• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিক্ষানুষ্ঠানৰ কাষত ধঁপাত আৰু ধঁপাত জাতীয় সামগ্ৰীৰ বিক্ৰী সম্পূৰ্ণভাবে নিষিদ্ধ কৰাৰ দাবী

এন ই নাও নিউজ by এন ই নাও নিউজ
August 2, 2021 6:39 am
Anti-tobacco-drive

প্ৰতিনিধিত্বমূলক ফাইল ফটো।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিশু, কিশোৰ আৰু যুব প্ৰজন্মক যি কোনো প্ৰকাৰৰ ধঁপাত আৰু ধঁপাত জাতীয় সামগ্ৰী বিক্ৰীৰ তীব্ৰ বিৰোধিতা কৰিছে অসম চেম্বাৰ অফ কমাৰ্চ, কনজিউমাৰ ভয়েছ, নতুন দিল্লী আৰু কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰাম, অসমে।

সংগঠন তিনিটাই চিগাৰেট এণ্ড আডাৰ টবাকো প্ৰডাক্ট এক্ট-২০০৩ (কটপা) আইনখন কঠোৰ ভাবে বলবৎ কৰাৰ লগতে শিক্ষানুষ্ঠানৰ কাষত ধঁপাত আৰু ধঁপাত জাতীয় সামগ্ৰীৰ বিক্ৰী কঠোৰভাবে নিষিদ্ধ কৰাৰ দাবী উত্থাপন কৰিছে।

Apply Now

এক যৌথ বিবৃতিত অসম চেম্বাৰ অফ কমাৰ্চ, কনজিউমাৰ ভয়েচ, নতুন দিল্লী আৰু কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰাম, অসমে অভিভাৱক, শিক্ষক, শিক্ষানুষ্ঠান আৰু হোষ্টেলৰ পৰিচালক সকলক আহ্বান জনাই কয় যে ধঁপাত আৰু ধঁপাত জাতীয় সামগ্ৰী সেৱনৰ ফলত স্বাস্থ্যৰ ওপৰত পৰিব পৰা ভয়াবহ প্ৰভাব আৰু ইয়াৰ পৰা হবলগীয়া ৰোগৰ বিষয়ে শিশু, কিশোৰ আৰু যুৱ প্ৰজন্মক বুজোৱা উচিত যাতে তেওঁলোক ধঁপাত আৰু ধঁপাত জাতীয় সামগ্ৰীৰ প্ৰতি আসক্ত নহয়।

যৌথ বিবৃতিটোত অসম চেম্বাৰ অফ কমাৰ্চৰ অধ্যক্ষ ৰূপম গোস্বামী কয় যে প্ৰতিজন ব্যৱসায়ী কটপা-২০০৩ আইনৰ প্ৰতিটো ধাৰা মানি চলা উচিত। ইয়াৰ দ্বাৰা এই আইন বলবৎ কৰাৰ ক্ষেত্ৰত সহায়ক হব।

তেওঁ কয় যে কটপা আইনৰ ধাৰা সমূহ যদি বলবৎ হোৱা নাই তেন্তে এই আইনে সমাজৰ একো পৰিৱৰ্তন আনিব নোৱাৰিব। ইয়াৰ বাবে চৰকাৰে ব্যাপক সজাগতা সৃষ্টি কৰিব লাগিব। অসম চেম্বাৰ অফ কমাৰ্চৰ যদি কোনো সদস্যই এই আইন উলংঘা কৰে তেন্তে তেনে সদস্যৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হব।

কনজিউমাৰ ভয়েচ, নতুন দিল্লীৰ সচিব আৰু মুখ্য কাৰ্যবাহী বিষয়া অসীম স্যনেলে যৌথ বিবৃতিত স্বাক্ষৰ কৰি অসম  চেম্বাৰ অফ কমাৰ্চৰ সদস্যভুক্ত প্ৰতিজন ব্যৱসায়ীকে বর্তমানৰ আৰু সংশোধিত কটপা আইন কাৰ্যক্ষেত্ৰত মানি চলিবলৈ আহ্বান জনায়।

তেওঁ অভিযোগ কৰি কয় যে বিগত বৰ্ষত দেশৰ অন্য প্ৰান্তৰ লগতে অসমতো চলোৱা এক সমীক্ষাত স্পষ্ট হৈ পৰিছে যে কটপা আইন উলংঘা কৰি একাংশ ব্যৱসায়ীয়ে শিক্ষানুষ্ঠানৰ নিচেই কাষতে ধঁপাত আৰু ধঁপাত জাতীয় সামগ্ৰী মুকলি ভাৱে বিক্ৰী কৰি আছে।

ধঁপাত আৰু ধঁপাত জাতীয় সামগ্ৰী বিক্ৰীৰ স্বাৰ্থত ব্যৱসায়ী সকলে এনেদৰে শিশু, কিশোৰ আৰু যুৱ প্ৰজন্মক লক্ষ্য কৰি লোৱাটো আইন বিৰুদ্ধ আৰু অনুচিত। ব্যৱসায়ী সকল এনে কাৰ্যৰ পৰা আঁতৰি থকা উচিত বুলি তেওঁ কয় ।

যৌথ বিবৃতিটোত অন্যতম স্বাক্ষৰকাৰী কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰাম,অসমৰ সচিব অধিবক্তা অজয় হাজৰিকাই কয় যে ধঁপাত আৰু ধঁপাত জাতীয় সামগ্ৰীৰ নিয়ন্ত্ৰণ কৰা মানেই ধঁপাত বিক্রেতাৰ জীৱিকাক ক্ষতি কৰাটো নুবুজায়। ধঁপাত আৰু ধঁপাত জাতীয় সামগ্ৰীৰ ব্যৱহাৰৰ ফলত হব পৰা ক্ষতিৰ পৰা শিশু, কিশোৰ আৰু যুৱ প্ৰজন্মৰ জীবন  ৰক্ষা কৰা ক্ষেত্ৰত ব্যৱসায় সকলৰো দায়িত্ব আছে।

শিক্ষানুষ্ঠানৰ কাষত ধঁপাত আৰু ধঁপাত জাতীয় সামগ্ৰী বিক্ৰী কৰা ব্যৱসায়ী সকলে এবাৰ চিন্তা কৰি চোৱা উচিত যে এই সামগ্ৰী সমূহে শিশু, কিশোৰ আৰু যুৱ প্ৰজন্মৰ কাৰণে কেনেকৈ নীৰৱ ঘাটকৰ দৰে কাম কৰি আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীত ইটোৰ পিছত সিটো নৃশংস ধৰ্ষণ! নিজাববীয়া পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ; মনত পেলালে ‘নিৰ্ভয়া’ৰ স্মৃতি

দিল্লীত ইটোৰ পিছত সিটো নৃশংস ধৰ্ষণ! নিজাববীয়া পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ; মনত পেলালে ‘নিৰ্ভয়া’ৰ স্মৃতি

September 28, 2026 1:47 pm
পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

September 28, 2026 12:57 pm
আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত কি ক’লে ককৰোচ জনতা পাৰ্টিৰ আশুতোষ ৰাংকাই?

আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত কি ক’লে ককৰোচ জনতা পাৰ্টিৰ আশুতোষ ৰাংকাই?

September 28, 2026 11:43 am
পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

September 28, 2026 10:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত ইটোৰ পিছত সিটো নৃশংস ধৰ্ষণ! নিজাববীয়া পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ; মনত পেলালে ‘নিৰ্ভয়া’ৰ স্মৃতি

দিল্লীত ইটোৰ পিছত সিটো নৃশংস ধৰ্ষণ! নিজাববীয়া পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ; মনত পেলালে ‘নিৰ্ভয়া’ৰ স্মৃতি

September 28, 2026 1:47 pm
পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

September 28, 2026 12:57 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd