• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘সংবাদ মাধ্যমেহে বিকৃত কৰিছে, অভিযুক্ত ধৰ্ষণকাৰীক বিয়া পাতিবলৈ কোৱা নাছিলো’, মুখ্য ন্যায়াধীশ বুবদে

এন ই নাও নিউজ by এন ই নাও নিউজ
March 8, 2021 7:44 pm
WhatsApp Image 2020-12-10 at 12.25.50 PM
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এছ এ বুবদে-এ শুনানিৰ সময়ত ধৰ্ষণত অভিযুক্ত এগৰাকী ব্যক্তিক ধৰ্ষিতাক বিয়া কৰাবলৈ কোৱা নাছিল। সোমবাৰে সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকী এইদৰে কয়।

মুখ্য ন্যায়াধীশ বুবদেৰ মতে সংবাদ মাধ্যমে তেওঁৰ বক্তব্যক বিকৃত কৰি প্ৰকাশ আৰু প্ৰচাৰ কৰিছে।

Apply Now

মুখ্য ন্যায়াধীশ শৰদ এ বুবদে-এ লগতে কয় যে যোৱা সপ্তাহত ধৰ্ষণৰ গোচৰৰ শুনানিৰ সময়ত তেওঁ কৰা মন্তব্যবোৰ নাৰীক অসন্মান কৰি কোৱা নাছিল। তেওঁৰ মতে উচ্চতম ন্যায়ালয়ে সদায় “নাৰীৰ প্ৰতি সৰ্বোচ্চ সন্মান” প্ৰদান কৰি আহিছে।

“আমি তেওঁ(ধৰ্ষণত অভিযুক্ত)ক বিয়া কৰাবলৈ কোৱা নাছিলো। আমি তেওঁক বিয়া কৰাব নেকি বুলিহে সুধিছিলো।” মুখ্য ন্যায়াধীশ বুবদে-এ সোমবাৰে কয়।

উল্লেখ্য যে যোৱা ১ মাৰ্চত ধৰ্ষণত অভিযুক্ত মহাৰাষ্ট্ৰৰ এগৰাকী বিষয়াৰ জামিন শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীয়ে অভিযুক্তক বিষয়াজনে ধৰ্ষিতা কিশোৰীগৰাকীক বিয়া কৰিলে তেওঁক PCSO আইনৰ অধীনত কাৰাগাৰলৈ যোৱাৰ পৰা ৰক্ষা কৰাৰ আশ্বাস দিয়া বুলি সংবাদ মাধ্যমত প্ৰচাৰ হৈছিল।

লগতে পঢ়ক : “আপুনি তাইক বিয়া কৰালে শাস্তিৰ পৰা ৰেহাই পাব!”; ধৰ্ষণত অভিযুক্ত চৰকাৰী বিষয়াক ক’লে মুখ্য ন্যায়াধীশে

এই সমগ্ৰ বিষয়টোৱে দেশৰ সংবাদ মাধ্যমত ব্যাপক চৰ্চা লাভ কৰে। আনকি বিভিন্ন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰো সৃষ্টি হয়।

ইয়াৰ সমান্তৰালভাৱে নিৰ্যাতিতাৰ সৈতে ধৰ্ষণত অভিযুক্তক বিবাহপাশত আৱদ্ধ কৰোৱাই ধৰ্ষণকাৰীক শাস্তিৰ পৰা ৰেহাই দিবলৈ সৰ্বোচ্চ ন্যায়ালয়ে এই পদক্ষেপ লৈছে নেকি বুলি প্ৰশ্ন কৰি দেশৰ নাৰী অধিকাৰ কৰ্মী, বিশিষ্ট নাগৰিক, বুদ্ধিজীৱী, লেখক, শিল্পীসহ ৫ হাজাৰ লোকৰ স্বাক্ষৰ সম্বলিত এক পত্ৰৰ যোগে মুখ্য ন্যায়াধীশ বুবদেক সমালোচনা কৰি ক্ষমা খুজিবলৈ দাবী কৰা হৈছিল।

ইয়াৰ পিছতে আজি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীয়ে নিজৰ স্থিতি প্ৰকাশ কৰি কয় যে বিষয়টো সম্পৰ্কীয় তেওঁৰ বক্তব্যসমূহ সম্পূৰ্ণৰূপে বিকৃত কৰি সংবাদ মাধ্যমত প্ৰচাৰ কৰা হৈছে।

এয়া বৈবাহিক ধৰ্ষণৰ গোচৰ নাছিল বুলি কৈ উচ্চতম ন্যায়ালয়ে ‘নাৰীৰ প্ৰতি সৰ্বোচ্চ সন্মান’ প্ৰদান কৰি অহা বুলিও তেওঁ মন্তব্য কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd