• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰথমবাৰৰ বাবে সেনাবাহিনীত মহিলাৰ বাবে সামৰিক সেৱা বাধ্যতামূলক কৰিলে ডেনমাৰ্কে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 14, 2024 3:27 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডেনমাৰ্কে প্ৰথমবাৰৰ বাবে সেনাবাহিনীত মহিলাসকলৰ বাবে বাধ্যতামূলক সামৰিক সেৱা প্ৰৱৰ্তনৰ পৰিকল্পনা ঘোষণা কৰিছে। একে সময়তে সেনাবাহিনীত বাধ্যতামূলক সেৱাৰ সময়সীমাও বৃদ্ধি কৰা হ’ব।

ডেনমাৰ্কত এতিয়া কেৱল পুৰুষৰ বাবে বাধ্যতামূলকভাৱে সৈনিক হিচাপে নিযুক্তি দিয়া হয়। অৰ্থাৎ দেশৰ মহিলাসকলে নিজৰ ইচ্ছামতে সেনাবাহিনীত যোগদান কৰিব পাৰে। কিন্তু এইবাৰ ডেনমাৰ্ক চৰকাৰে ২০২৬ চনৰ পৰা মহিলাসকলৰ বাবে বাধ্যতামূলক সামৰিক সেৱাৰ নিয়ম কাৰ্যকৰী কৰাৰ পৰিকল্পনা কৰিছে।

এই আইন কাৰ্যকৰী হ’লে ডেনমাৰ্ক হ’ব ইউৰোপৰ তৃতীয়খন দেশ যিয়ে মহিলাৰ সামৰিক বাহিনীত যোগদান কৰাটো বাধ্যতামূলক কৰি তুলিব। বাকী দুখন দেশ হ’ল নৰৱে আৰু ছুইডেন।

Apply Now

লগতে পঢ়কঃ বিস্ময়! ৭০ বছৰ ধৰি লোহাৰ হাওঁফাওঁ লৈ জীৱন কটোৱা পল আলেকজেণ্ডাৰৰ মৃত্যু

ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মেটে ফ্ৰেডেৰিকচেনে যোৱা বুধবাৰে সেনাৰ নিযুক্তি নিয়ম সংস্কাৰৰ পৰিকল্পনা ঘোষণা কৰি কয় যে “চৰকাৰে লিংগ সমতা নিশ্চিত কৰাৰ বাবে সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ”।

ডেনমাৰ্কত এতিয়া চাৰি মাহৰ বাবে সেনাবাহিনীত বাধ্যতামূলক সেৱা। দেশৰ চৰকাৰেও এই সময়সীমা ১১ মাহলৈ বৃদ্ধি কৰাৰ কথা চিন্তা কৰিছে।

স্ক্যাণ্ডিনেভিয়ান দেশখনে প্ৰতিৰক্ষা বাজেট বৃদ্ধিৰ বাবেও চেষ্টা চলাইছে। নাটোৱে নিজৰ লক্ষ্য পূৰণৰ বাবে অহা পাঁচ বছৰত প্ৰতিৰক্ষা ব্যয় প্ৰায় ৬ বিলিয়ন ডলাৰলৈ বৃদ্ধি কৰিব বিচাৰিছে।

ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মেট ফ্ৰেডেৰিকচেনে কয় যে `আমি নিজকে নতুন অস্ত্ৰৰে সজ্জিত কৰিছো, কিন্তু তাৰ অৰ্থ এইটো নহয় যে আমি যুদ্ধ বিচাৰো। আমি নিজকে অস্ত্ৰৰে সজ্জিত কৰিছো কাৰণ আমি ইয়াক (যুদ্ধ) এৰাই চলিব বিচাৰো।’

লগতে পঢ়কঃ শ্বেয়াৰ বজাৰত বৃহৎ পতন; আদানীৰ ৬৬ হাজাৰ কোটি, আম্বানীৰ ৩০ হাজাৰ কোটিৰ লোকচান!

যোৱা বছৰ ডেনমাৰ্কত ৪৭০০ লোকে সেনাবাহিনীত যোগদান কৰিছিল। ইয়াৰে প্ৰায় ২৫ শতাংশ মহিলা। এই সংখ্যা বছৰি ৫ হাজাৰলৈ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰা হৈছে।

ডেনমাৰ্কৰ জনসংখ্যা প্ৰায় ৬০ লাখ। দেশৰ সামৰিক বাহিনীত বৰ্তমান প্ৰায় ২০ হাজাৰ সক্ৰিয় সদস্য আছে। তাৰ ভিতৰত পেছাদাৰী জোৱানৰ সংখ্যা প্ৰায় ৯ হাজাৰ।

২০২২ চনৰ ফেব্ৰুৱাৰী মাহত ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ আৰম্ভ কৰাৰ পিছৰে পৰা ইউৰোপত উত্তেজনা বৃদ্ধি পাইছে। ইউক্ৰেইনক সমৰ্থন কৰা দেশসমূহৰ ভিতৰত ডেনমাৰ্ক অন্যতম। দেশখনে ইউক্ৰেইনক অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ আৰু ধন যোগান ধৰিছে। ডেনমাৰ্কে ইউক্ৰেইনৰ পাইলটসকলক আমেৰিকাত নিৰ্মিত এফ-১৬ যুদ্ধ বিমান কেনেকৈ উৰুৱাব লাগে সেই বিষয়ে প্ৰশিক্ষণ দিছে।

লগতে পঢ়কঃ কুকুৰৰ পৰা সাৱধান! ভাৰতত নিষিদ্ধ হ’ল পিটবুলকে ধৰি হিংস্ৰ কুকুৰ বিক্ৰী; আপোনাৰো আছে নেকি?

সামৰিক মিত্ৰজোঁট নাটোৱে ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ ওপৰত গুৰুত্ব আৰোপ কৰি ইউৰোপত নিজৰ প্ৰতিৰক্ষা খণ্ড শক্তিশালী কৰিব বিচাৰিছে। শেহতীয়াকৈ ফিনলেণ্ড আৰু ছুইডেনে নাটোত যোগদান কৰিছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘হাত কাটি দিয়া হ’ব’, সিন্ধুৰ পানী বন্ধ কৰিলে ভাৰতৰ বিৰুদ্ধে যুদ্ধৰ ভাবুকি পাকিস্তানৰ

‘হাত কাটি দিয়া হ’ব’, সিন্ধুৰ পানী বন্ধ কৰিলে ভাৰতৰ বিৰুদ্ধে যুদ্ধৰ ভাবুকি পাকিস্তানৰ

June 30, 2026 12:13 pm
গুৱাহাটীত ভূমিস্খলনৰ ভয়াৱহ শংকা! কামৰূপ মহানগৰ জিলাৰ ৩৬৬ টা স্থানত বিশেষ সতৰ্কতা জাৰি কৰিলে দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই

গুৱাহাটীত ভূমিস্খলনৰ ভয়াৱহ শংকা! কামৰূপ মহানগৰ জিলাৰ ৩৬৬ টা স্থানত বিশেষ সতৰ্কতা জাৰি কৰিলে দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই

June 30, 2026 12:05 pm
উচ্চতম ন্যায়ালয়ত পৰাজিত ট্ৰাম্প; মহিলা সাংবাদিকক দিব লাগিব ৫০ লাখ ডলাৰ ক্ষতিপূৰণ

উচ্চতম ন্যায়ালয়ত পৰাজিত ট্ৰাম্প; মহিলা সাংবাদিকক দিব লাগিব ৫০ লাখ ডলাৰ ক্ষতিপূৰণ

June 30, 2026 11:27 am
পানীৰ ওপৰত ওপঙি থাকিব বিমানবন্দৰ! নিৰ্মাণ হ’ব ভাৰতৰ প্ৰথমটো ভাসমান এয়াৰপোৰ্ট

পানীৰ ওপৰত ওপঙি থাকিব বিমানবন্দৰ! নিৰ্মাণ হ’ব ভাৰতৰ প্ৰথমটো ভাসমান এয়াৰপোৰ্ট

June 30, 2026 10:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘হাত কাটি দিয়া হ’ব’, সিন্ধুৰ পানী বন্ধ কৰিলে ভাৰতৰ বিৰুদ্ধে যুদ্ধৰ ভাবুকি পাকিস্তানৰ

‘হাত কাটি দিয়া হ’ব’, সিন্ধুৰ পানী বন্ধ কৰিলে ভাৰতৰ বিৰুদ্ধে যুদ্ধৰ ভাবুকি পাকিস্তানৰ

June 30, 2026 12:13 pm
গুৱাহাটীত ভূমিস্খলনৰ ভয়াৱহ শংকা! কামৰূপ মহানগৰ জিলাৰ ৩৬৬ টা স্থানত বিশেষ সতৰ্কতা জাৰি কৰিলে দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই

গুৱাহাটীত ভূমিস্খলনৰ ভয়াৱহ শংকা! কামৰূপ মহানগৰ জিলাৰ ৩৬৬ টা স্থানত বিশেষ সতৰ্কতা জাৰি কৰিলে দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই

June 30, 2026 12:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd