DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 3, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মহ ধ্বংস কৰিবলৈ এইবাৰ আমদানি কৰা হ’ব ভেকুলী, ক’ত?

এন ই নাও নিউজ by এন ই নাও নিউজ
March 21, 2021 2:43 pm
a frog
3k
VIEWS
Share on FacebookShare on Twitter

যত’ কূটৰ ঘাই মহ। মহৰ বাবেই ডেংগু,মেলেৰীয়াৰ দৰে মাৰাত্মক ৰোগ বিয়পি পৰে।

প্ৰতি বছৰে বিশ্বত ডেংগু,মেলেৰীয়াত লাখ লাখ লোকে প্ৰাণ হেৰুৱাবলগীয় হয়।

মহ মাৰিবলৈ ভাৰতকে ধৰি বিশ্বৰ বিভিন্ন দেশত গাপ্পি মাছকে ধৰি আন কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

এই সকলো বোৰ ব্যৱস্থা গ্ৰহণ কৰিও বাংলাদেশৰ ৰাজধানী ঢাকাত মহৰ উৎপাত কমাব পৰা যোৱা নাই।

সেয়ে মহ নিধন কৰিবলৈ এইবাৰ ঢাকাৰ চিটি কৰ্প’ৰেছনে বাহিৰৰ পৰা মহ আমদানিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

প্ৰথমাৱস্থাত মহ নিধন কৰিবলৈ বাংলাদেশৰ বিভিন্ন ঠাইৰ পৰা ঢাকালৈ অনা হৈছে বস্তাই বস্তাই ভেকুলী।

সেই ভেকুলী এৰি দিয়া হৈছে ঢাকা চহৰৰ নলা-নৰ্দমাকে ধৰি বিভিন্ন জলাশয়ত।

আশা কৰা হৈছে ভেকুলীয়ে মহবোৰ খাই নিঃশেষ কৰিব। কিন্তু ঢাকা চিটি কৰ্প’ৰেছনৰ এনে পদক্ষেপক হাস্যকৰ আখ্যা দিছে একাংশ কীট পতংগ বিজ্ঞানীয়ে।

তেওঁলোকৰ মতে ভেকুলীয়ে মহ খাব যদিও মহৰ কণী কেতিয়াও নাখায় অথবা ধ্বংস কৰিব নোৱাৰে।

সেয়ে এনে পদক্ষেপ বিশেষ কাৰ্যকৰী নহ’ব বুলি তেওঁলোকে মন্তব্য  কৰিছে।

ঢাকা চহৰৰ নলা-নৰ্দমাত ভেকুলী এৰি দিয়াৰ পিছত চহৰ খনত মহৰ উপদ্ৰৱ কমিছেনে নাই সেই সন্দৰ্ভত প্ৰশাসনৰ ফালৰ পৰা এতিয়ালৈকে কোনো কথা প্ৰকাশ কৰা হোৱা নাই।

প্ৰশাসনৰ সূত্ৰই মাত্ৰ কৈছে যে যোৱা কিছু দিনত প্ৰায় ১৫ হাজাৰ ভেকুলী জলাশয় আৰু নলা-নৰ্দমাত এৰি দিয়া হৈছে।

Recent News

Murder for Land dispute

ওদালগুৰিত ভূমি বিবাদৰ চূড়ান্ত ৰূপ: জেষ্ঠ ভাতৃয়ে প্ৰাণ ল’লে কনিষ্ঠ ভাতৃৰ

অসম ছাত্ৰ পৰিষদৰ বঙাইগাঁও বিধান পৰিষদৰ উদ্যোগত ১৩৩ গৰাকী কৃতি ছাত্ৰ – ছাত্ৰীক সম্বৰ্ধনা

অসম ছাত্ৰ পৰিষদৰ বঙাইগাঁও বিধান পৰিষদৰ উদ্যোগত ১৩৩ গৰাকী কৃতি ছাত্ৰ – ছাত্ৰীক সম্বৰ্ধনা

Orang National Park

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বনৰক্ষীৰে সংঘৰ্ষত নিহত সন্দেহজনক চোৰাং চিকাৰী

Jasprit Bumrah

অদমনীয় বুমৰাহ! ভংগ কৰিলে কিংবদন্তী ব্ৰায়ান লাৰাৰ নামত থকা বিশ্ব ৰেকৰ্ড

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd