DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, February 5, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কিয় পদত্যাগ উঠাই ল’লে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৩ গৰাকী ডিনে?

অভীক চক্ৰবৰ্তী by অভীক চক্ৰবৰ্তী
September 29, 2018 6:17 pm
Dean dibrugarh university

পদত্যাগ উঠাই লোৱা ডিনকেইগৰাকী। ছবি- ফে’ছবুক আৰু ফাইল ছবি।

1.2k
VIEWS
Share on FacebookShare on Twitter

উপাচাৰ্য্য ৰঞ্জিত তামুলী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয় শিক্ষক সন্থা (DUTA)ৰ সৈতে শনিবাৰে হোৱা ‘সুদীৰ্ঘ আৰু ফলদায়ক’ বৈঠকৰ পিছত ‘শিক্ষানুষ্ঠানখনৰ স্বাৰ্থত’ শনিবাৰে পদত্যাগ উঠাই লৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদত্যাগী ৩গৰাকী ডিনে।

“উপাচাৰ্য্য আৰু শিক্ষক সন্থাৰ প্ৰতিনিধিৰ সৈতে এক সুদীৰ্ঘ আৰু ফলদায়ক আলোচনাৰ পিছতে আমি পদত্যাগ উঠাই লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো। বিষয়টো বুজাবুজিৰ যোগেদি মীমাংসা হৈছে আৰু আমি মহান শিক্ষানুষ্ঠানখনৰ স্বাৰ্থত একেলগে কাম কৰাৰ সিদ্ধান্ত লৈছো,’’ নৰ্থ ইষ্ট নাও-ক জনালে পদত্যাগ কৰা ৪ গৰাকী ডিনৰ এজন এল কে’ নাথে।

পদত্যাগ কৰা ৪ গৰাকী ডিনৰ এতিয়ালৈকে পদত্যাগ উঠাই নোলোৱা অজন্তা বি ৰাজকোঁৱৰেও তেওঁৰ পদত্যাগ পত্ৰ প্ৰত্যাহাৰ কৰিব বুলি আশা প্ৰকাশ কৰিছে সহকৰ্মীসকলে। বৰ্তমান হায়দৰাবাদত থকা বাণিজ্য আৰু ব্যৱস্থাপনা বিভাগৰ অধ্যাপিকাগৰাকীয়ে ঘূৰি আহি পদত্যাগ উঠাই লোৱাৰ সম্ভাৱনা আছে।

লগতে পঢ়ক- ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৪ গৰাকী ডিনে পদত্যাগ পত্ৰ দাখিল কৰিছে

উপাচাৰ্য্যৰ সিদ্ধান্তত ‘অপমানিতবোধ’ কৰা বুলি ঘোষণা কৰি যোৱা সোমবাৰে পদত্যাগ কৰিছিল ডিনকেইগৰাকীয়ে।

পদত্যাগ কৰা ডিনকেইগৰাকী আছিল বিজ্ঞান আৰু অভিযান্ত্ৰিক বিদ্যালয়ৰ ডিন এল কে নাথ, পৃথিৱী, পৰিৱেশ বিজ্ঞান, পৰিপাৰ্শ্বিক আৰু শক্তি বিদ্যালয়ৰ ডিন দিলীপ মজুমদাৰ, বাণিজ্য আৰু ব্যৱস্থাপনা বিজ্ঞান বিদ্যালয়ৰ ডিন অজন্তা বি ৰাজকোঁৱৰ আৰু হিউমেনিটিজ, সমাজ বিজ্ঞান আৰু আইন বিদ্যালয়ৰ ডিন এন কে সন্দিকৈ।

Recent News

পাকিস্তানত আৰক্ষীৰ গাড়ীত আত্মঘাতী আক্ৰমণ : দুজন নিহত

পাকিস্তানত আৰক্ষীৰ গাড়ীত আত্মঘাতী আক্ৰমণ : দুজন নিহত

এটা জৰুৰী বিবৃতি

এটা জৰুৰী বিবৃতি

ঋণৰ সমস্যা : বেংকত সোমাই কৰ্মচাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ হ’ল দুই গ্ৰাহক

ঋণৰ সমস্যা : বেংকত সোমাই কৰ্মচাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ হ’ল দুই গ্ৰাহক

মহ খেদা ধূপেই হ’ল কাল : গাড়ীৰ ভিতৰত মহ খেদা ধূপ জ্বলাই শোৱাৰ পৰা নুঠিল চালক

মহ খেদা ধূপেই হ’ল কাল : গাড়ীৰ ভিতৰত মহ খেদা ধূপ জ্বলাই শোৱাৰ পৰা নুঠিল চালক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd