DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, August 11, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিষয়াৰ পদ মৰ্যাদাক লৈ ল’ৰা-ধেমালি গুৱাহাটীৰ প্ৰাগজ্যোতিষ কলেজৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 20, 2019 10:45 pm
111-3

প্ৰাগজ্যোতিষ কলেজ আৰু (ইনছেটত) ৰাজীৱ প্ৰকাশ বৰুৱা। ফাইল ফটো

2.4k
VIEWS
Share on FacebookShare on Twitter

নিশাটোৰ ভিতৰতে এগৰাকী অৱসৰপ্ৰাপ্ত এচিএছ বিষয়াই লাভ কৰিলে পদোন্নতি।

হয়, অসম আসামৰিক সেৱা (এচিএছ)ৰ বিষয়া ৰাজীৱ প্ৰকাশ বৰুৱা হঠাৎ হৈ পৰিল অতিৰিক্ত মুখ্য সচিব।

প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ ইন্টাৰনেল কোৱালিটি এছিউৰেন্স চেলৰ পৰা সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা আমন্ত্ৰণী পত্ৰত ৰাজীৱ প্ৰকাশ বৰুৱাক অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব বুলি উল্লেখ কৰা হৈছে।

‘’শ্ৰী ৰাজীৱ প্ৰকাশ বৰুৱা, অতিৰিক্ত মুখ্য সচিব, অসম চৰকাৰ, অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বুলি কথা দিছে,’’-সহযোগী সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা আমন্ত্ৰণী পত্ৰত এইদৰে উল্লেখ কৰা হৈছে।

এইখিনিতে উল্লেখযোগ্য যে ৰাজীৱ প্ৰকাশ বৰুৱাই যোৱা ২০১৮ চনৰ ৩০ ছেপ্টেম্বৰত অসম চৰকাৰৰ অতিৰিক্ত সচিব পদৰ পৰা অৱসৰ গ্ৰহণ কৰিছে।

বৰুৱাই অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ সঞ্চালক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

অৱসৰ গ্ৰহণৰ পাছতেই তেওঁক বিশেষ বিবেচনাৰে তথ্য আৰু জনসংযোগ বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়া (অ’ এছ ডি) হিচাপে নিযুক্তি দিয়া হৈছিল।

তদুপৰি, বৰুৱাক অতিৰিক্ত সচিব পদ মৰ্যাদাৰেও নিযুক্তি দিয়া হৈছিল।

আমন্ত্ৰণী পত্ৰখনত স্বাক্ষৰ কৰিছে প্ৰাগজ্যোতিষ কলেজৰ ইন্টাৰনেল কোৱালিটি এছিউৰেন্স চেলৰ সমন্বয়ক ড০ মনজিৎ কুমাৰ মজুমদাৰে।

Recent News

বিজেপিৰ বিধায়ক প্ৰশান্ত ফুকনলৈ পুতৌ লাগে, তিনিবাৰ জিকাৰ পিছতো নাপালে মন্ত্ৰিত্ব: ৰাণা গোস্বামী

বিজেপিৰ বিধায়ক প্ৰশান্ত ফুকনলৈ পুতৌ লাগে, তিনিবাৰ জিকাৰ পিছতো নাপালে মন্ত্ৰিত্ব: ৰাণা গোস্বামী

আজি পৱিত্ৰ ৰাখী বন্ধনঃ বাঁহৰ কাঠি আৰু সূতাৰে ৰাখী প্ৰস্তুত কৰিলে India Book Of Records ত নাম অন্তৰ্ভূক্ত হোৱা অলিস্মিতা শইকীয়াই

আজি পৱিত্ৰ ৰাখী বন্ধনঃ বাঁহৰ কাঠি আৰু সূতাৰে ৰাখী প্ৰস্তুত কৰিলে India Book Of Records ত নাম অন্তৰ্ভূক্ত হোৱা অলিস্মিতা শইকীয়াই

টয়লেটত ’বুলু ফিল্ম’! দৰাচলতে কি হৈছে এয়া?

টয়লেটত ’বুলু ফিল্ম’! দৰাচলতে কি হৈছে এয়া?

উলংগ হৈ লোকজনে কৰি আছিল ছানবাথ, হঠাতে চৰাইৰ কণী বুলি ভুল কৰি অণ্ডকোষ ছিঙি লৈ গ’ল ছিগাল চৰায়ে!

উলংগ হৈ লোকজনে কৰি আছিল ছানবাথ, হঠাতে চৰাইৰ কণী বুলি ভুল কৰি অণ্ডকোষ ছিঙি লৈ গ’ল ছিগাল চৰায়ে!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd