• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

২৫ কোটিৰ প্ৰলোভন, আপৰ বিধায়ক ক্ৰয় কৰি দিল্লী চৰকাৰ ভঙাৰ চেষ্টা বিজেপিৰ! অভিযোগ কেজৰিৱালৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
January 27, 2024 12:49 pm
দিল্লীৰ মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱাল। ফাইল ফটোঃ সংগ্ৰহীত।

দিল্লীৰ মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱাল। ফাইল ফটোঃ সংগ্ৰহীত।

285
VIEWS
Share on FacebookShare on Twitter

দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে বিজেপিৰ বিৰুদ্ধে ডাঙৰ ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন কৰে। কেজৰিৰ দাবী যে দিল্লীত চৰকাৰ ভঙাৰ বাবে আপৰ নেতাসকলক টকাৰ লোভ দেখুৱাইছে বিজেপিয়ে।

কেজৰিৱালে অভিযোগ কৰে যে বিজেপিয়ে কমেও ৭ জন আপ বিধায়ক ক্ৰয় কৰিবলৈ চেষ্টা কৰিছিল। প্ৰত্যেককে ২৫ কোটি টকাৰ প্ৰলোভন দিয়া হৈছিল।

দিল্লী আবকাৰী দুৰ্নীতিৰ গোচৰত কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ ভাবুকি দি আপৰ বিধায়কক ক্ৰয় কৰাৰ প্ৰয়াস কৰা হৈছে বুলি ছ’চিয়েল মিডিয়াত কেজৰিৱালে প্ৰকাশ কৰিছে।

লগতে পঢ়কঃ আন্তৰ্জাতিক ন্যায় আদালতৰ ৰায় নামানে ইজৰাইলে; সৰ্বাত্মক যুদ্ধৰ ঘোষণা নেতানিয়াহুৰ

পোষ্টটোত কোৱা হৈছে, “শেহতীয়াকৈ তেওঁলোকে (বিজেপি) আমাৰ সাতজন বিধায়কৰ সৈতে যোগাযোগ কৰিছিল। কৈছিল যে কেজৰিৱালক শীঘ্ৰে গ্ৰেপ্তাৰ কৰা হ’ব। তাৰপিছত আমাৰ বিধায়কসকলক ভাঙি নিব। আপৰ ২১জন বিধায়কৰ সৈতে কথা পাতিছে বুলিও তেওঁলোকে কৈছিল। বাকীবোৰৰ লগতো কথা পাতিছে। তাৰ পিছত দিল্লীত আম আদমী চৰকাৰ ভাঙি পেলাব বুলি কৈছিল। বিজেপিলৈ অহাসকলক ২৫ কোটি টকা আৰু নিৰ্বাচনী টিকট দিয়া হ’ব।”

অৱশ্যে কেজৰিৱালে কয় যে যি সাতজন বিধায়কক এই প্ৰস্তাৱ দিয়া হৈছিল সেই আটাইকেইজন বিধায়কে এই প্ৰস্তাৱ নাকচ কৰে।

লগতে পঢ়কঃ ভাৰতীয় ক্ৰিকেটাৰৰ দখলত দ্ৰুততম ত্ৰিশতকৰ অভিলেখ! সন্মুখত লাৰাৰ অভিলেখ ভঙাৰ সুযোগ

কেজৰিৱালে কয়, `ইয়াৰ অৰ্থ হ’ল দিল্লীৰ চৰকাৰ ভাঙিবলৈকে মোক গ্ৰেপ্তাৰ কৰিবলৈ চেষ্টা কৰিছে। আবকাৰী দুৰ্নীতি নহয়।‘

पिछले दिनों इन्होंने हमारे दिल्ली के 7 MLAs को संपर्क कर कहा है – “कुछ दिन बाद केजरीवाल को गिरफ़्तार कर लेंगे। उसके बाद MLAs को तोड़ेंगे। 21 MLAs से बात हो गयी है। औरों से भी बात कर रहे हैं। उसके बाद दिल्ली में आम आदमी पार्टी की सरकार गिरा देंगे। आप भी आ जाओ। 25 करोड़ रुपये देंगे…

— Arvind Kejriwal (@ArvindKejriwal) January 27, 2024

তাৰ পিছত তেওঁ লগতে কয়, `বিজেপিয়ে বিগত ৯ বছৰে এই চেষ্টা কৰি আহিছে। কিন্তু সফল হোৱা নাই। ভগৱান আৰু দিল্লীৰ জনসাধাৰণ আপৰ লগত আছে। আমাৰ বিধায়কসকলো একত্ৰিত। সেইবাবেই এইবাৰো তেওঁলোক বিফল হ’ল।‘

কেজৰিৱালে কয় যে দিল্লীত হোৱা ভাল কামৰ বাবেই বিজেপিৰ প্ৰচেষ্টা ব্যৰ্থ হৈছে।

Recent News

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ উদ্যোগী ছোনিয়া গান্ধী

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ উদ্যোগী ছোনিয়া গান্ধী

ম্যানমাৰৰ শৰণাৰ্থীৰ প্ৰৱেশৰ অনুমতি প্ৰত্যাহাৰ! ভাৰত চৰকাৰৰ সিদ্ধান্তত তীব্ৰ সমালোচনা

ম্যানমাৰৰ শৰণাৰ্থীৰ প্ৰৱেশৰ অনুমতি প্ৰত্যাহাৰ! ভাৰত চৰকাৰৰ সিদ্ধান্তত তীব্ৰ সমালোচনা

বিদেশী বিতাড়ন সিদ্ধান্তত আদালতৰ হস্তক্ষেপ অনুচিত: আদালতৰ নিৰ্দেশ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া গৃহ মন্ত্ৰালয়ৰ

বিদেশী বিতাড়ন সিদ্ধান্তত আদালতৰ হস্তক্ষেপ অনুচিত: আদালতৰ নিৰ্দেশ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া গৃহ মন্ত্ৰালয়ৰ

কলকাতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ; পত্নী হাছিনক মাহে ৪ লাখ টকা ভৰণ-পোষণ দিব লাগিব শ্বামীয়ে

কলকাতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ; পত্নী হাছিনক মাহে ৪ লাখ টকা ভৰণ-পোষণ দিব লাগিব শ্বামীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd