• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নৰ্থ ইষ্ট নাওৰ বাতৰিৰ প্ৰভাৱ : সৰুকালৰ শিক্ষয়িত্ৰীক সাক্ষাৎ কৰিবলৈ ইচ্ছুক আৰক্ষী সঞ্চালক প্ৰধান

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 7, 2019 6:19 am
Kuladhar Saikia, Briddhasram

ফটো : নৰ্থইষ্ট নাও

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাতৃ দিৱসৰ লগত সংগতি ৰাখি নৰ্থ ইষ্ট নাওৱে ‘মই এতিয়া বহুত সুখী মোৰে ছাত্ৰ এতিয়া ইমান ডাঙৰ পদত আছে, বৃদ্ধাৱাসত থকা এগৰাকী আইতা’ শীৰ্ষক বাতৰিৰ পাছতেই বৃদ্ধাশ্ৰমত থকা আইতাগৰাকীক সাক্ষাৎ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই। নৰ্থ ইষ্ট নাওৰ সাংবাদিকক টেলিফোনৰ জৰিয়তে এই কথা জনালে শইকীয়াই।

যোৱা ১২ মে’ত প্ৰকাশিত এই বাতৰি পঢ়ি আৰক্ষী সঞ্চালক প্ৰধান শইকীয়াই কালি আমাৰ সাংবাদিকক যোগাযোগ কৰি মাদাৰ বৃদ্ধাশ্ৰমৰ ঠিকনাৰ লগতে তাৰ স্বত্ত্বাধিকাৰীৰ যোগাযোগ নম্বৰ বিচাৰিছিল। লগতে বৃদ্ধাশ্ৰমৰ লগতে বৰ্তমান বৃদ্ধাশ্ৰমত থকা আইতা তথা তেওঁক প্ৰাথমিক বিদ্যালয়ত পঢ়োৱা বীনাপানি দেৱীৰ বিষয়েও জানিবলৈ ইচ্ছুক হৈ পৰিছিল।

Apply Now

জানিব পৰা মতে, শইকীয়াই কালি মাদাৰ অ’ল্ডএজ হ’মৰ কৰ্তৃপক্ষক যোগাযোগ কৰি দুই এদিনতে আইতাগৰাকীৰ খবৰ ল’বলৈ যোৱাৰ কথাও ব্যক্ত কৰে।

লগতে পঢ়ক https://assam.nenow.in/a-member-of-mother-old-age-home-recalls-her-experience-as-a-teacher/

উল্লেখযোগ্য যে, বীনাপানি দেৱীয়ে সৰুতে কুলধৰ শইকীয়াক ৰঙিয়া মহকুমাৰ অন্তৰ্গত ‘চেপ্তি প্ৰাথমিক বিদ্যালয়’ত চতুৰ্থ শ্ৰেণীলৈকে পঢ়াইছিল। নৰ্থ ইষ্ট নাওৰ জৰিয়তে হোৱা সাক্ষাৎকাৰত আইতাই কুলধৰ শইকীয়াক ওচৰৰ পৰা এবাৰ চোৱাৰো ইচ্ছা প্ৰকাশ কৰিছিল।

তদুপৰি, বৰ্তমান গুৱাহাটীৰ হাতীগাঁৱৰ সিজুবাৰীস্থিত মাদাৰ্ছ অ’ল্ডএজ হ’মত জীৱন পাৰ কৰা স্বামীহীনা. সন্তানহীনা বৃদ্ধাগৰাকী ভতিজাকহঁতৰ দুৰ্ব্যৱহাৰ সহিব নোৱাৰি এদিন ঘৰৰ পৰা ওলাই আহিছিল, সেয়া আছিল ২০১৬ চনৰ প্ৰথম ভাগৰে ঘটনা। কিন্তু ২০১৭’ৰ মাজত ভতিজাকহঁতে আহি বৃদ্ধাৱাসৰ পৰা লৈ যায়। কিন্তু আকৌ কাজিয়া কৰি খেদাই দিয়ে।

মাদাৰ অ’ল্ড এইজ হ’ম কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে বৰ্তমান আইতাৰ ভতিজাকসকলে তেওঁৰ সা-সম্পত্তি সকলো হস্তগত কৰিছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

October 3, 2026 7:16 pm
উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

October 3, 2026 7:02 pm
নেচলেৰ ডেইৰী হোৱাইটনাৰ অস্বাস্থ্যকৰ আৰু মানদণ্ডহীন! বিক্ৰী নিষিদ্ধ কৰিলে এফএছএছএআইয়ে

নেচলেৰ ডেইৰী হোৱাইটনাৰ অস্বাস্থ্যকৰ আৰু মানদণ্ডহীন! বিক্ৰী নিষিদ্ধ কৰিলে এফএছএছএআইয়ে

October 3, 2026 6:09 pm
অসমৰ ‘সম নাগৰিক সংহিতা’ বিধেয়কত স্বাক্ষৰ কৰিলে ৰাষ্ট্ৰপতিয়ে : শীঘ্ৰেই কাৰ্যকৰী হ’ব এই আইন

অসমৰ ‘সম নাগৰিক সংহিতা’ বিধেয়কত স্বাক্ষৰ কৰিলে ৰাষ্ট্ৰপতিয়ে : শীঘ্ৰেই কাৰ্যকৰী হ’ব এই আইন

October 3, 2026 6:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

October 3, 2026 7:16 pm
উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

October 3, 2026 7:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd