• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সাৱধান! ফ্ৰী ভাতৰ থালিৰ লোভত মহিলাই হেৰুওৱালে ৯০ হাজাৰ টকা!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 27, 2023 3:55 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিনামমূলীয়া ভাতৰ থালিৰ লোভত পৰি এগৰাকী মহিলাই হেৰুওৱাইছে ৯০ হাজাৰকৈ টকা। এই ঘটনাটো সংঘটিত হৈছে ৰাজধানী দিল্লীত। প্ৰকাশিত বাতৰি মতে দক্ষিণ-পশ্চিম দিল্লীৰ সবিতা শৰ্মা নামৰ মহিলাগৰাকীৰ লগত ঘটিছে এই ঘটনা।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে ৪০ বছৰীয়া মহিলাগৰাকীয়ে চাইবাৰ প্ৰৱঞ্চকৰ ফান্দত ভৰি দি এই বিশাল পৰিমাণৰ ধন হেৰুওৱায়। মহিলাগৰাকীয়ে মোবাইলত এটা এপ ডাউলোড কৰি বিনামূলীয়া ভাতৰ থালি বিচাৰি চাইবাৰ প্ৰৱঞ্চকৰ ফান্দ ভৰি দিয়ে। ইতিমধ্যে মহিলাগৰাকীয়ে ঘটনা সন্দৰ্ভত আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।

বেংকৰ জ্যেষ্ঠ কাৰ্যবাহী হিচাপে কৰ্মৰত ভুক্তভোগী সবিতা শৰ্মাই আৰক্ষীক জনোৱা মতে, তেওঁৰ এজন আত্মীয়ই ফেচবুকত এই বিষয়ে অৱগত কৰিছিল।

Apply Now

২০২২ চনৰ ২৭ নৱেম্বৰত ছাইটটোলৈ গৈছিল আৰু দিয়া নম্বৰটোত ফোন কৰি চুক্তিখনৰ বিষয়ে সোধা-পোছা কৰিছিল। কোনো সঁহাৰি নাপালেও পাছত এটা ফোন কল আহিল আৰু “কলাৰে তেওঁক সাগৰ ৰত্ন (এটা জনপ্ৰিয় ৰেষ্টুৰেণ্ট চেইন)ৰ অফাৰ ল’বলৈ কয়।”, যোৱা ২ মে’ত দাখিল কৰা এফআইআৰত সবিতা শৰ্মাই কয়।

“ফোন কৰাজনে এটা লিংক শ্বেয়াৰ কৰি মোক অফাৰটোৰ সুবিধা ল’বলৈ এপ্লিকেচন এটা ডাউনলোড কৰিবলৈ ক’লে। লগতে তেওঁ এপটোত প্ৰৱেশ কৰিবলৈ ইউজাৰ আইডি আৰু পাছৱৰ্ডও প্ৰেৰণ কৰে। তেওঁ মোক কৈছিল যে যদি মই অফাৰটো পাব বিচাৰো তেন্তে মই প্ৰথমে এই এপত ৰেজিষ্টাৰ কৰিব লাগিব।”-পিটিআইক এইদৰে কয় সবিতা শৰ্মাই।

লগতে কয়, “মই লিংকটোত ক্লিক কৰিলোঁ আৰু এপটো ডাউনলোড হ’ল। তাৰ পিছত ইউজাৰ আইডি আৰু পাছৱৰ্ড দিলোঁ। যি মুহূৰ্তত মই কৰিলোঁ, মোৰ ফোনটোৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলালোঁ। ইয়াক হেক কৰা হৈছিল আৰু তাৰ পিছত মোৰ একাউণ্টৰ পৰা ৪০,০০০ টকা ডেবিট হোৱা বুলি মেছেজ আহিছিল।” শ্ৰীমতী শৰ্মাই কয় যে কেইছেকেণ্ডমানৰ পিছত তেওঁৰ আন এটা মেছেজ আহিল যে তেওঁৰ একাউণ্টৰ পৰা  ৫০,০০০ টকা উলিয়াই নিয়া হৈছে।

আৰক্ষীয়ে এজাহাৰ ভিত্তিত সমগ্ৰ ঘটনাটো তদন্ত কৰি আছে।

ভুক্তভোগী শৰ্মাই পিটিআইক জনোৱা মতে, এতিয়াও হোৱাটছএপৰ জৰিয়তে মানুহৰ মাজত এনেধৰণৰ জালিয়াতিৰ অফাৰৰ ৱেব লিংক প্ৰচলিত হৈ আছে আৰু সময়মতে ব্যৱস্থা গ্ৰহণ নকৰিলে আন বহু লোক ইয়াৰ চিকাৰ হ’ব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

October 13, 2026 1:37 pm
হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

October 13, 2026 11:45 am
ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

October 13, 2026 11:01 am
জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

October 13, 2026 10:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

October 13, 2026 1:37 pm
হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

October 13, 2026 11:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd