• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কদৰ্যময় শৌচাগাৰ! ১০ ঘণ্টাৰ বিমান যাত্ৰাৰ অন্তত দিল্লীৰ পৰিৱৰ্তে চিকাগোলৈ উভতিল বিমান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 10, 2025 4:29 pm
1.2k
VIEWS
Share on FacebookShare on Twitter

অপৰিষ্কাৰ শৌচাগাৰ! সেইবাবে ১০ ঘন্টা উৰিও গন্তব্য স্থানত উপনীত নহ’ল বিমানখন। দীৰ্ঘসময়ৰ কষ্টৰ অন্তত আকাশৰ মাজৰ পৰা যাত্ৰীক লৈ উভতি আহিল বিমানখন। যোৱা বৃহস্পতিবাৰে আমেৰিকাৰ চিকাগোৰ পৰা দিল্লী অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমানত সংঘটিত হয় এই ঘটনা। অৱশেষত বিমানখনৰ শৌচাগাৰ ব্যৱহাৰ কৰিব নোৱাৰা হৈ পৰাৰ পাছত চিকাগোলৈ উভতি যাব লগা হয়!

৬ মাৰ্চ বৃহস্পতিবাৰে এয়াৰ ইণ্ডিয়াৰ বিমান এ আই ১২৬ চিকাগোৰ অ’হেৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা দিল্লী অভিমুখে ৰাওনা হয়। কিন্তু হঠাৎ মিড এয়াৰত এটা ঘোষণা কৰা হ’ল যে জৰুৰীকালীন অৱস্থাৰ বাবে বিমানখন ডাইভাৰ্ট কৰা হৈছে। প্ৰায় ১০ ঘণ্টাৰ দীঘলীয়া যাত্ৰাৰ অন্তত যাত্ৰীসকলে চিকাগোলৈ উভতি যাব লগা হয়।

কিন্তু বিমান সংস্থাটোৱে এক বিবৃতি প্ৰকাশ কৰি কয় যে বিমানখন “কাৰিকৰী সমস্যা”ৰ বাবে চিকাগোলৈ ঘূৰাই পঠিওৱা হৈছে! যাত্ৰীসকলক তেওঁলোকৰ গন্তব্যস্থানলৈ লৈ যোৱাৰ বিকল্প ব্যৱস্থাও কৰা হৈছে। অৱশ্যে বিমানত থকা এজন ব্যক্তিয়ে কয় যে সমস্যাটো কাৰিকৰী দোষ নহয়, বৰঞ্চ শৌচাগাৰত পানী জমা হোৱাহে! বিমানখনৰ ১০টা শৌচাগাৰৰ ভিতৰত ৯টা শৌচাগাৰই ব্যৱহাৰ কৰিব নোৱাৰা হৈ পৰিছিল। মাত্ৰ এটা বিজনেছ ক্লাছৰ শৌচাগাৰহে চলি আছিল। সেয়ে অৱশেষত যাত্ৰীসকলৰ সুবিধাৰ কথা মনত ৰাখি পাইলটে উভতি অহাৰ সিদ্ধান্ত ল’বলগীয়া হ’ল।

উল্লেখ্য যে, বুধবাৰে পুৱা ১১ বজাত চিকাগোৰ পৰা উৰা মাৰিছিল বিমানখন। ৰাডাৰৰ তথ্য অনুসৰি গ্ৰীনলেণ্ডৰ উপকূল পাৰ হোৱাৰ কিছু সময়ৰ পাছতে বিমানখনে গতিপথ সলনি কৰিছিল। অৰ্থাৎ যাত্ৰা আৰম্ভ হোৱাৰ প্ৰায় চাৰি ঘণ্টা ২৫ মিনিট পাছতে বিমানখন ঘূৰিছিল। অৱশেষত নিশা ৯ মান বজাত উভতি আহিল বিমানখন। দিল্লী অভিমুখী বিমানখনত ৩০০ৰো অধিক যাত্ৰী আছিল। বিমান সংস্থাটোৱে এই দুৰ্নীতিৰ দায়িত্ব স্বীকাৰ কৰি যাত্ৰীসকলৰ বাবে বিনামূলীয়া বিকল্প ভ্ৰমণৰ ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দিছে। যিসকলে এই সুবিধা লাভ কৰা নাছিল তেওঁলোককো সম্পূৰ্ণ ধন ঘূৰাই দিয়াৰ ব্যৱস্থা কৰা হ’ব।

Recent News

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd