• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিৰ্বাচনী বণ্ডত সংগ্ৰহ কোটি কোটি টকা; বিজেপিৰ বিৰুদ্ধে ‘বিস্ফোৰণ’ আপৰ, কেজৰিৱালৰ বিশেষ বাৰ্তা

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
March 23, 2024 3:06 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ পিছতে ভাৰতীয় জনতা পাৰ্টিৰ বিৰুদ্ধে বৃহৎ অভিযোগ উত্থাপন কৰিছে আম আদমী পাৰ্টিয়ে। শনিবাৰে (২৩ মাৰ্চ, ২০২৪) দলটোৱে দাবী কৰে যে দিল্লীত সংঘটিত সুৰা কেলেংকাৰীৰ অভিযোগত অভিযুক্ত প্ৰতিষ্ঠানসমূহৰ পৰা নিৰ্বাচনী বণ্ডৰ জৰিয়তে বিজেপিয়ে বিপুল ৰাজনৈতিক অনুদান লাভ কৰিছে।

দলৰ উদ্যোগত আয়োজিত এক সংবাদমেলত আপৰ মন্ত্ৰী তথা দলৰ নেতা আতিশীয়ে কয় -“এই গোচৰৰ ‘মানি ট্ৰেইল’ এতিয়া পোহৰলৈ আহিছে। সকলো টকা ভাৰতীয় জনতা পাৰ্টিৰ একাউণ্টলৈ গৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু তেওঁৰ সোঁহাত বলবৎকাৰী সঞ্চালকালয় (ইডি)ক এই গোচৰত বিজেপিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি বিজেপিৰ সৰ্বভাৰতীয় সভাপতি জে পি নাড্ডাক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছো।‘’

লগতে পঢ়কঃ অভিনয়ে আমুৱালে! এইবাৰ ৰাজনীতিলৈ মন মেলিছে উৰ্বশী ৰাউটেলাই?

Apply Now

আতিশীয়ে কয়, ‘আৱকাৰী দুৰ্নীতিৰ অভিযোগত অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰা হৈছে। এজন ব্যক্তিৰ বক্তব্যৰ ভিত্তিতহে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। এই ব্যক্তিজনৰ নাম শৰৎ চন্দ্ৰ ৰেড্ডী, যিজনৰ এটা ঔষধ নিৰ্মাণ কোম্পানী আছে। অৰবিন্দ ফাৰ্মা। তেওঁৰ আন কোম্পানীও আছে। দিল্লীৰ আবকাৰী নীতিৰ জৰিয়তে শৰৎ চন্দ্ৰ ৰেড্ডীয়েও কিছু দোকান অধিগ্ৰহণ কৰে। তেওঁক সোধা-পোছাৰ বাবেও মাতি অনা হয় আৰু স্পষ্টকৈ কয় যে তেওঁ কেতিয়াও কেজৰিৱালক লগ পোৱা নাই আৰু আপৰ সৈতেও কোনো সম্পৰ্ক নাই। তেওঁৰ বক্তৱ্যৰ পিছদিনাই ইডিয়ে গ্ৰেপ্তাৰ কৰিছে। তেওঁ নিজৰ বক্তব্য সলনি কৰিলে। ইডিক তেওঁ কয় যে তেওঁ কেজৰিৱালক লগ কৰি দিল্লীৰ মুখ্যমন্ত্ৰীৰ সৈতে সুৰা কেলেংকাৰিৰ বিষয়ে কথা পাতিছিল। সেয়া কেৱল এটা বক্তব্যহে, কিন্তু দুৰ্নীতিৰ প্ৰমাণ ক’ত?”

আপৰ সংবাদমেলৰ সময়ত আতিশীয়ে দাবী কৰে যে শৰৎ ৰেড্ডীৰ সংগঠনে প্ৰথমে নিৰ্বাচনী বণ্ডৰ জৰিয়তে বিজেপিক ৪.৫ কোটি আৰু গ্ৰেপ্তাৰৰ পিছত ৫৫ কোটি টকা বিজেপিক প্ৰদান কৰিছিল।

তেওঁ কয়, ‘মই প্ৰধানমন্ত্ৰী মোডী আৰু ইডিক প্ৰত্যাহ্বান জনাইছো যে সুৰা কেলেংকাৰীত এতিয়া আৰ্থিক দুৰ্নীতি পোহৰলৈ আহিছে।’ বিজেপিৰ সভাপতি জে পি নাড্ডাক ইডিয়ে গ্ৰেপ্তাৰ কৰিব লাগে।

লগতে পঢ়কঃ এইবাৰৰ হোলী উৎসৱ বাতিল! কেজৰিৱালক গ্ৰেপ্তাৰৰ প্ৰতিবাদত মোডীৰ বাসগৃহ ঘেৰাও কৰিব আপে

আপে কয়, ‘শ শ অভিযান আৰু গ্ৰেপ্তাৰ হোৱাৰ পিছতো কোনো নেতাৰ পৰা এটকাও উদ্ধাৰ হোৱা নাই। তেন্তে আৰ্থিক জালিয়াতিৰ বিষয়টো কেনেদৰে পোহৰলৈ আহিল উচ্চতম ন্যায়ালয়ে ইডিৰ পৰা সেয়া জানিবলৈ বিচাৰিছে।

ইপিনে, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে প্ৰেৰণ কৰা এক বাৰ্তা পাঠ কৰি শুনাইছে সুনীতা কেজৰিৱালে। তাত কেজৰিৱালে কৈছে “ভাৰতৰ ভিতৰত আৰু বাহিৰত কেইবাটাও শক্তিয়ে দেশক দুৰ্বল কৰি তুলিছে। আমি সজাগ হ’ব লাগিব, এই শক্তিক চিনাক্ত কৰি পৰাস্ত কৰিব লাগিব…দিল্লীৰ মহিলাসকলে নিশ্চয় ভাবিছে যে কেজৰিৱাল জেলত আছে। তেওঁলোকৰ এহাজাৰ টকাটো পাবনে? মই তেওঁলোকক ক’ব বিচাৰো, ‘কোনো জেলে মোক বেছি দিন ধৰি ৰাখিব নোৱাৰে। মই সোনকালে ওলাই আহিম আৰু মোৰ প্ৰতিশ্ৰুতি পালন কৰিম।”

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

ৰাজপাল যাদৱৰ নতুন ছবিত দেখা যাব জীৱনৰ এক অনন্য যাত্ৰা, দীপালীৰ পূৰ্বে মুক্তি পাব পোষ্টাৰ

August 19, 2026 7:50 pm
গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা : কি সুৰুঙাৰে গুৱাহাটীলৈ আহে অবৈধ সামগ্ৰী?

গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা : কি সুৰুঙাৰে গুৱাহাটীলৈ আহে অবৈধ সামগ্ৰী?

August 19, 2026 6:35 pm
ছাত্ৰ আন্দোলনত নিষেধাজ্ঞা জাৰি কৰি চাপত বিজয়ৰ চৰকাৰ : অৱশেষত প্ৰত্যাহাৰ বিতৰ্কিত নিৰ্দেশনা

ছাত্ৰ আন্দোলনত নিষেধাজ্ঞা জাৰি কৰি চাপত বিজয়ৰ চৰকাৰ : অৱশেষত প্ৰত্যাহাৰ বিতৰ্কিত নিৰ্দেশনা

August 19, 2026 5:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

ৰাজপাল যাদৱৰ নতুন ছবিত দেখা যাব জীৱনৰ এক অনন্য যাত্ৰা, দীপালীৰ পূৰ্বে মুক্তি পাব পোষ্টাৰ

August 19, 2026 7:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd