• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ফ্লয়েড হত্যাৰ গোচৰত দোষী সাৱ্যস্ত আৰক্ষী বিষয়া; গুৰুত্বপূৰ্ণ মন্তব্য ৰাষ্ট্ৰপতি জো বিডেনৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 21, 2021 2:35 pm
Joe Biden

আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বিডেন।

346
VIEWS
Share on FacebookShare on Twitter

এতিয়া একোৱে জৰ্জ ফ্লয়েডক ঘুৰাই আনিব নোৱাৰে। কিন্তু কোনো ডাঙৰ পদক্ষেপ লোৱাৰ ক্ষেত্ৰত আমেৰিকাক বিচাৰ প্ৰক্ৰিয়াত এঢাপ আগুৱাই লৈ যাব। এই মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বিডেনৰ।

মিনেয়াপলিচৰ আৰক্ষী বিষয়া ডেকেৰ চাওভিন ফ্লয়েড হত্যাৰ গোচৰত দোষী সাৱ্যস্ত হোৱাৰ পাছতে এইদৰে মন্তব্য কৰিছে জো বিডেনে।

ৰাষ্ট্ৰক উদ্দেশ্যি মঙলবাৰে বিডেনে কয়, ’’মিনেছোটাৰ বিচাৰকে জৰ্জ ফ্লয়েডৰ হত্যাত মিনেছোটাৰ প্ৰাক্তন আৰক্ষী বিষয়া ডেৰেক চাওভিনক দোষী সাৱ্যস্ত কৰিছে। ৰায়দান এতিয়াও বাকী। জৰ্জ ফ্লয়েডক একোৱে আৰু ঘুৰাই আনিব নোৱাৰে। কিন্তু আমেৰিকাৰ বিচাৰ ব্যৱস্থাত এইটো এটা ডাঙৰ পদক্ষেপ হ’ব পাৰে।‘’

তেওঁ কয়,’’কোনোৱে আইনৰ উৰ্ধত নহয়। এই ৰায়ে সেই বাৰ্তা বহন কৰিছে। তথাপি এয়াই যথেষ্ট নহয়। আমি ইয়াতেই ৰৈ যাব নোৱাৰো। বাস্তৱিকতে পৰিৱৰ্তন তথা সংশোধনৰ প্ৰয়োজন। এই ৰাষ্ট্ৰীয় ট্ৰেজেডি আৰু যাতে নঘটে তাৰ বাবে আমি আৰু বহুত কিছু কৰিব লাগিব।‘’

ৰাষ্ট্ৰপতি বিডেনে লগতে কয়,’’ঘটনাৰ এবছৰো হোৱা নাই। ইয়াৰ ভিতৰতে এনেকুৱা সিদ্ধান্ত লোৱা হ’ল। মই ফ্লয়েডৰ পৰিয়ালক আশ্বাস দিছো যে জৰ্জ ফ্লয়েডৰ ন্যায় বিচাৰৰ বাবে আমি যুঁজ দিম।‘’

মঙলবাৰে ফ্লয়েডৰ পৰিয়ালৰ সৈতে ৰাষ্ট্ৰপতি বিডেন আৰু উপ ৰাষ্ট্ৰপতি কমলা হেৰিছে কথাও পাতে।

উল্লেখ্য যে যোৱা বছৰ ২৫ মে’ত জৰ্জ ফ্লয়েডক গ্ৰেপ্তাৰ কৰিবলৈ গৈ শ্বেতাংগ আৰক্ষী বিষয়া ডেৰেক চাওভিনে নিৰ্যাতন চলোৱাৰ লগতে আঠুৰে ফ্লয়েডৰ ডিঙিত চেপি ধৰিছিল।

ইয়াৰ ফলত শ্বাস লোৱাত কষ্ট পোৱা বুলি বাবে বাৰে আৰক্ষীক কাতৰ আবেদন জনাইছিল। কিন্তু আৰক্ষীয়ে তেতিয়া তেওঁৰ কাতৰ আৰ্তনাদক গুৰুত্ব দিয়া নাছিল। ফ্লয়েডৰ মৃত্যু হয় আৰু তেওঁৰ মৃত্যুত  আমেৰিকাতেই নহয়, সমগ্ৰ বিশ্বতে প্ৰতিবাদৰ জোৱাৰ উঠিছিল।

Recent News

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd