• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভাৰতলৈ আহি মানৱ অধিকাৰ উলংঘনৰ প্ৰসংগ উত্থাপন মাৰ্কিন নিৰাপত্তা সচিব লয়েড আষ্টিনৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 20, 2021 6:14 pm
Lloyd-Austin-1280x720
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তিনিদিনীয়া ভ্ৰমণ সূচীৰে ভাৰতলৈ অহা আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিৰাপত্তা সচিব লয়েড আষ্টিনে ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ সৈতে হোৱা আলোচনাত ভাৰতত উলংঘন হোৱা মানৱ অধিকাৰ প্ৰসংগক সজোৰে উত্থাপন কৰিছে।

ভাৰতীয় সংখ্যালঘু বিশেষকৈ মুছলমানৰ ক্ষেত্ৰত উলংঘা কৰি অহা মানৱ অধিকাৰ প্ৰসংগসমূহ মাৰ্কিন নিৰাপত্তা সচিবগৰাকীয়ে আলোচনা কালত উপস্থাপন কৰিছে।

Apply Now

অৱশ্যে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে অনুষ্ঠিত বৈঠকত মুছলমান সংখ্যালঘুৰ ওপৰত হোৱা মানৱ অধিকাৰ উলংঘনৰ সম্পৰ্কে আলোচনা কৰিবলৈ সক্ষম নহ’ল মাৰ্কিন নিৰাপত্তা সচিব আষ্টিন।

লগতে পঢ়ক : আলোচনাৰ পূৰ্বে ভাৰতৰ মানৱ অধিকাৰ ভংগৰ কথা সোঁৱৰাই দিলে শীৰ্ষ মাৰ্কিন নীতি নিৰ্ধাৰকে

মাৰ্কিন নিৰাপত্তা সচিবগৰাকীৰ মতে তেওঁ সাক্ষাৎ লাভ কৰা কেন্দ্ৰীয় কেবিনেটৰ সদস্যসকলৰ সৈতেহে এই বিষয়ে আলোচনা কৰিছে।

“তেওঁৰ সৈতে সেই বিষয়ে কথা পাতিবলৈ মই সুযোগ পোৱা নাছিলো। এই বিষয়ত কেবিনেটৰ আন সদস্যসকলৰ সৈতেহে মোৰ বাৰ্তালাপ হৈছিল।” মানৱ অধিকাৰ উলংঘনৰ বিষয়টোৰ সম্পৰ্কত এইদৰে কয় লয়েড আষ্টিনে।

“আমি মনত ৰাখিব লাগিব যে ভাৰত আমাৰ অংশীদাৰ, আৰু অংশীদাৰিত্বক আমি মূল্য দিছো। আৰু মই ভাবো অংশীদাৰসকলে এই ধৰণৰ আলোচনা কৰিবলৈ সক্ষম হোৱাতো প্ৰয়োজন। আৰু নিশ্চিতভাৱে আমি সেইটো কৰি সন্তোষ লাভ কৰিছো। আৰু আপুনি সেই আলোচনাবোৰ অতি অৰ্থপূৰ্ণ ধৰণে কৰিব পাৰে আৰু সেই ধৰণেৰে আগবঢ়াই নিব পাৰে।” তেওঁ লগতে কয়।

লগতে পঢ়ক : প্ৰধানমন্ত্ৰী মোদীৰে বৈঠকত অংশগ্রহণ মাৰ্কিন প্ৰতিৰক্ষা সচিব লয়েড আষ্টিনৰ

উল্লেখ্য যে মাৰ্কিন চিনেট ফৰেইন ৰিলেশ্যন কমিটিৰ অধ্যক্ষ ব’ব মেনেণ্ডেজে ভাৰতত গণতন্ত্ৰৰ অৱনতি হোৱা বুলি উল্লেখ কৰি এক পত্ৰৰ যোগে আষ্টিনক ভাৰতত উলংঘন হৈ থকা মানৱ অধিকাৰ প্ৰসংগটো আলোচনা কালত উত্থাপন কৰিবলৈ পৰামৰ্শ দিছিল।

মেনেণ্ডেজে আনকি ভাৰতত সংখ্যালঘু মুছলমানৰ ওপৰত, কা বিৰোধী আন্দোলন, কৃষি আইন বিৰোধী আন্দোলন, জন্মু আৰু কাশ্মীৰৰ পৰা ৩৭০ প্ৰত্যাহাৰ কৰাৰ সময়ত সংঘটিত মানৱ অধিকাৰৰ উলংঘনে ভাৰতত গণতন্ত্ৰক অৱনমন কৰা বুলিও দাবী কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

September 26, 2026 9:20 pm
মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

September 26, 2026 8:15 pm
মমতাৰ সভালৈ যোৱাৰ পথত আক্ৰমণৰ সন্মুখীন তৃণমূল নেতা কুণাল ঘোষ : গাড়ীলৈ দলিয়ালে কণী আৰু ইটা

মমতাৰ সভালৈ যোৱাৰ পথত আক্ৰমণৰ সন্মুখীন তৃণমূল নেতা কুণাল ঘোষ : গাড়ীলৈ দলিয়ালে কণী আৰু ইটা

September 26, 2026 7:10 pm
পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 26, 2026 6:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

September 26, 2026 9:20 pm
মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

September 26, 2026 8:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd