• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জলমগ্ন দেশৰ ৰাজধানী! দিল্লীৰ মুখ্যমন্ত্ৰীৰ বাসভৱনতো পানী; শেহতীয়া স্থিতি কি?

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
July 13, 2023 2:44 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীত হোৱা মুষলধাৰ বৰষুণ আৰু যমুনা নদীৰ জলপৃষ্ঠ বৃদ্ধিৰ বাবে আৱাসিক অঞ্চল প্লাৱিত হৈছে। বহু অঞ্চলত প্ৰৱেশ কৰিছে যমুনা নদীৰ পানী। নিগাম বোধ ঘাটৰ এলেকা সম্পূৰ্ণৰূপে পানীত ডুব গৈছে। ঘৰ, যান-বাহন, মন্দিৰ সকলো যমুনা পানীত ডুব গৈছে। বিপদৰ সীমাৰ ওপৰেৰে বৈছে যমুনা নদী। যমুনাৰ জলপৃষ্ঠ ২০৮.০৮ মিটাৰ হৈছেগৈ। মানুহক যমুনাৰ পাৰলৈ নাযাবলৈ নিৰ্দেশ দিয়া হৈছে।

জলপৃষ্ঠ বৃদ্ধিৰ বাবে দিল্লীত বহু পথ বন্ধ হৈ পৰিছে। মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বা সভৱন, ৰাজ্যিক সচিবালয় আদিও জলমগ্ন হৈ পৰিছে। আনকি ইণ্ডিয়া গেটতো পানী উঠাৰ উপক্ৰম ঘটিছে। দিল্লীৰ বান পৰিস্থিতিৰ সৈতে জড়িত ১০টা ডাঙৰ আপডেট চাওক।

দিল্লী বানপানীৰ ১০টা ডাঙৰ আপডেট

* দিল্লীৰ যমুনাৰ জলপৃষ্ঠ বৃদ্ধিয়ে উত্তেজনা বৃদ্ধি কৰিছে। বহু ঠাইত ৰাস্তাত যমুনাৰ পানী আহিছে। বহু ৰাস্তা ডুব গৈছে। যমুনা নদীৰ আশে-পাশে ১৪৪ নং ধাৰা বলবৎ কৰা হৈছে।

Apply Now

*যমুনাৰ জলপৃষ্ঠই পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিছে। যমুনাৰ জলপৃষ্ঠ ২০৮.৪৬ মিটাৰ হৈছেগৈ। বিপদ সীমাৰ ৩ মিটাৰ ওপৰেৰে বৈ আছে যমুনাৰ পানী।

*দিল্লীৰ অৱনতি ঘটা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত লেফটেনেণ্ট গৱৰ্ণৰ ভি কে ছাক্সেনাই ডিডিএমএৰ বৈঠক আহ্বান কৰিছে। ইয়াত মুখ্যমন্ত্ৰী কেজৰিৱালেও অংশগ্ৰহণ কৰিব।

*যমুনাৰ জলপৃষ্ঠ বৃদ্ধি হোৱাত ছিগনেছাৰ ব্ৰীজৰ তলত সাজু হৈ আছে এন ডি আৰ এফৰ দল। প্ৰায় ২০০ জন লোকক উদ্ধাৰ কৰা হৈছে।

*মুখ্যমন্ত্ৰী কেজৰিৱালে টুইট কৰি জনাইছে যে যমুনা, চন্দ্ৰৱাল, ওখলা আৰু ৱাজিৰাবাদৰ পানী পৰিশোধন প্লাণ্ট বন্ধ কৰিবলগীয়া হৈছে। ইয়াৰ বাবে দিল্লীৰ কিছুমান অঞ্চলত পানীৰ সমস্যা হ’ব। যমুনাৰ পানী কমি যোৱাৰ লগে লগে অতি সোনকালে সেইবোৰ আৰম্ভ কৰাৰ চেষ্টা কৰিম।

*মুখ্যমন্ত্ৰী কেজৰিৱালে টুইটযোগে সকলো স্বেচ্ছাসেৱক, কৰ্পৰেটৰ, বিধায়ক আৰু সকলোকে সাহায্য শিবিৰসমূহ পৰিদৰ্শন কৰি সকলো ধৰণৰ সহায় আগবঢ়াবলৈ আহ্বান জনাইছে।

*দিল্লী চৰকাৰে সিদ্ধান্ত লৈছে যে পানী থকা অঞ্চলত সকলো চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয় বন্ধ থাকিব।

*গীতা কলনীত ডুব গৈছে ঘৰ। নিগম বোধ ঘাটত গাড়ীখন ডুব যোৱাৰ লগতে যমুনা বজাৰৰ মন্দিৰো ডুব গৈছে। কাশ্মীৰী গেট এলেকাত প্ৰৱেশ কৰিছে যমুনাৰ পানী। আনকি লোহাৰ দলংখনতো সকলোতে পানী দেখা গৈছে। একে সময়তে বানপানীৰ পানী যমুনা বজাৰতো প্ৰৱেশ কৰিছে।

*যমুনা নদীৰ আশে-পাশে ১৪৪ ধাৰা প্ৰযোজ্য। সিংঘু সীমান্তৰে দিল্লীলৈ প্ৰৱেশ বন্ধ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহলৈ পত্ৰ লিখি মুখ্যমন্ত্ৰী কেজৰিৱালে কেন্দ্ৰৰ পৰা সহায় বিচাৰিছে। হথিনিকুণ্ড বেৰেজৰ পৰা সীমিত পানী এৰি দিয়াৰ দাবী উত্থাপন কৰা হৈছে।

*দিল্লীৰ আই এছ বি টি এলেকাত বানপানীৰ পানী আহি পৰিছে। গোটেই অঞ্চলটো  তাত ডুব যোৱা দেখা গৈছে। বানৰ পানী ৰিং ৰোডতো উপনীত হৈছে। আই টি অ’ৰ সমীপত প্ৰচণ্ড পানী জমা হৈছে। আই জি আই ষ্টেডিয়ামৰ সন্মুখৰ পথটো বন্ধ কৰি দিয়া হৈছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm
অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm
অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd