DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নতুন দিল্লীয়ে ঢাকাৰ ওচৰত উত্থাপন কৰিব অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ প্ৰসংগ

ৰূপা সৰকাৰ by ৰূপা সৰকাৰ
July 22, 2019 7:29 pm
Amit Bhai Shah

ভাৰত আৰু বাংলাদেশৰ গৃহমন্ত্ৰী

369
VIEWS
Share on FacebookShare on Twitter

নৰেন্দ্ৰ মোদীৰ দ্বিতীয়টো কাৰ্য্যকালত ভাৰত আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত হ’বলগীয়া প্রথমখন দ্বিপাক্ষিক বৈঠকত নতুন দিল্লীয়ে ঢাকাৰ ওচৰত অবৈধ অনুপ্ৰৱেশকাৰীৰ প্ৰসংগ উত্থাপন কৰাৰ সম্ভাৱনা আছে।

নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ দ্বিতীয় কাৰ্য্যকালত এইখন বাংলাদেশৰ সৈতে প্রথমখন দ্বিপাক্ষিক বৈঠক হ’ব।

বাংলাদেশৰ গৃহমন্ত্ৰী আচাদ্দুজামান খানে ৭ আগষ্টত কৰিবলগীয়া ভাৰত ভ্ৰমণৰ সময়তে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অনুপ্ৰৱেশকাৰীৰ বিষয়টো উত্থাপন কৰাৰ সম্ভাৱনা আছে।

চৰকাৰী সূত্ৰত প্ৰকাশ পোৱা অনুসৰি, বৈঠকত সন্ত্ৰাসবাদ বিৰোধী সহযোগিতা, সীমান্ত অঞ্চলেৰে পশুধনৰ সৰবৰাহ আৰু অস্ত্ৰ-শস্ত্ৰ সৰবৰাহৰ বিষয়ে আলোচনা কৰা হ’ব।

ভাৰতৰ গৃহমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পাছত অমিত শ্বাহৰ বাংলাদেশৰ গৃহমন্ত্ৰীৰ সৈতে এইখন প্ৰথম বৈঠক হ’ব।

বৈঠকত শ্বাহে অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ প্ৰসংগ বাংলাদেশ চৰকাৰৰ সন্মুখত শক্তিশালীভাৱে উপস্থাপন কৰিব বুলি আশা কৰা হৈছে।

ভাৰতে কেতিয়াও বাংলাদেশৰ সৈতে অবৈধ অনুপ্ৰৱেশকাৰীৰ প্ৰসংগ আলোচনাই কৰা নাই বুলি বাংলাদেশ চৰকাৰে দিয়া বক্তব্য চলিত বৈঠকত অন্ত পৰাৰো সম্ভাৱনা আছে।

উল্লেখযোগ্য যে, বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ সমস্যাত জৰ্জৰিত অসম আৰু উত্তৰ-পূবৰ বাবে ভাৰত আৰু বাংলাদেশৰ দ্বিপাক্ষিক বৈঠকখন অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে।

 

Recent News

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

BREAKING NEWS পুনৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্যক ,অভিকেন্দ্ৰ মৰিগাওঁ

BREAKING NEWS পুনৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্যক ,অভিকেন্দ্ৰ মৰিগাওঁ

ক’ত গল ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ বানমুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰতি?

ক’ত গল ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ বানমুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰতি?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd