• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৰুত্বপূৰ্ণ বৈঠক সম্পন্ন; ৩০ চেপ্তেম্বৰত অংকুৰিত হ’ব ৭০ টা সংগঠনৰ ৰাজনৈতিক দল

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 22, 2020 7:11 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মঙলবাৰে গুৱাহাটীৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্য্যালয়ত নতুন ৰাজনৈতিক দল গঠনক কেন্দ্ৰ কৰি ৭০ টা সংগঠনৰ নেতৃত্বৰ মাজত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।

এই আলোচনাতে ৩০ চেপ্তেম্বৰত ৰাজনৈতিক দল গঠন হ’ব বুলি জানিবলৈ দিয়ে ৭০ টা জাতীয় সংগঠনৰ অন্যতম নেতা তথা অনুসুচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাসে।

Apply Now

বৈঠকত হোৱা আলোচনা সন্দৰ্ভত নৰ্থ-ইষ্ট নাওৰ সাংবাদিকৰ আগত দাসে কয় ‘ভ্ৰষ্টাচাৰী, স্বৈৰাচাৰী বিজেপি চৰকাৰক সমুলঞ্চে বিদায় দিয়াৰ উদ্দেশ্যে আঞ্চলিকতাবাদী প্ৰগতিশীল দল গঠন কৰাটো আজিৰ সভাত নিশ্চিতভাৱে প্ৰস্তাৱ গ্ৰহণ কৰা হ’ল। ৭০ টা জাতীয় সংগঠনৰ অন্তৰ্গত আটাইকেইটা সংগঠনৰ প্ৰতিনিধি সন্নিবিষ্ট কৰি অহা ৩০ চেপ্তেম্বৰত ৰাজ্যিক পৰ্য্যায়ত গঠন হ’বলগীয়া সমন্বয়ক কমিটিয়ে দলৰ নাম আৰু অনুসংগিক বিষয়বিলাক ঘোষণা কৰিব।‘

ইয়াৰোপৰি, সংসদীয় ৰাজনীতি আৰু নিৰ্বাচন সম্পৰ্কীয় বহু বিষয়ে আজি স্থান পাই বুলি উল্লেখ কৰি দাসে আৰু কয় ‘বিজেপিক প্ৰতিহত কৰাৰ উদ্দেশ্যে যিহেতু এই ৰাজনৈতিক দল গঠিত হ’ব গতিকে অসমৰ ৰাইজে বিচাৰিলে আঞ্চলিকতাবাদী ভাবাসম্পন্ন সকলো দলৰ লগতে আলাপ-আলোচনা আৰু মিত্ৰতা সম্ভৱ হ’ব। অসম জাতীয় পৰিষদৰ সৈতে মিত্ৰতা সন্দৰ্ভত আজি আলোচনা হোৱা নাই যদিও আগন্তুক দল গঠনৰ পাছত এই সম্পৰ্কে সমন্বয়কসকলে আলোচনা কৰিব।‘

তেওঁ লগতে কয় ‘বিজেপি চৰকাৰৰ ধৰ্মীয় সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰুদ্ধে, দুৰ্নীতি-ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে তথা অসমক থান-বান কৰি দিয়া নীতি, আৰু মুল্যবৃদ্ধি ইত্যাদি ইচ্ছু লৈ আগন্তুক দিনত সু-শাসন দিয়াৰ স্বাৰ্থত এই দল নিৰ্বাচনত নামিব।‘

আনহাতে, এই সন্দৰ্ভত ৭০ সংগঠনৰ অন্যতম নেতা তথা টাইপাৰ পৰা পদত্যাগ কৰা লোহিত গগৈয়ে আমাৰ সাংবাদিকৰ আগত কয় ‘প্ৰতিটো জাতীয়-জনগোষ্ঠীয় সংগঠনেই যাতে সমানে গুৰুত্ব লাভ কৰে তাৰ কাৰণে প্ৰতিটো সংগঠনৰ পৰা প্ৰতিনিধি ৰখাৰ ক্ষেত্ৰত আজিৰ বৈঠকত গুৰুত্ব প্ৰদান কৰা হয়। সমন্বয়কসকলে ৰাজনৈতিক দলৰ বিষয়টো আগবঢ়াই নিব। প্ৰক্ষেপিত সংগঠনৰ নেতৃত্ব বা প্ৰতিনিধিৰ মাজৰ পৰা মুখ্য সমন্বয়ক, জিলা সমন্বয়ক আৰু সমষ্টি হিচাপত বিষয়ববীয়া নিয়োগ কৰা হ’ব বুলি বৈঠকত আলোচনা হয়।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd