• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লীৰ কৰকৰডুমা আদালতে ২০২০ চনৰ দিল্লী হিংসাৰ ডাঙৰ ষড়যন্ত্ৰৰ সৈতে জড়িত ইউএপিএ গোচৰত ছাত্ৰ কৰ্মী ওমৰ খালিদ আৰু চৰ্জিল ইমামক এটা ডাঙৰ মোক্ষম আঘাত দিছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 4, 2026 6:13 pm
33
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীৰ কৰকৰডুমা আদালতে ২০২০ চনৰ দিল্লী হিংসাৰ ডাঙৰ ষড়যন্ত্ৰৰ সৈতে জড়িত ইউএপিএ গোচৰত ছাত্ৰ কৰ্মী ওমৰ খালিদ আৰু চৰ্জিল ইমামক মোক্ষম আঘাত। আদালতে দুয়োজন অভিযুক্তৰে নিয়মীয়া জামিন আবেদন সম্পূৰ্ণৰূপে খাৰিজ কৰিছে। কৰকৰডুমা আদালতৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশ সমীৰ বাজপেয়ীয়ে এই নিৰ্দেশ জাৰি কৰে। ইয়াৰ পূৰ্বে আদালতে দিল্লী আৰক্ষী আৰু অভিযুক্তৰ অধিবক্তা দুয়োপক্ষৰ দীঘলীয়া যুক্তি শুনাৰ পিছত নিজৰ ৰায় সংৰক্ষিত ৰাখিছিল। অভিযুক্তসকলে দীৰ্ঘদিন ধৰি কাৰাগাৰত বন্দী হৈ থকা আৰু গোচৰটোৰ লেহেমীয়া গতিৰ কথা উল্লেখ কৰি সকাহ বিচাৰিছিল, কিন্তু আদালতে তেওঁলোকক জামিন দিবলৈ অস্বীকাৰ কৰে।

শুনানিৰ সময়ত ওমৰ খালিদৰ জ্যেষ্ঠ অধিবক্তা ত্ৰিদীপ পেচে আদালতক জনায় যে উচ্চতম ন্যায়ালয়ে পূৰ্বে জামিন আবেদন নাকচ কৰাৰ সময়ত কৈছিল যে ওমৰ আৰু চৰ্জিলে এবছৰলৈ নতুন জামিন আবেদন কৰিব নোৱাৰিব অথবা সুৰক্ষিত সাক্ষীসকলৰ সাক্ষ্যদান সম্পূৰ্ণ হোৱাৰ পিছতহে জামিন বিচাৰিব পাৰিব। তেওঁ যুক্তি দৰ্শায় যে এই গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়াত এতিয়ালৈকে কোনো বিশেষ অগ্ৰগতি হোৱা নাই। ওমৰ খালিদৰ বিৰুদ্ধে কোনো ধৰণৰ সামগ্ৰী জব্দ কৰা হোৱা নাই আৰু হিংসাত্মক ঘটনাত তেওঁ পোনপটীয়াভাৱে জড়িত থকাৰো কোনো প্ৰমাণ নাই। তেওঁৰ বিৰুদ্ধে মূলতঃ সাক্ষীৰ ভাষ্য আৰু অমৰাৱতীত দিয়া এটা ভাষণৰ ভিডিঅ’হে ৰেকৰ্ডত আছে।

Apply Now

আনহাতে চৰ্জিল ইমামৰ হৈ হাজিৰ হোৱা অধিবক্তা তালিব মুস্তাফাই আদালতত কয় যে তেওঁৰ মক্কেল বিগত প্ৰায় ছয় বছৰ ধৰি কাৰাগাৰত আছে। গোচৰটো এতিয়াও প্ৰাৰম্ভিক পৰ্যায়তে আছে আৰু ই সোনকালে শেষ হোৱাৰ কোনো সম্ভাৱনা দেখা পোৱা নাই। তেওঁ আদালতক কয় যে এই একেটা গোচৰতে আন একাংশ অভিযুক্তই ইতিমধ্যে সকাহ লাভ কৰিছে, গতিকে সমতাৰ নীতিৰ ভিত্তিত চৰ্জিল ইমামকো জামিনৰ সুবিধা দিব লাগে। কিন্তু আদালতে দুয়োৰে যুক্তি নাকচ কৰি তেওঁলোকক জেদতে ৰখাৰ নিৰ্দেশ দিয়ে।

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

October 6, 2026 9:51 pm
প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

October 6, 2026 8:48 pm
ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

October 6, 2026 8:09 pm
ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

October 6, 2026 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

October 6, 2026 9:51 pm
প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

October 6, 2026 8:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd