• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ধনৰ বাবে মহিলাক প্ৰতাৰণা আই পি এছ বিষয়াৰূপী প্ৰতাৰকৰ: তদন্তত ওলাল জোলোঙাৰ মেকুৰী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 19, 2022 10:39 pm
man posing as IPS officer
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ধন ঘটাৰ বাবে মানুহে নানা কৌশলী পন্থাৰ আশ্ৰয় লয়। পিছে সহজলভ্য ধনৰ আশাত বহু লোকে অৱলম্বন কৰে আনক প্ৰতাৰণাৰ পথ। মিথ্যাচাৰিতাৰে মানুহক প্ৰতাৰণা কৰা নানা ঘটনা নিশ্চয় শুনিবলৈ পাইছে। কিন্তু এনে ঘটনাৰ পৰা জনসাধাৰণক নিৰাপত্তা দিয়া আৰক্ষীৰ ৰূপতে প্ৰতাৰকে লুণ্ঠন চলোৱাৰ কথা কল্পনা কৰিব পাৰেনে?

অবিশ্বাস্য হ’লেও এই ঘটনা সংঘটিত হৈছে দেশৰ ৰাজধানী চহৰ দিল্লীত। উত্তৰ প্ৰদেশৰ কেডাৰৰ আই পি এছ বিষয়াৰ ৰূপ লৈ দিল্লীত ধনৰ বাবে মহিলাক প্ৰতাৰণা কৰি ৰঙাঘৰৰ আলহী হৈছে এগৰাকী ব্যক্তি।

Apply Now

কোনো শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰ নোহোৱাকৈ মধ্যপ্ৰদেশৰ গোৱালিয়ৰৰ বাসিন্দা বিকাশ গৌতম নামৰ লোকজনে আই আই টি কানপুৰৰ স্নাতক আৰু এগৰাকী আই পি এছ বিষয়াৰ ৰূপত চিনাকি দি কেৱল মহিলাসকলক প্ৰতাৰণা কৰাৰ জাল পেলায়।

দিল্লীত এগৰাকী মহিলা চিকিৎসকে দাখিল কৰা এজাহাৰৰ ভিত্তিত আউটাৰ দিল্লীৰ চাইবাৰ চেলে বিকাশক গ্ৰেপ্তাৰ কৰে। আই পি এছ বিষয়াৰ ৰূপ লৈ বিকাশে তেওঁৰ পৰা ২৫ হাজাৰ টকা লৈছিল বুলি অভিযোগ কৰে ছানীয়ে।

এজাহাৰ লাভ কৰাৰ লগে লগে দিল্লী আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে আৰু প্ৰতাৰক ভুৱা আই পি এছ বিষয়াৰ ৰূপ লোৱা বিকাশ গৌতমক গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ তদন্তত ধৃত বিকাশে ফেচবুক আৰু ইনষ্টাগ্ৰামত আই পি এছ বিষয়া বুলি দাবী কৰি ভুৱা প্ৰফাইল চলাই থকাৰ প্ৰমাণো পোহৰলৈ আহে।

এই ভুৱা ছ’চিয়েল মিডিয়া প্ৰফাইলৰ জৰিয়তে বিকাশে কেইবাগৰাকীও আমোলাৰ সৈতে পোজ দিয়া কেইবাখনো ছবি আপলোড কৰে।

তদন্তৰ সময়ত আৰক্ষীয়ে উদ্ধাৰ কৰা তথ্য অনুসৰি বিকাশ অষ্টম মান উত্তীৰ্ণ হোৱাৰ পাছত দিল্লীলৈ যায় আৰু মুখাৰ্জী নগৰ অঞ্চলৰ এখন ৰেষ্টুৰেণ্টত কাম কৰিবলৈ আৰম্ভ কৰে।

এই ৰেষ্টুৰেণ্টখনলৈ কেইবাগৰাকীও অসামৰিক সেৱাৰ বিষয়াই সঘনে অহা-যোৱা কৰিছিল। তেতিয়াই এই প্ৰতাৰণাৰ জালখনৰ পৰিকল্পনা কৰিছিল বিকাশে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম-অৰুণাচল সীমান্তৰ সংঘাত : ভাতৃ হিচাপে আলোচনাৰে সমস্যা সমাধানৰ আহ্বান টি এম পি কেৰ

অসম-অৰুণাচল সীমান্তৰ সংঘাত : ভাতৃ হিচাপে আলোচনাৰে সমস্যা সমাধানৰ আহ্বান টি এম পি কেৰ

August 12, 2026 4:31 pm
চৰকাৰী চিকিৎসালয়ত এয়া কেনে চিকিৎসা? বিনা সন্মতিৰে ১৭ বছৰীয়া কিশোৰীক দিলে গৰ্ভৱতী হোৱাৰ ভুৱা ৰিপ’ৰ্ট

চৰকাৰী চিকিৎসালয়ত এয়া কেনে চিকিৎসা? বিনা সন্মতিৰে ১৭ বছৰীয়া কিশোৰীক দিলে গৰ্ভৱতী হোৱাৰ ভুৱা ৰিপ’ৰ্ট

August 12, 2026 3:17 pm
৩৬ বছৰৰ অপেক্ষাৰ অন্ত পৰিবনে? ১৯৯০ চনৰ কাশ্মীৰী পণ্ডিতৰ নিৰ্মম হত্যাকাণ্ডৰ পুনৰ তদন্ত আৰম্ভ

৩৬ বছৰৰ অপেক্ষাৰ অন্ত পৰিবনে? ১৯৯০ চনৰ কাশ্মীৰী পণ্ডিতৰ নিৰ্মম হত্যাকাণ্ডৰ পুনৰ তদন্ত আৰম্ভ

August 12, 2026 1:05 pm
প্লাষ্টিক বা এলুমিনিয়ামৰ পেকেটত বিক্ৰী কৰিব নোৱাৰিব পাণমছলা: FSSAI-ৰ নতুন নিৰ্দেশনা

প্লাষ্টিক বা এলুমিনিয়ামৰ পেকেটত বিক্ৰী কৰিব নোৱাৰিব পাণমছলা: FSSAI-ৰ নতুন নিৰ্দেশনা

August 12, 2026 10:23 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম-অৰুণাচল সীমান্তৰ সংঘাত : ভাতৃ হিচাপে আলোচনাৰে সমস্যা সমাধানৰ আহ্বান টি এম পি কেৰ

অসম-অৰুণাচল সীমান্তৰ সংঘাত : ভাতৃ হিচাপে আলোচনাৰে সমস্যা সমাধানৰ আহ্বান টি এম পি কেৰ

August 12, 2026 4:31 pm
চৰকাৰী চিকিৎসালয়ত এয়া কেনে চিকিৎসা? বিনা সন্মতিৰে ১৭ বছৰীয়া কিশোৰীক দিলে গৰ্ভৱতী হোৱাৰ ভুৱা ৰিপ’ৰ্ট

চৰকাৰী চিকিৎসালয়ত এয়া কেনে চিকিৎসা? বিনা সন্মতিৰে ১৭ বছৰীয়া কিশোৰীক দিলে গৰ্ভৱতী হোৱাৰ ভুৱা ৰিপ’ৰ্ট

August 12, 2026 3:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd