• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

স্বচ্ছ হালধাত ডঃ দিব্যজ্যোতি শইকীয়াৰ শান্তি আৰু মানৱতা শীৰ্ষক প্ৰেৰণাত্মক বক্তৃতানুষ্ঠান

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 14, 2020 7:20 pm

1 min read

স্বচ্ছ হালধাত ডঃ দিব্যজ্যোতি শইকীয়াৰ শান্তি আৰু মানৱতা শীৰ্ষক প্ৰেৰণাত্মক বক্তৃতানুষ্ঠান
132
VIEWS
Share on FacebookShare on Twitter

দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভূয়সী প্ৰশংসা কৰা দৰং জিলাৰ অন্তৰ্গত পুৰস্কাৰ প্ৰাপ্ত গাঁও “স্বচ্ছ আৰু আদৰ্শ  অভিযান হালধাৰ উদ্যোগত বৰনদী প্ৰগতি সংঘ আৰু হালধা আঞ্চলিক মহিলা সমিতিৰ সহযোগত ১৩ ডিচেম্বৰ ৰবিবাৰে শান্তি আৰু মানৱতা অবিহনে দেশ তথা সমাজৰ প্ৰগতি অসম্ভৱ ” শীৰ্ষক এক প্ৰেৰণাত্মত অনুষ্ঠান অনুষ্ঠিত হৈ যায়।

স্বচ্ছ হালধা গাঁওৰ সৰ্বাধিনায়ক (মুখ্যমন্ত্ৰী) ভাস্কৰ জ্যোতি নাথৰ সঞ্চালনাত অনুস্থিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশ্ব সংবিধান সংসদ সন্থাৰ আন্তঃৰাষ্ট্ৰীয় সদস্য ৰাষ্ট্ৰীয় পৰ্যায়ৰ সামাজিক সংগঠন Brothers ৰ ৰাষ্ট্ৰীয় সচিব প্ৰধান         অৰ্ধশতাধিক ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় বঁটা প্ৰাপক ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়া।

প্ৰেৰণাত্মক ভাষণ প্ৰসংগত ডঃ দিব্যজ্যোতি শইকীয়াই অন্ধবিশ্বাস, উৰাবাতৰি, ড্ৰাগছ, সাম্প্ৰদায়িকতা আদি ৰোধ কৰি প্ৰকৃতাৰ্থত শিক্ষিত হৈ মানৱতা জগাই তুলি শান্তিৰ বাতাবৰণেহে দেশ আৰু সমাজৰ প্ৰগতি আৰু বিকাশ সম্ভৱ বুলি বিস্তৃত বাখ্যা আগবঢ়ায়।

ডঃ দিব্যজ্যোতি শইকীয়াৰ প্ৰেৰণাত্মত অনুষ্ঠানৰ লগত সংগতি ৰাখি স্বচ্ছ আৰু কৃষি বিপ্লৱত আদৰ্শ হোৱা টীম হালধাই পৰম্পৰাগত ন লগোৱা পৰ্ব/ উৎসৱ অনুষ্ঠিত কৰে।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd