• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰতিশ্ৰুতি ৰক্ষাত ব্যৰ্থ মোদী : টাৱাৰত উঠি আত্মহত্যাৰ চেষ্টা কাগজকলৰ ভুক্তভোগী কৰ্মচাৰীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 24, 2018 11:47 am
PaperMill
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা প্ৰায় দুবছৰ ধৰি বন্ধ হৈ থকা নগাওঁ কাগজকলৰ কৰ্মচাৰীয়ে কলটো পুনৰুজ্জীৱিত কৰাৰ চৰকাৰৰ প্ৰতিশ্ৰুতিৰ কোনো অগ্ৰগতি দেখা নাপাই প্ৰতিবাদ কৰিবলৈ আত্মহত্যাৰ দৰে পন্থা ল’ব লগীয়া হৈছে।

২৫ ডিচেম্বৰত বগীবিল দলং উদ্বোধনৰ কাৰ্য্যসূচী লৈ মোদীৰ অসম ভ্ৰমণৰ ২৪ ঘণ্টাৰ দিনৰ পূৰ্বে আজি জাগীৰোডস্থিত কাগজকলটোৰ এজন হতাশাগ্ৰস্ত কৰ্মচাৰীয়ে ম’বাইল টাৱাৰত উঠি আত্মহত্যাৰ চেষ্টা চলায়।

Apply Now

আত্মহত্যাৰ ভাবুকিৰে সুউচ্চ ম’বাইল টাৱাৰত উঠি থকা ব্যক্তিজনক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। ঘটনাৰ বিষয়ে জানিব পাৰি আৰক্ষী আৰু প্ৰশাসনৰ লোক উপস্থিত হৈ মানুহজনক বুজাবৰ চেষ্টা কৰে। আৰক্ষী, প্ৰশাসন আৰু উপস্থিত ৰাইজৰ অনুৰোধত অৱশেষত কৰ্মচাৰীজন টাৱাৰৰ পৰা কিছু সময়ৰ পূৰ্বে নামি আহে বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে যোৱা ২২ মাহে দৰমহা পোৱা নাই নগাওঁ কাগজ কলৰ কৰ্মচাৰীয়ে। ফলত পৰিয়াল চলোৱা, নিজৰ সন্তানৰ পঢ়া-শুনাৰ খৰচ আদি যোগাৰত চৰম সংকটত পৰিছে কৰ্মচাৰীসকল।

কাগজকলটোৰ আন এজন কৰ্মচাৰীয়েও পূৰ্বে আত্মহননৰ চেষ্টা চলাইছিল। আনহাতে সন্দিকৈ মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰীয়েও মুখ্য মন্ত্ৰী সোণোৱালৰ আগত কাগজকলটো বন্ধ হৈ পৰাত কৰ্মচাৰী দেউতাকৰ অৱস্থাৰ কথা বিৱৰি চকুলো টুকিছিল।

আনহাতে, ২০১৬ চনৰ বিধানসভা নিৰ্বাচনৰ আগে আগে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শিলচৰৰ এখন জনসভাত ভাষণত ২০১৫ চনৰ অক্টোবৰৰ পৰা বন্ধ হৈ থকা কাছাৰ কাগজ কল পুনৰুজ্জীৱিত কৰাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু ২০১৬ চনৰ ১৩ মাৰ্চৰ পৰা নগাওঁ কাগজকলৰ উৎপাদনো বন্ধহে হ’ল। ফলত কাগজকল দুটাত কৰ্মৰত শ শ কৰ্মচাৰীৰ পৰিয়ালত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে।

ইফালে বন্ধ হৈ থকা নগাওঁ কাগজকলটো পুনৰুজ্জীৱিত কৰাৰ বাবে চৰকাৰৰ উদ্যোগ বিচাৰি কাগজকল মজদুৰ সংঘৰ এটা সঁজাতী দলে যোৱা বছৰৰ ডিচেম্বৰ মাহত ৰাজ্যপাল জগদীশ মুখীক সাক্ষাত কৰিছিল। তেতিয়াও ৰাজ্যপালজনে কলটো পুনৰুজ্জীৱিত কৰিবৰ বাবে তেওঁ নিজে উদ্যোগ গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু এই সকলোবোৰ প্ৰতিশ্ৰুতি কেৱল প্ৰতিশ্ৰুতি হৈয়ে থাকিল।

মোদীৰ ভ্ৰমণৰ দিনাই মানৱ শৃংখলেৰে প্ৰতিবাদ কৰিব নগাওঁ আৰু কাছাৰ কাগজকলৰ কৰ্মচাৰীয়ে

আনহাতে কাগজকল কৰ্মী য়ুনিয়নে জানিবলৈ দিছে যে তেওঁলোকে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বঞ্চনাৰ প্ৰতিবাদত ২৫ ডিচেম্বৰৰ দিনা এটা প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰিব। এই প্ৰতিবাদী কাৰ্য্যসূচীত দুয়োটা কলৰ কৰ্মচাৰীসকলে নগাওঁ কাগজকলৰ পৰা দেওশাল শিৱমন্দিৰলৈকে বৃহৎ মানৱ শৃংখল উলিয়াব কৰ্মচাৰীসকলে। ২৪ ডিচেম্বৰত অনুষ্ঠিত এখন সংবাদমেলত য়ুনিয়নে এই কথা জানিবলৈ দিয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd