DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জাঁজীত জৰাজীৰ্ণ মথাউৰিয়ে জীয়াতু ভোগাইছে ৰাইজক; কাণসাৰ নাই বিধায়কৰ

ৰাজীৱ দত্ত by ৰাজীৱ দত্ত
December 16, 2018 4:35 pm
Jhanji
487
VIEWS
Share on FacebookShare on Twitter

যোৰহাট জিলাৰ টীয়ক বিধানসভা সমষ্টিৰ জাঁজীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা তামুলিছিগাৰ ললিত চন্দ্ৰ ৰাজখোৱা পথ সংযোগী জাঁজী নদীৰ উত্তৰ পাৰৰ মথাউৰিটো সম্প্ৰতি মেৰামতিৰ অভাৱত একেবাৰে জৰাজীৰ্ণ হৈ পৰিছে।

জাঁজী চূড়ামণি মুছলিম গাঁও, পুৰণিমাটি, জাঁজী গাওঁ, বৰাগাঁও, ধেমাজি গাঁও, তেতেলিগুৰি, শিমলুগুৰি আদি কে ধৰি প্ৰায় ১৪/১৫ খন গাঁৱৰ জনসাধাৰণৰ যাতায়াতৰ পথ হিচাপে ব্যৱহৃত জাঁজী নদীৰ উক্ত মথাউৰিটোৱেদি বালি কঢ়িওৱা গধুৰ ট্ৰাকৰ চলাচল কৰাৰ ফলত মথাউৰিটোত দ গাঁতৰ সৃষ্টি হৈছে।ফলত যাতায়াতৰ ক্ষেত্ৰত জীয়াতু ভূগিব লগা হৈছে অঞ্চলবাসীয়ে।

ইপিনে মথাউৰিটো মেৰামতি তথা পকীকৰণৰ ক্ষেত্ৰত স্থানীয় বিধায়ক আৰু সাংসদে বছৰ বছৰ ধৰি  অনীহা প্ৰদৰ্শন  কৰা পৰিলক্ষিত হৈছে। টীয়ক সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰয়াত মেম্বৰ গগৈয়ে দীৰ্ঘদিনীয়া কাৰ্যকালত মথাউৰিটো পকীকৰণৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ নকৰাৰৰ অভিযোগ তুলিছে অঞ্চলবাসীয়ে।

আনহাতে বৰ্তমানৰ বিধায়ক ৰেণুপমা  ৰাজখোৱাইও মথাউৰিটো পকীকৰণৰ ক্ষেত্ৰত মৌনতা অৱলম্বন কৰিছে। লক্ষণীয় ভাৱে যোৰহাট লোকসভা সমষ্টিৰ পূৰ্বৰ সাংসদ প্ৰয়াত বিজয়কৃষ্ণ সন্দিকৈৰ কাৰ্যকালত কাণসাৰ নকৰাৰ লগতে আৰু বৰ্তমানৰ সাংসদ কামাখ্যা তাছায়ো কোনো পদক্ষেপ গ্ৰহণ কৰা নাই।

স্থানীয় ৰাইজে মথাউৰিটো মেৰামতি তথা পকীকৰণৰ বাবে স্থানীয় সাংসদ-বিধায়কক বছৰ বছৰ ধৰি আবেদন জনাই আহিছে যদিও আজি পৰ্যন্ত সুফল লাভ কৰা নাই।

Recent News

Assam Career- Lakhimpur DC

Assam Career :গাঁও প্ৰধানৰ খালী পদ পূৰণৰ বাবে লখিমপুৰ উপায়ুক্তৰ কাৰ্যালয়ৰ জাননী, কিদৰে কৰিব আবেদন?

বঙাইগাঁৱত আৰক্ষীয়ে দাহ কৰিলে ৬ কোটি ২৬ লাখ টকাৰো অধিক মূল্যৰ নিচাজাতীয় দ্ৰব্য

বঙাইগাঁৱত আৰক্ষীয়ে দাহ কৰিলে ৬ কোটি ২৬ লাখ টকাৰো অধিক মূল্যৰ নিচাজাতীয় দ্ৰব্য

মুখ্যমন্ত্ৰীৰে চলা “গোপন” আলোচনাই সমাধান আনিবনে অসমৰ জলন্ত জাতীয় সমস্যাৰ?

মুখ্যমন্ত্ৰীৰে চলা “গোপন” আলোচনাই সমাধান আনিবনে অসমৰ জলন্ত জাতীয় সমস্যাৰ?

ৰাজনৈতিক জীৱনৰ প্ৰথমটো প্ৰত্যক্ষ নিৰ্বাচনতে বিজয়ী ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহা

ৰাজনৈতিক জীৱনৰ প্ৰথমটো প্ৰত্যক্ষ নিৰ্বাচনতে বিজয়ী ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd