DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 1, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সন্দেহজনক নাগৰিকৰ দাদাগিৰি : উচ্ছেদৰ বাবে যোৱা ডি এফ অ’সহ বনকৰ্মীৰ দলক ভয়াবহ আক্ৰমণ

মিণ্টু দাস by মিণ্টু দাস
January 4, 2019 10:37 am
DFO Jitendra Kumar

ডি এফ অ' জিতেন্দ্ৰ কুমাৰ

454
VIEWS
Share on FacebookShare on Twitter

নগাঁও-শোণিতপুৰ জিলাৰ সীমামুৰীয়া বুঢ়াচাপৰি সংৰক্ষিত অভয়াৰণ্যৰ লাঠিমাৰী চৰত বেদখলকাৰীক উচ্ছেদ কৰিবলৈ যাওঁতে ৩ জানুৱাৰি অৰ্থাৎ বৃহস্পতিবাৰে এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়। উচ্ছেদৰ বাবে যোৱা নগাঁও বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ জিতেন্দ্ৰ কুমাৰ সহ বন বিভাগৰ এটা দলক সন্দেহজনক নাগৰিকে কৰা আক্ৰমণৰ ঘটনাই সম্প্ৰতি সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

বেদখলকাৰীৰ আক্ৰমণত বন বিভাগৰ লোক যোৱা জিপচি গাড়ী দুখনৰ বিস্তৰ ক্ষতি হয় আৰু গাড়ী চালক দুজন গুৰুতৰভাৱে আহত হয়। অৱশ্যে বনৰক্ষীৰ তৎপৰতাত ডি এফ অ’ জিতেন্দ্ৰ কুমাৰ কথমপি ৰক্ষা পৰে।

আক্ৰমণকাৰী দলটোৰ অধিকাংশই আছিল যুৱক-মহিলা। আক্ৰমণৰ ঘটনাটো দুপৰীয়া সংঘটিত হয় বুলি বন বিভাগৰ দলটোৱে জানিবলৈ দিয়ে।

ঘটনা সন্দৰ্ভত ডি এফ অ’ জিতেন্দ্ৰ কুমাৰে জানিবলৈ দি কয় যে বুঢ়াচাপৰি অভয়াৰণ্যত যোৱা ২০০০ চন মানৰে পৰা বেদখল চলি আহিছে। অভয়াৰণ্যখনৰ লাঠিমাৰী চৰত বেদখল কৰি থকা প্ৰায় এশ ঘৰ পৰিয়ালক উচ্ছেদৰ বাবে চৰকাৰী জাননী ইতিমধ্যে দিয়া হৈছিল।

সেয়ে ৩ জানুৱাৰিত ডি এফ অ’ জিতেন্দ্ৰ কুমাৰে স্থানীয় উপ-বনাঞ্চলিক বিষয়া আৰু কেইজনমান বনকৰ্মীক লগত লৈ দুখন জিপচী গাড়ীৰে উক্ত স্থান পৰিদৰ্শনৰ বাবে উপস্থিত হৈছিল। বন বিভাগৰ গাড়ী দেখি বেদখলকাৰীসকলে পৰিকল্পিতভাবে খেদি আহি গাড়ী দুখনত আক্ৰমণ কৰে। দেহৰক্ষী আৰু বনকৰ্মীৰ তৎপৰতাৰ বাবেই ডি এফ অ’ৰ লগতে বনকৰ্মীৰ দলটোৱে প্ৰাণ বচাবলৈ সক্ষম হয়।

ইফালে ঘটনা সম্পৰ্কত বনকৰ্মীৰ দলটোৱে লগে লগে আৰক্ষীক অৱগত কৰে। বন বিষয়াজনে এই ঘটনাৰ আঁৰত সংখ্যালঘু সংগ্ৰাম পৰিষদ নামৰ সংগঠনৰ এজন নেতা জড়িত আছে আৰু তেওঁৰ উচটনিতে এই আক্ৰমণৰ ঘটনাটো সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰে।

Recent News

Maharashtra politics

পুনৰ নিৰাশ উদ্ধৱ ঠাকৰে শিবিৰ: উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে জৰুৰী শুনানিৰ আবেদন

Raj Thackeray on Uddhav Thackeray

সৌভাগ্য সফলতা নহয়: পতনৰ পাছতে উদ্ধৱ ঠাকৰেক কটাক্ষ ৰাজ ঠাকৰেৰ

Amarinder Singh

শীঘ্ৰেই বিজেপিলৈ অমৰিন্দৰ সিং: বিজেপিৰ সৈতে চামিল হ’ব পঞ্জাৱ লোক কংগ্ৰেছ

Assam career MHRB

Assam Career : এমএইচআৰবিত বৈজ্ঞানিক বিষয়া আৰু বিশ্লেষকৰ খালী পদৰ বাবে আবেদন আহ্বান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd