনত যোগদান কৰাৰ কথা জানিবলৈ দিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে।

কেজৰিৱালে এদিনৰ বাবে কৃষকসকলৰ সৈতে অনশনত বহিব বুলি জানিব দিছে।

মুখ্যমন্ত্ৰী কেজৰিৱালেই নহয়, তেওঁৰ দল আম আদমি পাৰ্টিৰ সমৰ্থকসকলেও এই অনশনত যোগ দিব বুলি কোৱা হৈছে।

সোমবাৰে দেশজুৰি কৃষক সংগঠনসমূহে অনশন আন্দোলনৰ আহ্বান দিছে। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সোমবাৰে এই অনশন কাৰ্যসূচীতে যোগদান কৰিব।

মুখ্যমন্ত্ৰী কেজৰিৱালে এক ভাৰ্চুৱেল সংবাদমেলৰ জৰিয়তে জনায় যে কৃষক আন্দোলনৰ প্ৰথমটো দিনৰে পৰা আম আদমি পাৰ্টিয়ে সমৰ্থন জনাই আহিছে। সোমবাৰে প্ৰত্যক্ষভাৱে সেই আন্দোলনত থিয় দিব আপে।

কেন্দ্ৰৰ বিতৰ্কিত তিনিখন কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদত এদিনৰ অনশনত বহিব কৃষকসকলে। সোমবাৰে কৃষকসকলে দিল্লীৰ সিংঘু সীমান্তত বহি অনশন কাৰ্যসূচী ৰূপায়ন কৰিব।

বিগত ১৭দিন ধৰি কৃষকসকলৰ বিক্ষোভ অব্যাহত আছে। যেতিয়ালৈকে কেন্দ্ৰই বিতৰ্কিত কৃষি আইন বাতিল নকৰে তেতিয়ালৈকে এই আন্দোলন চলাই যাব বুলি কৃষকসংগঠনসমূহে জানিবলৈ দিছে।

Recent News

WhatsApp-Image-2020-06-27-at-3.58.55-PM

শৃংখলা ভংগৰ অভিযোগত নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অ’লিক কমিউনিষ্ট পাৰ্টিৰ পৰা বহিস্কাৰ

Samujjal-750x375

আছুৰ হৈ আনুষ্ঠানিক মন্তব্য কৰিব নোৱাৰিব সমুজ্জ্বল ভট্টাচাৰ্যই; স্পষ্ট কৰি দিলে সম্পাদক শংকৰজ্যোতিয়ে

WhatsApp Image 2021-01-24 at 9.08.34 PM

মিছা কথাৰে শাসন ক্ষমতা দখল কৰা বিজেপি চৰকাৰ কৃষক, শ্ৰমিক, দুখীয়া ৰাইজৰ পক্ষত নাই : গৌৰৱ গগৈ

Screenshot_20210124_172110

কা বাতিলৰ দাবীত উত্তাল প্ৰতিবাদ মাৰ্ঘেৰিটা আছুৰ; আৰক্ষীৰে হতাহতি প্ৰতিবাদকাৰীৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd