• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দিল্লীত হনুমান জয়ন্তীৰ শোভাযাত্ৰাত হিংসাত্মক ঘটনাত জৰিত ১৪ জন লোকক গ্ৰেপ্তাৰ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
April 17, 2022 5:42 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীৰ জাহাংগীৰপুৰী অঞ্চলত হনুমান জয়ন্তীৰ শোভাযাত্ৰাৰ সংঘৰ্ষত লিপ্ত সম্পৰ্কীয় ১৪ জন লোকক দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

দিল্লীৰ উপ-আৰক্ষী আয়ুক্ত ঊষা ৰংনানীয়ে কয় যে হিংসাত্মক ঘটনা সন্দৰ্ভত এতিয়ালৈকে ১৪ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

Apply Now

গ্ৰেপ্তাৰ কৰা লোকসকলৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩০৭ (হত্যাৰ চেষ্টা), ১২০ বি (অপৰাধমূলক ষড়যন্ত্ৰ), ১৪৭ (সংঘৰ্ষত লিপ্ত হোৱা) আৰু অন্যান্য প্ৰাসংগিক ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।

তেওঁলোকৰ বিৰুদ্ধে অস্ত্ৰ আইনৰ ১৪৭, ১৪৮, ১৪৯, ১৮৬, ৩৫৩, ৩৩২, ৩২৩, ৪২৭, ৪৩৬, ৩০৭, ১২০বি ধাৰাও আৰোপ কৰা হৈছে বুলি জানিব পৰা গৈছে।

দিল্লীত সাম্প্ৰদায়িক হিংসাৰ পিছত মীৰাট, লক্ষ্ণৌ আৰু নয়ডাত নিৰাপত্তা ব্যৱস্থা অধিক কঠোৰ কৰা হৈছে৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দিল্লীৰ আৰক্ষী আয়ুক্ত ৰাকেশ আস্থানা আৰু বিশেষ আৰক্ষী আয়ুক্ত (আইন-শৃংখলা) ৰ সৈতে জাহাংগীৰপুৰীৰ হিংসাত্মক ঘটনা সন্দৰ্ভত কথা পাতিছিল আৰু অপৰাধীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছিল।

উল্লেখ্য হনুমান জয়ন্তীৰ শোভাযাত্ৰাক কেন্দ্ৰ কৰি দেশৰ ৰাজধানী দিল্লী উত্তপ্ত হৈ পৰিছিল। শনিবাৰে দুটা গোষ্ঠীৰ মাজত ঘটনা সংঘৰ্ষ, শিলাবৰ্ষণৰ ফলত ছয়গৰাকী আৰক্ষীকে ধৰি ৯ জন লোক আহত হয়।দিল্লীৰ জাহাংগীৰপুৰী অঞ্চলত এই ঘটনাটো ঘটে। শনিবাৰে সেই অঞ্চলেৰে এটা শোভাযাত্ৰা উলিওৱা হৈছিল।

হঠাতে কেইজনমান দুস্কৃতিকাৰীয়ে শোভাযাত্ৰাৰ ওপৰত শিলগুটি দলিয়ায়।তাৰপিছতে পৰিস্থিতি উত্তপ্ত হৈ পৰে। বাহনত অগ্নিসংযোগ কৰা হয়। কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়লৈকো খবৰ প্ৰেৰণ কৰা হয়। তাৎক্ষণিকভাৱে দিল্লী আৰক্ষীক ঘটনাস্থলীত উপস্থিত হোৱাৰ নিৰ্দেশ দিয়া হয়। আৰক্ষী উপস্থিত হৈয়েই পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

এই ঘটনাৰ সময়তে দিল্লী আৰক্ষীৰ উপ পৰিদৰ্শক মেধলাল মীনাৰ হাতত গুলী লাগে। কেনেকৈ এই গুলী লাগিল সেয়া অৱশ্যে জানিব পৰা হোৱা নাই। অঞ্চলটোৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰি আৰু ছচিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ’ চাই আন কেইবাজনকো আৰক্ষীয়ে চিনাক্ত কৰিছে। এই সন্দৰ্ভত আৰক্ষীয়ে নিজাকৈ এটা গোচৰো ৰুজু কৰিছে।

ঘটনা সন্দৰ্ভত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কয়,’’মই সকলোকে শান্তি অটুট ৰখাৰ বাবে আহ্বান জনাইছো। শান্তি-সম্প্ৰীতি অবিহনে দেশ আগবাঢ়িব নোৱাৰে। দেশৰ ৰাজধানীৰ শান্তিৰক্ষাৰ দায়িত্ব কেন্দ্ৰীয় চৰকাৰৰ। তেওঁলোকে মানুহৰ ওচৰত শান্তি অটুট ৰক্ষাৰ বাবে আহ্বান জনোৱা উচিত।‘’

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd