• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কাইলৈ আছু-নেছ’ৰ বন্ধৰ পৰিপ্ৰেক্ষিতত বিদ্যালয় বন্ধ দিলে দিল্লী পাব্লিক স্কুলে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 9, 2019 11:09 am

1 min read

870_DPS-Bhabanand---Delhi-Public-School
5.3k
VIEWS
Share on FacebookShare on Twitter

কাইলৈ অৰ্থাৎ ১০ ডিচেম্বৰত উত্তৰ-পূব ছাত্ৰ সন্থাই ঘোষণা কৰা বন্ধৰ পৰিপ্ৰেক্ষিতত দিল্লী পাব্লিক স্কুলে বিদ্যালয় বন্ধ দিছে।

দিল্লী পাব্লিক স্কুল, গুৱাহাটীয়ে জাৰি কৰা জাননী অনুসৰি ১০ ডিচেম্বৰৰ উত্তৰ-পূব বন্ধৰ বাবে উক্ত দিনা অনুষ্ঠিত হ’বলগীয়া ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে হিন্দী পৰীক্ষা অহা ১৬.১২.২০১৯ তাৰিখে অনুষ্ঠিত হ’ব।

সেইদৰে কাইলৈ অনুষ্ঠিত হ’বলগীয়া নৱম শ্ৰেণীৰ বিজ্ঞানৰ পৰীক্ষা অহা ১৯.১২.২০১৯ তাৰিখে অনুষ্ঠিত হ’ব।

জাননী অনুসৰি বাকী পৰীক্ষাৰ কাৰ্যসূচী পূৰ্ব নিৰ্দ্ধাৰিত তাৰিখ অনুসৰিয়েই অনুষ্ঠিত হ’ব।

উল্লেখযোগ্য যে কাইলৈ অৰ্থাৎ ১০ ডিচেম্বৰ উত্তৰ-পূব ছাত্ৰ সন্থাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি ১১ ঘন্টীয়া সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল বন্ধ ঘোষণা কৰিছে।

উত্তৰ-পূব ছাত্ৰ সন্থাৰ অন্যতম অংশীদাৰ সদৌ অসম ছাত্ৰ সন্থাইয়ো অসমত এই বন্ধ সৰ্বাত্মক কৰি তোলাৰ বাবে প্ৰস্তুতি চলাইছে।

আনহাতে, ১০ ডিচেম্বৰৰ এই বন্ধৰ প্ৰতি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, অসম কৰ্মচাৰী পৰিষদকে ধৰি বিভিন্ন জাতীয় সংগঠনে সমৰ্থন আগবঢ়াইছে।

Recent News

Gautam-Gambhir-Facts-in-Hin

এতিয়া স্পষ্ট হৈছে কেজৰিৱালে দিল্লী জ্বলাটো বিচাৰে : গৌতম গম্ভীৰ

Anshuman

কাজিৰঙাত বলিউডৰ জনপ্ৰিয় অভিনেতা অংশুমান খোৰাণা : কাৰ্বি পাহাৰৰ নামনিত ছবিৰ দৃশ্যগ্ৰহণ

গণৰাজ্য দিৱসৰ পেৰেডত প্ৰথমস্থান অধিকাৰ উত্তৰ প্ৰদেশৰ ৰাম মন্দিৰৰ প্ৰতীকপদৰ

গণৰাজ্য দিৱসৰ পেৰেডত প্ৰথমস্থান অধিকাৰ উত্তৰ প্ৰদেশৰ ৰাম মন্দিৰৰ প্ৰতীকপদৰ

Keshav Mahanta

কলিয়াবৰত নৱ-নিৰ্মিত কেন্দ্ৰীয় পালনাম থানৰ আধাৰশিলা ও লাইখুটা স্থাপন মন্ত্ৰী কেশৱ মহন্তৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd