• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জৰাজীৰ্ণ কাঠৰ দলঙৰ বাবে জীয়াতু ভুগিছে ৰাইজ; শীঘ্ৰে মেৰামতিৰ দাবী

NE NOW NEWS ইয়াছিন আলী
বঙাইগাঁও , November 19, 2019 2:19 pm

1 min read

Bongaigaon.

ফটো : নৰ্থ-ইষ্ট নাও

96k
VIEWS
Share on FacebookShare on Twitter

পৰিৱৰ্তনৰ শ্লোগানেৰে চৰকাৰ গঠনৰ তিনিবছৰ পাছতো আজি পৰ্যন্ত পকীকৰণ নহ’ল বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ বৃহত্তৰ অঞ্চলক সংযোগ কৰা এখন কাঠৰ জৰাজীৰ্ণ দলং।

নাম্বাৰপাৰা-গোলাপাৰা সংযোগী মানাহ নদীৰ ওপৰত থকা এই দলংখনৰ বাবে যমৰ যাতনা ভুগিছে হাজাৰ-হাজাৰ পথচাৰীৰ লগতে বিদ্যালয় মহাবিদ্যালয়লৈ অহা যোৱা কৰা ছাত্ৰ-ছাত্ৰী।

ইফালে আজি দলঙেৰে গৈ থকা অৱস্থাত দলঙত থকা ডাঙৰ ফাকত এটা ঘোৰাৰ ভৰি সোমাই গৈ বেয়াকৈ আঘাতপ্ৰাপ্ত হয়।

স্থানীয় ৰাইজে এই ঘটনাটোক তেনেই সাধাৰণ বুলি আখ্যা দি কয় যে এই দলংখনত ইতিমধ্যে ভয়ংকৰ ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে।

মৰণফাণ্ডত পৰিণত হোৱাৰ পিছতো গড়কাপ্তানী বিভাগে দলংখন মেৰামতি তথা পকীকৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰা নাই।

উল্লেখ্য যে স্থানীয় বিধায়ক আব্দুল হাই নাগৰীক দলংখন মেৰামতি কৰি দিবলৈ ৰাইজে বহুবাৰ অনুনয় বিনয় কৰিছে যদিও কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে।

অঞ্চলবাসীয়ে এতিয়া মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল তথা গড়কাপ্তানী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক দলংখন মেৰামতি কৰি দিবৰ বাবে দাবী জনাইছে।

Recent News

“সকলো বিৰোধী ৰাজনৈতিক শক্তি মূল শত্ৰু বিজেপিৰ বিৰুদ্ধে একত্ৰিত হ’ব লাগে” : দেৱব্ৰত শইকীয়া

“সকলো বিৰোধী ৰাজনৈতিক শক্তি মূল শত্ৰু বিজেপিৰ বিৰুদ্ধে একত্ৰিত হ’ব লাগে” : দেৱব্ৰত শইকীয়া

a black t

চাপৰত উপস্থিত হৈ মন্ত্ৰী পীযুষ হাজৰিকাই বিলালে ১৫ হাজাৰকৈ টকা, কাক দিলে এই ধন?

boat capsize

নাৱৰ পৰা পৰি তিনি শিশু, এগৰাকী মহিলাসহ পাঁচগৰাকী পৰ্যটকৰ হ্ৰদত সলিল সমাধি : ১৫ জন আহত

a black t

বিটিচিৰ স্বাস্থ্য বিভাগৰ বহু কৰ্মচাৰীয়ে আজি ফোনতে শুনিবলগীয়া হ’ল ধমক, কোনে দিলে কৰ্মচাৰীক ধমক?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd