• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চাহ বাগিচা সমূহত পৰ্যাপ্ত চিকিৎসক আৰু স্বাস্থ্যকর্মী নিযুক্তিৰ দাবী লিবাৰেল ডেমক্রেটিক পাৰ্টি, অসমৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 27, 2020 3:27 pm
WTN171017-Cinnamara-Tea-Estate-Hospital_preview-1024x576

প্ৰতিনিধিত্বমূলক ফ'টো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’ৰ’না মহামাৰীয়ে অসমত ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সময়তে অসমৰ চাহ বাগিচা সমূহৰ স্বাস্থ্য ব্যবস্থাৰ পয়ালগা দিশটো সন্মুখলৈ আহিছে।

অতি উদ্বেগজনক কথাটো হ’ল যে ৰাজ্যৰ প্ৰায় ৭০ শতাংশ চাহ বাগিচাত নাই চিকিৎসক।

Apply Now

ৰাজ্যৰ প্ৰায় ৮৫০ খন চাহ বাগিচাৰ মাত্র ৩০-৪০ শতাংশ বাগিচাৰ চিকিৎসালয়তহে আছে চিকিৎসক।সততে পুঁজিপতি গোষ্ঠীৰ স্বাৰ্থত কাম কৰা চৰকাৰ খনৰো এই ক্ষেত্ৰত কোনো কাণসাৰ নাই।

অসমৰ অৰ্থনীতিলৈ সৰ্বাধিক অৰিহণা যোগোৱা চাহ শ্রমিক সকলৰ ক্ষেত্রত চৰকাৰৰ উদাসীনতা কোনো নতুন কথা নহয়। তেওঁলোকৰ শিক্ষা, স্বাস্থ্য, উপযুক্ত মজুৰি আদি সকলো দিশতে চৰকাৰে অৱহেলাৰ মনোভাৱ পোষণ কৰি আহিছে।

বছৰৰ পিছত বছৰ আবেদন-নিবেদন, ধৰ্ণা-প্ৰতিবাদেও চৰকাৰৰ গা লৰাব পৰা নাই। এক প্ৰেছ  বিজ্ঞপ্তিত এইদৰে কয় লিবাৰেল ডেম’ক্ৰেটিক পাৰ্টি, অসমৰ।

যি সময়ত সমগ্র ৰাজ্যই গণসংক্ৰণৰ শংকাত ভূগিছে তেনে সময়ত ৰাজ্যৰ লাখ লাখ চাহ শ্রমিকে নিজৰ জীৱনৰ প্ৰতি অহা শংকা নেওচি কৰ্তব্য পালন কৰি আহিছে। তাৰোপৰি বাগিচাৰ চিকিৎসালয় সমূহত ঔষধ যোগানো সন্তোষজনক নহয়। প্ৰয়োজনীয় ঔষধ পাতিও উপলব্ধ নহয়।  বিজ্ঞপ্তিত এনেদৰে কয়।

পাৰ্টিয়ে আৰু কয়, উল্লেখযোগ্য যে বাগিচাসমূহত এতিয়ালৈ নমুনা সংগ্রহৰ কামো আৰম্ভ হোৱা নাই। যিহেতু চাহ বাগিচাৰ কামত সকলো সময়তে সামাজিক ব্যৱধান বজাই ৰখাটো সম্ভৱ নহয়। গতিকে চাহ বাগিচা সমূহত ব্যাপক হাৰত নমুনা সংগ্রহ কৰা আৰু পৰীক্ষা কৰাটো অতি প্ৰয়োজনীয়।

এনে এটা জটিল সময়ত চাহ শ্রমিক সকলৰ সুৰক্ষাৰ প্ৰতি চৰকাৰে অৱহেলা কৰাৰ বিষয়টোক এল ডি পিয়ে নিন্দা কৰিছে। এইদৰে কয় এল ডি পিয়ে।

প্ৰেছ বিজ্ঞপ্তিত এল ডি পিয়ে আৰু কয় যে, চাহ বাগিচা সমূহত চৰকাৰে চিকিৎসক নিযুক্তি দিয়ক, ঔষধ আৰু চিকিৎসা সম্পর্কীয় সকলো ধৰণৰ সঁজুলি চৰকাৰে অনতি পলমে যোগান ধৰক।

মুখ্যমন্ত্ৰী ডাঙৰীয়াই ২০ টকীয়া একোটা মাস্ক বিতৰণৰ বাবে ৫-৬ লাখ টকা খৰচ কৰি চাহ বাগিচালৈ হেলিকপ্টাৰ লৈ যোৱাৰ পৰিবৰ্তে তেওঁলোকৰ সমস্যা সমূহ সমাধানত গুৰুত্ব আৰোপ কৰক। অন্যথা গণসংক্ৰমন হ’লে বাগিচা সমূহৰ পৰিস্থিতি নিয়ন্ত্রণ কৰাটো অসম্ভৱ হৈ পৰিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd