• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সমষ্টি পুনৰ নিৰ্ধাৰণ: ৰাজনৈতিক দল, সংগঠনৰ সৈতে আলোচনা ফলপ্ৰসূ; মন্তব্য মমুখ্য নিৰ্বাচন আয়ুক্তৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 28, 2023 5:40 pm
delimitation process of the constituencies
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ সমষ্টিসমূহৰ আগন্তুক সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়াত প্ৰায় সকলো সংগঠনে সমৰ্থন আগবঢ়াইছে। আজি এই মন্তব্য কৰিছে দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে। সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত আজি অনুষ্ঠিত হোৱা বৈঠকৰ পিছতে সংবাদ মেলত ৰাজীৱ কুমাৰে এই মন্তব্য কৰে।

সংবাদমেলত কুমাৰে উল্লেখ কৰা সংগঠনসমূহে সীমা নিৰ্ধাৰণৰ ক্ষেত্ৰত সমৰ্থন আগবঢ়াইছে যদিও কিছু প্ৰশ্নও উত্থাপন কৰিছে। তেওঁ সদৰী কৰা মতে, সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে ২০০১ চনৰ লোকপিয়লৰ পৰিৱৰ্তে ২০২১ চনৰ লোকপিয়লক কিয় আধাৰ কৰা নহ’ল, সেই বিষয়ত সংগঠনসমূহে প্ৰশ্ন তুলিছে।

Apply Now

লগতে সংগঠনসমূহে উত্থাপন কৰা আন প্ৰশ্নসমূহ এন আৰ চিৰ সৈতে জড়িত আছিল বুলি উল্লেখ কৰি মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে লগতে সীমা নিৰ্ধাৰণ আয়োগে কিয় এই প্ৰক্ৰিয়া কৰা নাছিল নাছিল বুলি প্ৰশ্ন উত্থাপন হোৱা বুলিও উল্লেখ কৰে।

কুমাৰে কয় যে ভাৰতীয় নিৰ্বাচন আয়োগৰ দলটোৱে প্ৰায় ৬০টা সংগঠনৰ লগতে ৯ টা ৰাষ্ট্ৰীয় আৰু আঞ্চলিক ৰাজনৈতিক দলৰ সৈতে বৈঠকত মিলিত হয়। আয়োগৰ দলটোৱে প্ৰায়বোৰ ৰাজনৈতিক দলক সাক্ষাৎ কৰাৰ বিপৰীতে অসমৰ কংগ্ৰেছক দুবাৰকৈ নিমন্ত্ৰণ কৰাল পিছতো সাক্ষাৎ নকৰিলে বুলি উল্লেখ কৰা হৈছে।

মুখ্য নিৰ্বাচন আয়ুক্ত গৰাকীৰ ভাষ্য মতে সকলো দল-সংগঠনে আয়োগক এই প্ৰক্ৰিয়াৰ ওপৰত সহযোগিতামূলক পৰামৰ্শ আৰু মন্তব্য আগবঢ়াইছিল। সকলো ভ্ৰান্ত ধাৰণা দূৰ কৰি সকলোৰে সৈতে আলোচনাৰ পাছতহে এই প্ৰক্ৰিয়া সম্পন্ন কৰা হ’ব বুলি তেওঁ লগতে কয়।

কুমাৰৰ ভাষ্য মতে, অসমত ২০০৮ চনতে সীমা নিৰ্ধাৰণ আইন ২০০২ৰ অধীনত এই প্ৰক্ৰিয়া সম্পন্ন হ’ব লাগিছিল যদিও কিছু কাৰণত সেয়া স্থগিত ৰখা হৈছিল। কিন্তু ২০২০ চনত ৰাষ্ট্ৰপতিয়ে সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়া পুনৰ আৰম্ভ কৰাৰ বাবে সেউজ সংকেত দিয়া বুলি তেওঁ মন্তব্য কৰে।

কুমাৰে সদৰী কৰা মতে ভাৰতীয় সংবিধানৰ ১৭০ (বি) ধাৰাৰ আধাৰত ২০০১ চনৰ লোকপিয়লক সমষ্টি পুনৰ নিৰ্ধাৰণৰ ভিত্তি বৰ্ষ হিচাপে নিৰ্ধাৰণ কৰা হৈছে।

এই সন্দৰ্ভত চলিত বৰ্ষৰ ১৫ এপ্ৰিললৈকে পৰামৰ্শ গ্ৰহণ কৰা হ’ব বুলি উল্লেখ কৰি তেওঁ লগতে ৰাজ্যৰ বিভিন্ন জনগোষ্ঠীৰ সুৰক্ষা নিশ্চিত কৰি এই সীমা নিৰ্ধাৰণ কৰা হ’ব বুলি সংবাদ মেলত মন্তব্য কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

September 11, 2026 5:24 pm
কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

September 11, 2026 2:44 pm
আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

September 11, 2026 12:42 pm
ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

September 11, 2026 11:32 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

September 11, 2026 5:24 pm
কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

September 11, 2026 2:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd