• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, April 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিধানসভাৰ নিৰ্বাচনৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনস্থ ছেমিষ্টাৰ পৰীক্ষা স্থগিত

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 2, 2021 9:38 am

1 min read

Dibrugarh_Universitys_entrance_gate_122554_730x419-m-1140x570-1-750x375
240
VIEWS
Share on FacebookShare on Twitter

ডিব্ৰুগড় বিশ্ববিদ্যালয়ে ইয়াৰ অধীনস্থ চলিত বৰ্ষৰ আগন্তুক স্নাতক মহলাৰ ছেমিষ্টাৰ পৰীক্ষা পিছুৱাই দিছে।

নিৰ্বাচন আয়োগে অসম বিধানসভাৰ ২০২১ৰ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছতে বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

পৰৱৰ্তী জাননী জাৰি নকৰা পৰ্যন্ত বিশ্ববিদ্যালয়ৰ অধীনস্থ স্নাতক মহলাৰ ছেমিষ্টাৰ পৰীক্ষাসমূহ স্থগিত থাকিব বুলি জনাইছে বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই।

উল্লেখ্য যে অহা ৫ মাৰ্চৰ পৰা বিশ্ববিদ্যালয়ৰ অধীনস্থ মহাবিদ্যালয়সমূহৰ স্নাতক পাঠ্যক্ৰমৰ প্ৰথম আৰু তৃতীয় ছেমিষ্টাৰ (Non-CBCS) পৰীক্ষা  অনুষ্ঠিত হোৱাৰ কথা আছিল।

ইফালে স্নাতক মহলাৰ পঞ্চম ছেমিষ্টাৰ পৰীক্ষা ৯ মাৰ্চৰ পৰা অনুষ্ঠিত হোৱাৰ কথা আছিল।

আনহাতে স্নাতক মহলাৰ প্ৰথম ছেমিষ্টাৰ(CBCS) ৰ পৰীক্ষা অহা ২০ মাৰ্চৰ পৰা হোৱাৰ কথা।

বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰক ডঃ পি কে কাকতিয়ে সোমবাৰে জনাইছে যে স্নাতক মহলাৰ তৃতীয় ছেমিষ্টাৰৰ পৰীক্ষা সূচী পুনৰ প্ৰস্তুত কৰা হ’ব।

Recent News

Margherita

ডুমডুমাৰ সাংবাদিক মনোজ বৰুৱালৈ সলিল নেওগ সোঁৱৰণী প্ৰতিশ্ৰুতিসম্পন্ন যুৱ সাংবাদিকতা বঁটা

Ashokatami

কোভিড নিগেটিভ হ’লেহে কৰিব পাৰিব অশোকাষ্টমী স্নান : জিলা প্ৰশাসনৰ কঠোৰ নিৰ্দেশ

Kaziranga

কাজিৰঙাৰ কহঁৰা নদীৰ পাৰত সমন্বয়ৰ উদ্যোগত সাংবাদিকৰ মুকলি বিহু সম্পন্ন

Biswanath

বিশ্বনাথত ভয়ংকৰ পথ দুৰ্ঘটনা : মহিলাসহ ৮ যাত্ৰী গুৰুতৰভাৱে আহত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd