• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পৈশাচিক! সাধাৰণ কলড্ৰিংকছ চুৰিৰ বাবে নিৰ্মম অত্যাচাৰ চাৰি অবোধ শিশুৰ ওপৰত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 11, 2023 4:13 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বোকাখাতৰ ডিফলু চাহ বাগিচাত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা এক জঘন্য ঘটনা। সামান্য শীতল পানীয় চুৰিৰ অভিযোগতে চাৰি কনমানিৰ ওপৰত বৰ্বৰ ,অমানুষিক অত্যাচাৰ চলালে একাংশ মানৱৰূপী দানৱে।

জানিব পৰা মতে, শুকুৰবাৰে ডিফলু চাহ বাগিচাৰ কলঘৰ সমীপৰ পাপু ঠাকুৰ নামৰ  লোকজনৰ দোকানৰ পৰা কেইটামান “লিছি”ৰ বটল চুৰি কৰাৰ সাধাৰণ অপৰাধতে জঘন্য অপৰাধীৰ দৰে চাৰি শিশুক ৰাজহুৱা স্থানত আঠু কঢ়াই বৰ্বৰভাৱে প্ৰহাৰ কৰি তালিবানী শাস্তি বিহিলে একাংশই। কেৱল ইমানেই নহয় বৰ্বৰতাৰ সীমা চেৰাই চাৰি কণমাণিৰ মূৰৰ চুলি ক্ষুৰাই আসুৰিক তৃপ্তি লভিলে দোকানখনৰ স্বত্বাধিকাৰ পাপু ঠাকুৰৰ লগতে একাংশ পাষণ্ডই।

Apply Now

প্ৰায় চাৰি ঘন্টাৰো অধিক সময় একাংশ দানৱৰ বৰ্বৰ অত্যাচাৰৰ সন্মুখীন হ’ব লগা হ’ল মাত্ৰ ৭/৮ বছৰীয়া চাৰিটা অবোধ শিশু।

অৱশেষত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ চাৰি শিশুক উদ্ধাৰ কৰাৰ লগতে চিকিৎসাৰ ব্যৱস্থা কৰে। ইতিমধ্যে মুল অভিযুক্ত পাপু ঠাকুৰক আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে।

উল্লেখযোগ্য যে এই সমগ্ৰ ঘটনা কেশৱ কুৰ্মী নামৰ এগৰাকী গাঁওৰক্ষী বাহিনীৰ কৰ্মীৰ  সন্মুখতে সংঘটিত হ’ল যদিও ব্যক্তি গৰাকীয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰাৰ বিপৰিতে নিৰ্বোধ শিশুকেইটিক অত্যাচাৰৰ বাবে উচটনি দিয়াৰহে অভিযোগ উত্থাপন কৰিছে ডিফলু চাহ বাগিচাৰ আটছাৰ প্ৰাথমিক গোটে।

আনহাতে সমগ্ৰ ঘটনাৰ তাৎক্ষণিক তদন্ত কৰি নিৰ্বোধ শিশু কেইটিক অমানুষিক অত্যাচাৰ চলোৱা দোকানি পাপু ঠাকুৰৰ লগতে গাঁওৰক্ষী কেশৱ কুৰ্মীকো দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ দাবী জনাই বোকাখাতৰ মহকুমাধিপতিক স্মাৰক পত্ৰ প্ৰদান কৰিছে ডিফলু পথাৰ আটছাৰ কৰ্মকৰ্তাসকলে।

সামান্য দোষৰ অভিযোগতে চাৰি অবোধ শিশুৰ ওপৰত অত্যাচাৰ চলোৱা পাষাণ মানুহৰ এই অমানৱীয় কাণ্ডক লৈ স্তম্ভিত হৈ পৰিছে ৰাজ্যৰ সচেতন মহল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেট্ৰল নোহোৱাকৈ চলিব গাড়ী! অক্টোবৰত মুকলি হ’ব ১০০% ইথানল ইনোভা; জনালে নীতিন গাডকাৰীয়ে

পেট্ৰল নোহোৱাকৈ চলিব গাড়ী! অক্টোবৰত মুকলি হ’ব ১০০% ইথানল ইনোভা; জনালে নীতিন গাডকাৰীয়ে

September 27, 2026 1:07 pm
স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন ন্যায়াধিকৰণৰ নিৰ্বাচন-সম্পৰ্কীয় অভিযোগ সন্দৰ্ভত সিদ্ধান্ত

স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন ন্যায়াধিকৰণৰ নিৰ্বাচন-সম্পৰ্কীয় অভিযোগ সন্দৰ্ভত সিদ্ধান্ত

September 27, 2026 12:06 pm
গুৱাহাটী স্বেচ্ছাসেৱক বৈঠকৰ পূৰ্বে কেন্দ্ৰীয় মুখপাত্ৰ আশুতোষ ৰাংকাসহ কেইবাজনো চিজেপি কৰ্মীক আটক অসম আৰক্ষীৰ

গুৱাহাটী স্বেচ্ছাসেৱক বৈঠকৰ পূৰ্বে কেন্দ্ৰীয় মুখপাত্ৰ আশুতোষ ৰাংকাসহ কেইবাজনো চিজেপি কৰ্মীক আটক অসম আৰক্ষীৰ

September 27, 2026 11:44 am
ঘূৰ্ণীবতাহ অৰ্ণবৰ তাণ্ডৱ! ক্ষতিগ্ৰস্ত ১৪ খন ৰাজ্য, উত্তৰ প্ৰদেশত ১৩জনৰ মৃত্যু; শস্যৰ বিপুল ক্ষতি

ঘূৰ্ণীবতাহ অৰ্ণবৰ তাণ্ডৱ! ক্ষতিগ্ৰস্ত ১৪ খন ৰাজ্য, উত্তৰ প্ৰদেশত ১৩জনৰ মৃত্যু; শস্যৰ বিপুল ক্ষতি

September 27, 2026 10:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেট্ৰল নোহোৱাকৈ চলিব গাড়ী! অক্টোবৰত মুকলি হ’ব ১০০% ইথানল ইনোভা; জনালে নীতিন গাডকাৰীয়ে

পেট্ৰল নোহোৱাকৈ চলিব গাড়ী! অক্টোবৰত মুকলি হ’ব ১০০% ইথানল ইনোভা; জনালে নীতিন গাডকাৰীয়ে

September 27, 2026 1:07 pm
স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন ন্যায়াধিকৰণৰ নিৰ্বাচন-সম্পৰ্কীয় অভিযোগ সন্দৰ্ভত সিদ্ধান্ত

স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন ন্যায়াধিকৰণৰ নিৰ্বাচন-সম্পৰ্কীয় অভিযোগ সন্দৰ্ভত সিদ্ধান্ত

September 27, 2026 12:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd