• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

হত্যাৰ গোচৰত অভিযুক্ত অভিনেতা দৰ্শনৰ বাবে কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ জামিন আদেশক সমালোচনা উচ্চতম ন্যায়ালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 24, 2025 7:12 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি অৰ্থাৎ ২৪ জুলাইত ভাৰতৰ উচ্চতম ন্যায়ালয়ে ৰেণুকাস্বামী হত্যাকাণ্ডৰ কানাড়া অভিনেতা দৰ্শন থুগুদীপা আৰু আন ছয়জনক জামিন প্ৰদান কৰাৰ বাবে কৰ্ণাটক উচ্চ ন্যায়ালয়ক তীব্ৰ সমালোচনা কৰি ইয়াক “ন্যায়িক বিবেচনাৰ বিকৃত ব্যৱহাৰ” বুলি অভিহিত কৰে। ন্যায়াধীশ জে.বি.পাৰদিৱালাৰ নেতৃত্বত ন্যায়াধীশ আৰ মহাদেৱানৰ সৈতে বিচাৰপীঠে ২০২৪ চনৰ ১৩ ডিচেম্বৰত মঞ্জুৰ কৰা জামিন বাতিলৰ বাবে কৰ্ণাটক চৰকাৰে কৰা আবেদনৰ ওপৰত নিজৰ ৰায় সংৰক্ষিত কৰি উচ্চ ন্যায়ালয়ে নিজৰ মানসিকতা বিবেচনাপূৰ্ণভাৱে প্ৰয়োগ কৰিলে নেকি বুলি প্ৰশ্ন উত্থাপন কৰে। উচ্চ ন্যায়ালয়ৰ এই পন্থাক লৈ আদালতে হতাশা প্ৰকাশ কৰি মন্তব্য কৰে যে, “সকলো জামিন আবেদনতে উচ্চ ন্যায়ালয়ে একে ধৰণৰ আদেশ নিৰ্দেশ দিয়েনে?” আৰু লক্ষ্য কৰিছিল যে এনে ভুল উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ পৰা নহয়, সত্ৰ ন্যায়াধীশৰ পৰাহে আশা কৰিব পাৰি। বিচাৰপীঠখনে জামিন আদেশৰ ভাষাক লৈ উদ্বেগ প্ৰকাশ কৰি ইয়াক দোষমুক্ত কৰাৰ সৈতে মিল থকা বুলি মত প্ৰকাশ কৰে আৰু চিচিটিভিৰ ফুটেজ, কল ৰেকৰ্ড, প্ৰত্যক্ষদৰ্শীৰ বক্তব্যকে ধৰি প্ৰমাণৰ নিৰীক্ষণৰ অভাৱৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে।

উল্লেখ্য এই গোচৰটোত চিত্ৰদুৰ্গাৰ পৰা অপহৰণ কৰা, বেংগালুৰুৰ চেডত তিনিদিন ধৰি নিৰ্যাতন চলোৱা আৰু ২০২৪ চনৰ জুন মাহত সহ অভিযুক্ত তথা দৰ্শনৰ সহযোগী অভিনেত্ৰী পবিত্ৰ গৌড়ালৈ প্ৰেৰণ কৰা অশ্লীল বাৰ্তাৰ বাবে হত্যা কৰা ৩৩ বছৰীয়া ৰেনুকাস্বামীক নিৰ্মম হত্যাকাণ্ডৰ সৈতে জড়িত। বিশেষকৈ দৰ্শনৰ জামিনৰ পাছৰ আচৰণৰ খবৰ, য’ত মূল সাক্ষীৰ সৈতে মঞ্চত হাজিৰ হোৱাকে ধৰি অভিযুক্তই লোৱা আক্ৰমণৰ ফটোৰ দৰে প্ৰমাণে গোচৰটো চম্ভালাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছিল। কৰ্ণাটকৰ হৈ জ্যেষ্ঠ অধিবক্তা সিদ্ধাৰ্থ লুথ্ৰাই উচ্চ ন্যায়ালয়ে জটিল প্ৰমাণক উপেক্ষা কৰা বুলি যুক্তি দিয়াৰ বিপৰীতে দৰ্শনৰ অধিবক্তা কপিল ছিবালে প্ৰত্যক্ষদৰ্শীৰ বক্তব্য পৰস্পৰ বিৰোধী বুলি দাবী কৰে। আদালতে দোষী সাব্যস্ত কৰা নহয় বৰঞ্চ জামিন ন্যায্য নে নহয় সেইটো মূল্যায়ন কৰা বুলি জোৰ দি কয়, “আমি উচ্চ ন্যায়ালয়ৰ দৰে ভুল নকৰো।”

Apply Now
এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হ’ল সাৰনাথ

ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হ’ল সাৰনাথ

July 26, 2026 3:46 pm
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 26, 2026 12:25 pm
যন্তৰ মন্তৰত প্ৰতিবাদৰ অন্ত, স্বাভাৱিক অৱস্থালৈ দিল্লী মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা

যন্তৰ মন্তৰত প্ৰতিবাদৰ অন্ত, স্বাভাৱিক অৱস্থালৈ দিল্লী মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা

July 26, 2026 11:33 am
চৰকাৰে সংবিধান মানি শাসন কৰিব লাগিব, অন্যথা গাদী এৰিব লাগিব!

চৰকাৰে সংবিধান মানি শাসন কৰিব লাগিব, অন্যথা গাদী এৰিব লাগিব!

July 26, 2026 10:12 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হ’ল সাৰনাথ

ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হ’ল সাৰনাথ

July 26, 2026 3:46 pm
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 26, 2026 12:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd