• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যসভাত গৃহীত দিল্লী অধ্যাদেশ; হুইল চেয়াৰত বহি ৰাজ্যসভাত প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
August 8, 2023 8:17 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লোকসভাৰ পাছত দিল্লী অধ্যাদেশ বিধেয়ক, ২০২৩ ৰাজ্যসভাতো গৃহীত হয়। সোমবাৰে নিশা প্ৰায় ৯:৩০ বজাৰ পৰা সংসদৰ উচ্চ সদনত দিল্লী অধ্যাদেশ বিধেয়ক সন্দৰ্ভত ভোটদান আৰম্ভ হয়। দুৰ্নীতিমুক্ত প্ৰশাসনৰ বাবে এই বিধেয়কখন অতি গুৰুত্বপূৰ্ণ হ’ব বুলি কেন্দ্ৰই দাবী কৰে। সোমবাৰে ৰাজ্যসভাত এনে দাবী উত্থাপন কৰে গৃহমন্ত্ৰী অমিত শ্বাহে।

এই বিধেয়ক ইতিমধ্যে লোকসভাত গৃহীত হৈছে। ৩ আগষ্টত লোকসভাত ধ্বনি ভোটৰ জৰিয়তে দিল্লী অধ্যাদেশ বিধেয়ক গৃহীত হয়। এইবাৰ ৰাজ্যসভাতো এই বিধেয়কখন গৃহীত হ’ল। ১৩১জন সাংসদে বিধেয়কখনৰ সপক্ষে ভোটদান কৰে। বিৰুদ্ধে পৰে ১০২ টা ভোট।

ৰাজ্যসভাৰ মুঠ আসনৰ সংখ্যা ২৪৫খন। ইয়াৰে ৮খন আসন বৰ্তমান খালী হৈ থকাৰ ফলত ৰাজ্যসভাৰ মুঠ সাংসদৰ সংখ্যা বৰ্তমান ২৩৭ জন। বিধেয়কখনক ৰাজ্যসভাত সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ প্ৰয়োজন হৈছিল ১১৯ জন সাংসদৰ সমৰ্থন।

Apply Now

দিল্লীৰ আমোলাসকলক নিজৰ হাতত ৰাখিবলৈ আতুৰ হৈ কেন্দ্ৰই এই বিধেয়কখন সংসদৰ উচ্চ সদনত গৃহীত কৰিব বিচাৰিছিল। এন ডি এৰ বাহিৰৰ কেইবাটাও দল যেনে বিজু জনতা দল, ৱাই এছ আৰ চি পিয়েও বিধেয়কখনৰ প্ৰতি সমৰ্থন জনোৱাৰ কথা ঘোষণা কৰে।

এই পৰিস্থিতিত বিৰোধীয়ে এই বিধেয়কখন গৃহীত কৰাত বাধা দিবলৈ সৰ্ব শক্তিৰে জপিয়াই পৰে। এনে পৰিস্থিতিৰ মাজতে কালি ৰাজ্যসভাত উপস্থিত হয় প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা কংগ্ৰেছৰ সাংসদ মনমোহন সিং। অসুস্থ হ’লেও মনমোহন সিঙে হুইল চেয়াৰত উঠি সংসদ পায়হি। ইতিমধ্যে তেওঁৰ এই ছবি ভাইৰেল হৈছে। ইয়াৰ পূৰ্বে তেওঁক হুইল চেয়াৰত বহি ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোটদান কৰা দেখা গৈছিল।

উল্লেখ্য যে ২০০৯ চনত এইমছত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ বাইপাছ অস্ত্ৰোপচাৰ কৰা হৈছিল। ইয়াৰ পূৰ্বে ২০২১ চনৰ এপ্ৰিল মাহত মনমোহন সিঙক কৰ’নাৰ বাবে চিকিৎসালয়খনৰ ট্ৰমা কেয়াৰ চেণ্টাৰত ভৰ্তি কৰোৱা হৈছিল। পিছত অক্টোবৰ মাহত সিঙক জ্বৰ, শাৰীৰিক দুৰ্বলতাৰ বাবে পুনৰ এইমছত ভৰ্তি কৰা হয়। তেওঁ হৃদৰোগ বিশেষজ্ঞ নীতিশ নাইকৰ অধীনত চিকিৎসাধীন হৈ আছিল। সেইবাবেই বছৰৰ শীতকালীন অধিৱেশনৰ সময়ত মনমোহন সিং সংসদলৈ অহা নাছিল। ইয়াৰ পিছতো সংসদত তেওঁক বৰকৈ দেখা পোৱা হোৱা নাছিল।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

August 14, 2026 2:44 pm
‘দেশত বৃহৎ পৰিৱৰ্তনৰ প্ৰয়োজন’, স্বাধীনতা দিৱসৰ পূৰ্বে ‘শান্তিপূৰ্ণ বিপ্লৱ’ৰ আহ্বান সোণম ৱাংচুকৰ

‘দেশত বৃহৎ পৰিৱৰ্তনৰ প্ৰয়োজন’, স্বাধীনতা দিৱসৰ পূৰ্বে ‘শান্তিপূৰ্ণ বিপ্লৱ’ৰ আহ্বান সোণম ৱাংচুকৰ

August 14, 2026 12:45 pm
অৰুণাচলৰ চাংলাঙৰ আছাম ৰাইফলছৰ চকীত উগ্ৰপন্থীৰ আক্ৰমণ; তালাচী অভিযান অব্যাহত

অৰুণাচলৰ চাংলাঙৰ আছাম ৰাইফলছৰ চকীত উগ্ৰপন্থীৰ আক্ৰমণ; তালাচী অভিযান অব্যাহত

August 14, 2026 11:43 am
চীনৰ ‘ছেডো নেটৱৰ্ক’ত ভাৰত! আমেৰিকাৰ প্ৰতিবেদনত নতুন দিল্লীৰ বিৰুদ্ধে ডাঙৰ অভিযোগ

চীনৰ ‘ছেডো নেটৱৰ্ক’ত ভাৰত! আমেৰিকাৰ প্ৰতিবেদনত নতুন দিল্লীৰ বিৰুদ্ধে ডাঙৰ অভিযোগ

August 14, 2026 10:50 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

August 14, 2026 2:44 pm
‘দেশত বৃহৎ পৰিৱৰ্তনৰ প্ৰয়োজন’, স্বাধীনতা দিৱসৰ পূৰ্বে ‘শান্তিপূৰ্ণ বিপ্লৱ’ৰ আহ্বান সোণম ৱাংচুকৰ

‘দেশত বৃহৎ পৰিৱৰ্তনৰ প্ৰয়োজন’, স্বাধীনতা দিৱসৰ পূৰ্বে ‘শান্তিপূৰ্ণ বিপ্লৱ’ৰ আহ্বান সোণম ৱাংচুকৰ

August 14, 2026 12:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd