• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিশেষভাৱে সক্ষম হৈয়ো হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ পুৰণিগুদামৰ দিগন্ত

ভাৰ্গৱ হাজৰিকা by ভাৰ্গৱ হাজৰিকা
June 8, 2020 9:26 pm
ফটো : নৰ্থ-ইষ্ট নাও

ফটো : নৰ্থ-ইষ্ট নাও

809
VIEWS
Share on FacebookShare on Twitter

শাৰিৰীক বাধা গ্ৰস্ততা তথা দৰিদ্ৰতা কেতিয়াও সফলতাৰ হেঙাৰ হ’ব নোৱাৰে মেধা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে। এই কথা পুনৰবাৰ প্ৰমাণ কৰি দিছে নগাঁও জিলাৰ পুৰণিগুদাম হাতীগাঁৱৰ এজন বিশেষভাৱে সক্ষম কিশোৰে।

সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সমাজ বিজ্ঞান বিষয়ত লেটাৰ মাৰ্কসহ প্ৰথম বিভাগত সুখ্যাতিৰে উৰ্ত্তীৰ্ণ হৈ বিদ্যালয়খনৰ লগতে অঞ্চলবাসীলৈও কঢ়িয়াই আনিছে গৌৰৱ।

পুৰণিগুদামৰ ৰাধাকান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা বিশেষভাৱে সক্ষম দিগন্ত কুমাৰ বৰা আৰু মাতৃসহ পিতৃ ৰতন বৰাৰ সৰু পৰিয়ালটোৱে বিদ্যালয়খনৰ সন্মুখতে এটি সৰু পজা ভাৰা লৈ কোনো মতে বাস কৰি আছিল।

এখন হুইল চেয়াৰকে সাৰথি কৰি জীৱন সংগ্ৰাম আৰু শিক্ষা সুচাৰুৰূপে অব্যাহত ৰখা ছাত্ৰ জনক মাতৃয়ে কেৱল নিতৌ বিদ্যালয়খনলৈ অনা-নিয়া কৰায়ে নহয় শিক্ষা আৰু আনুসাঙ্গিক ক্ষেত্ৰ সমূহতো পথ প্ৰদৰ্শক হিচাবে দ্বায়িত্ব পালন কৰি আহিছিল।

দিগন্তই ভৱিষ্যতে “চ’ফ্টৱেৰ ইঞ্জিনিয়াৰ” হোৱাৰ সপোন পুহি ৰাখিছে যদিও পৰিয়ালটোৰ আৰ্থিক দুৰৱস্থাৰ বাবে সপোন কৰবাত যেন মৰহী যোৱাৰ উপক্ৰম হৈছিল। কিন্তু এনি সময়তে বিশেষভাৱে সক্ষম দিগন্তৰ কাষত থিয় দিছে বৃহত্তৰ পুৰণিগুদাম অঞ্চলৰ কেইবাজনো হৃদয়বান লোক।

ইয়াৰে ভাস্কৰ জ্যোতি দাস নামৰ ডাকঘৰৰ এজন ঠিকাভিত্তিক অস্থায়ী কৰ্মীয়ে ছাত্ৰ জনৰ সফলতাত নথৈ আনন্দিত হৈ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ সকলো কিতাপ অথবা অধ্যয়নৰ বাবে প্ৰয়োজনীয় সামগ্ৰী সমূহ ছাত্ৰ জনক গাঠিৰ ধন ভাঙি নিজাববীয়াকৈ যোগান ধৰিব বুলি আশ্বাস প্ৰদান কৰিছে।

সমান্তৰালভাৱে ছাত্ৰজনৰ উজ্জ্বল ভৱিষ্যতৰ বাবে বৃহত্তৰ অঞ্চলটোৰ সমূহ শুভাকাংক্ষীকে ছাত্ৰজনৰ প্ৰতি সহায়ৰ হাত আগবঢ়াবৰ বাবে কাতৰ আহ্বান জনাই স্থানীয় যুৱক ভাস্কৰ জ্যোতি দাসে।

ইফালে অখিল ভাৰত বিদ্যাৰ্থী পৰিষদ, পুৰণিগুদাম শাখাৰ বিষয়াববীয়া সকল ছাত্ৰজনৰ বাসগৃহত উপস্থিত হৈ বিদ্যালয়খনৰ লগতে বৃহত্তৰ পুৰণিগুদাম অঞ্চললৈ সুনাম কঢ়িয়াই অনাৰ বাবে বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে বুলি জানিব পৰা গৈছে।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd