• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চাকৰি দিয়াৰ নামত ধন লৈ পলাতক চিকিৎসকৰ স্বামীক আটক ডিব্রুগড় আৰক্ষীৰ

অভিক চক্ৰৱৰ্তী by অভিক চক্ৰৱৰ্তী
December 11, 2020 2:27 pm
Screenshot_20201206-203812_2

অভিযুক্ত চিকিৎসক ড০ অজন্তা হাজৰিকা। ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পলাতক হৈ থকা অসম চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক ড০ অজন্তা হাজৰিকাৰ স্বামী সীমান্ত জ্যোতি শউকীয়াক ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰিছে।

বৰ্তমান তেওঁৰ পত্নীক ক’ত আছে সেইকথা জানিবলৈকে জেৰা কৰাৰ বাবে তেওঁক আটক কৰা হৈছে।

Apply Now

ড০ অজন্তা হাজৰিকা উত্তৰ-পূব সীমান্ত ৰে’লৱেত চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দি প্ৰাৰ্থীৰ পৰা লক্ষাধিক টকা সংগ্ৰহ কৰাৰ অভিযোগত অভিযুক্ত।

আৰক্ষীয়ে ড০ অজন্তা হাজৰিকাক ডিব্ৰুগড়ৰ নালিয়াপুলৰ বাসভৱনত তালাচী চলাইছিল যদিও তেওঁক বিচাৰি নাপালে।

ডিব্ৰুগড় থানাৰ গোচৰ নং-২১৫০/২০ৰ সম্পৰ্কত ডিব্ৰুগড় আৰক্ষীয়ে দ্বিতীয়বাৰৰ বাবে তেওঁক বিচাৰি তালাচী চলায়।

আৰক্ষীয়ে জানিবলৈ দিয়ে যে পত্নী ক’ত আছে বুলি আৰক্ষীয়ে সোধা প্ৰশ্নৰ উত্তৰত স্বামী সীমান্ত জ্যোতি শইকীয়াই তেওঁ ক’ত আছে একো নাজানে বুলি জনায়।

‘’আমি ড০ হাজৰিকাৰ স্বামীক জেৰাৰ বাবে আনিছো,’’-ডিব্ৰুগড় আৰক্ষী থানাৰ উপ পৰিদৰ্শক মনোৰঞ্জন শইকীয়াই কয়।

ধনৰ বিনিময়ত চাকৰি কেলেংকাৰিৰ ঘটনাৰ বলি দুগৰাকী ব্যক্তি কিশোৰ দেব আৰু অজয় দত্ত বিশ্বাসৰ ভাষ্য বুধবাৰে ডিব্ৰুগড় মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত লিপিবদ্ধ কৰা হয়।

ড০ অজন্তা হাজৰিকাৰ ড্ৰাইভাৰ ভোলা তিৱাৰীৰো ভাষ্য বুধবাৰে আদালতত লিপিবদ্ধ কৰা হয়।

অভিযোগ মতে চিকিৎসকগৰাকীয়ে উত্তৰ-পূব সীমান্ত ৰে’লৱেত নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি দি এগৰাকী অমল নাথ আৰু আন দুগৰাকীৰ পৰা ধন লৈছিল।

গোচৰটোৰ অভিযোগকাৰী অমল নাথে যোৱা ৭ডিচেম্বৰত ডিব্ৰুগড়ৰ গাভৰুপথাৰ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছিল। তাত উল্লেখ কৰিছিল যে চিকিৎসকগৰাকীয়ে উত্তৰ-পূব সীমান্ত ৰে’লৱেত চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দি তিনিগৰাকী চাকৰি প্ৰাৰ্থীৰ পৰা প্ৰায় ২২লাখ টকা সৰকাইছিল।

অমল নাথে অভিযোগ কৰে যে তেওঁ ড০ হাজৰিকাই বিচৰা ধনৰ আধা অংশ গুৱাহাটীৰ ছয়মাইলৰ ৰাজীৱ পৰাশৰৰ একাউন্টত ট্ৰেন্সফাৰ কৰিছিল।

বিভিন্ন চৰকাৰী চাকৰি দিয়াৰ নামত প্ৰাৰ্থীৰ পৰা ধন সৰকোৱাত জড়িত থকাৰ অভিযোগত আন এক গোচৰত যোৱা অক্টোবৰত ৰাজীৱ পৰাশৰক গুৱাহাটীৰ অপৰাধ শাখাই গ্ৰেপ্তাৰ কৰিছিল।

অভিক চক্ৰৱৰ্তী

অভিক চক্ৰৱৰ্তী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd