• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দিল্লী উচ্চ ন্যায়ালয়ৰ ডাঙৰ পদক্ষেপ, পাইৰেচিৰ পৰা সুৰক্ষা পাব ফ্ৰেণ্ডছ আৰু ষ্ট্ৰেঞ্জাৰ থিংছৰ দৰে জনপ্ৰিয় ধাৰাবাহিকে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 6, 2026 7:57 pm
11
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লী উচ্চ ন্যায়ালয়ে শেহতীয়াকৈ অনলাইন পাইৰেচিৰ বিৰুদ্ধে এক কঠোৰ স্থিতি গ্ৰহণ কৰি জনপ্ৰিয় চিনেমা আৰু ৱেব ছিৰিজসমূহ অবৈধভাৱে সম্প্ৰচাৰ কৰা কেইবাটাও ৱেবছাইট ব্লক কৰাৰ নিৰ্দেশ দিছে। এই নিৰ্দেশৰ ফলত এতিয়াৰে পৰা ফ্ৰেণ্ডছ, ষ্ট্ৰেঞ্জাৰ থিংছ, স্কুইড গেম আৰু ৱাণ্ডাৰ উইমেনৰ দৰে বিশ্ববিখ্যাত মনোৰঞ্জনমূলক সমলসমূহ পাইৰেচিৰ কবলৰ পৰা মুক্ত হ’ব। ৱাৰ্নাৰ ব্ৰাদাৰ্ছ এণ্টাৰটেইনমেণ্ট ইনকৰ্পৰেশ্যনে দাখিল কৰা এক আবেদনৰ ওপৰত ভিত্তি কৰি ন্যায়াধীশ তেজছ কাৰিয়াই ১৬০টাতকৈও অধিক অবৈধ ৱেবছাইটৰ বিৰুদ্ধে এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰে। ৱাৰ্নাৰ ব্ৰাদাৰ্ছে আদালতক জনাইছিল যে তেওঁলোক এইসমূহ সৃষ্টিৰ প্ৰকৃত মালিক আৰু বৌদ্ধিক সম্পত্তিৰ আইন অনুসৰি তেওঁলোকৰ সমলসমূহ সুৰক্ষিত হোৱাটো প্ৰয়োজনীয়।

আদালতে গোচৰটো পৰ্যবেক্ষণ কৰি কয় যে যদিহে এই ৱেবছাইটসমূহৰ বিৰুদ্ধে তৎক্ষণাত ব্যৱস্থা গ্ৰহণ কৰা নহয়, তেন্তে মূল কোম্পানীটোৱে যথেষ্ট আৰ্থিক লোকচানৰ সন্মুখীন হ’ব লাগিব। ১৮ ডিচেম্বৰত জাৰি কৰা এই নিৰ্দেশ অনুসৰি মুঠ ৪৭টা মূল সত্তা আৰু তেওঁলোকৰ সৈতে জড়িত আন সহযোগী ৱেবছাইটসমূহক কোনো ধৰণৰ চিনেমা বা শ্ব’ ষ্ট্ৰীমিং, ডাউনলোড বা বিতৰণ কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। এই ৱেবছাইটসমূহে বিশেষকৈ ষ্ট্ৰেঞ্জাৰ থিংছৰ বিভিন্ন ছিজন, স্কুইড গেম, ফাইণ্ডিং ড’ৰী, দ্য জংগল বুক আৰু দ্য কনজুৰিং ২ ৰ দৰে জনপ্ৰিয় ছবিসমূহ অবৈধভাৱে জনসাধাৰণৰ বাবে উপলব্ধ কৰি আহিছিল।

Apply Now

পাইৰেচি কৰা এই ৱেবছাইটসমূহৰ চৰিত্ৰ অতি কৌশলী হোৱাৰ বাবে আদালতে ইয়াক ডাইনেমিক প্লাছ নিষেধাজ্ঞা হিচাপে গণ্য কৰিছে। ইয়াৰ অৰ্থ হ’ল যদিহে এই ৱেবছাইটসমূহে নিজৰ নাম সলনি কৰি বা নতুন সংস্কৰণত পুনৰ একেই কাম কৰে, তেন্তে সেইবোৰো একেই নিৰ্দেশৰ অধীনত বন্ধ কৰা হ’ব। আদালতে ডমেইন পঞ্জীয়কসকলক এই ৱেবছাইটসমূহৰ ডমেইনসমূহ লক্ আৰু স্থগিত কৰিবলৈ নিৰ্দেশ দিছে। ইয়াৰ উপৰিও চাৰি সপ্তাহৰ ভিতৰত এই ৱেবছাইট চলোৱা লোকসকলৰ নাম, ঠিকনা, বেংকৰ তথ্য আৰু আই পি লগৰ দৰে সকলো গোপন তথ্য আদালতত দাখিল কৰিবলৈ কোৱা হৈছে। সমান্তৰালভাৱে সকলো ইণ্টাৰনেট সেৱা প্ৰদানকাৰী কোম্পানীক এই অবৈধ লিংকসমূহ ব্লক কৰিবলৈ নিৰ্দেশ দিয়া হৈছে যাতে সাধাৰণ লোকে এইবোৰ ব্যৱহাৰ কৰিব নোৱাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd