DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডিব্ৰুগড়ত চিকিৎসকৰ ঘৰত বনকৰা মহিলাক গ্ৰেপ্তাৰ আৰক্ষীৰ; উদ্ধাৰ নগদ ১৬.৩৩লাখ টকা

অভিক চক্ৰৱৰ্তী by অভিক চক্ৰৱৰ্তী
August 8, 2021 11:16 am
WhatsApp Image 2021-08-08 at 10.49.19 AM

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বনকৰা মহিলাগৰাকী। ফটো: নৰ্থইষ্ট নাও।

503
VIEWS
Share on FacebookShare on Twitter

ডিব্ৰুগড় আৰক্ষীয়ে শনিবাৰে চহৰখনৰ এগৰাকী চিকিৎসকৰ ঘৰত বনকৰা মহিলাৰ বাসগৃহৰ পৰা ১৬.৩৩লাখ টকা উদ্ধাৰ কৰে।

পাছত আৰক্ষীয়ে এই ঘটনাত জড়িত বনকৰা মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰে।

গ্ৰেপ্তাৰ কৰা বনকৰা মহিলাগৰাকীক ডিব্ৰুগড়ৰ দুৰ্গাবাৰী অঞ্চলৰ ৰুমেনা বেগম বুলি চিনাক্ত কৰা হৈছে।

ডাঃ পৰমানন্দ দাস নামৰ চিকিৎসকগৰাকীয়ে ডিব্ৰুগড় থানাত দাখিল কৰাঅভিযোগৰ ভিত্তিত বনকৰা মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰা হয়।

আৰক্ষীৰ মতে, ডিব্ৰুগড়ৰ জালান নগৰৰ এগৰাকী বাসিন্দা চিকিৎসকগৰাকীয়ে তেওঁৰ ঘৰত বনকৰা মহিলাগৰাকীয়ে তেওঁৰ ঘৰৰ পৰা টকা চুৰি কৰাৰ সন্দেহ কৰি মহিলাগৰাকীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল।

সেই অনুসৰি, আৰক্ষীয়ে এক অনুসন্ধান চলায় আৰু ডিব্ৰুগড়ৰ দুৰ্গাবাৰী অঞ্চলত বনকৰা মহিলা ৰুমেনা বেগমে থকা ভাড়াঘৰত তালাচী চলাই নগদ ধনখিনি উদ্ধাৰ কৰে।

‘’যোৱা দুবছৰ ধৰি বনকৰা মহিলাগৰাকী এই ঘৃণনীয় কামত লিপ্ত আছিল। প্ৰত্যেক দিনে তেওঁ ২০,০০০ৰ পৰা ৩০,০০০টকা লৈ গৈছিল। মই মোৰ লকাৰত টকাখিনি ৰাখিছিলো। মই সন্দেহ কৰিছিলো আৰু ৰুমটোত এটা মোবাইল ৰাখিছিলো য’ত বনকৰা মহিলাগৰাকীয়ে লকাৰৰ পৰা টকা লৈ যোৱাটো কেমেৰাত আৱদ্ধ হৈছিল,’’-ডাঃ দাসে কয়।

‘’আমি এতিয়াই একো ক’ব নোৱাৰো কিয়নো আমি ঘটনাটোত অভিযুক্ত  মহিলাগৰাকীক জেৰা চলাই আছো। আমি তেওঁৰ ঘৰৰ পৰা ১৬.৩৩লাখ টকা উদ্ধাৰ কৰিছো,’’- এগৰাকী আৰক্ষী বিষয়াই কয়।

Recent News

India tour of England: ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট আৰম্ভ হোৱাৰ পূৰ্বে বৃহৎ আঘাত; কৰ’নাত আক্ৰান্ত টীম ইণ্ডিয়াৰ অধিনায়ক

India tour of England: ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট আৰম্ভ হোৱাৰ পূৰ্বে বৃহৎ আঘাত; কৰ’নাত আক্ৰান্ত টীম ইণ্ডিয়াৰ অধিনায়ক

Gujarat Riots: সমাজকৰ্মী তিস্তা শীতলৱাড়ক আটক গুজৰাট এটিএছৰ; আটক প্ৰাক্তন আইপিএছ শ্ৰীকুমাৰো

Gujarat Riots: সমাজকৰ্মী তিস্তা শীতলৱাড়ক আটক গুজৰাট এটিএছৰ; আটক প্ৰাক্তন আইপিএছ শ্ৰীকুমাৰো

ত্ৰিপুৰাত প্ৰৱঞ্চনাৰ বলি অসমৰ দুই শতাধিক যুৱক; অসম চৰকাৰক ব্যৱস্থা গ্ৰহণৰ দাবী ডি ৱাই এফ আইৰ

ত্ৰিপুৰাত প্ৰৱঞ্চনাৰ বলি অসমৰ দুই শতাধিক যুৱক; অসম চৰকাৰক ব্যৱস্থা গ্ৰহণৰ দাবী ডি ৱাই এফ আইৰ

মাৰ্ঘেৰিটাৰ মাকুম পথাৰত বন্যহস্তীয়ে লণ্ডভণ্ড কৰিলে বাসগৃহ; এজন লোক আহত

মাৰ্ঘেৰিটাৰ মাকুম পথাৰত বন্যহস্তীয়ে লণ্ডভণ্ড কৰিলে বাসগৃহ; এজন লোক আহত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd