• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বদনামী হ’ল গুবাহাটীৰ এ আই ডি চিৰ জনপ্ৰিয় ৰেষ্টুৰেণ্ট! চিকেন বিৰিয়ানিত ওলাল পঁইতাচোৰা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 10, 2026 10:15 pm
32
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুবাহাটীৰ এ আই ডি চি অঞ্চলৰ এখন জনপ্ৰিয় বিৰিয়ানি ৰেষ্টুৰেণ্টত যোৱা ৬ মে’ৰ নিশা এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। নিশা প্ৰায় ১১ বজাত আৰ জে বিষ্ট্ৰ’ৰ ওচৰত থকা উক্ত ৰেষ্টুৰেণ্টখনত এগৰাকী গ্ৰাহকে তেওঁ অৰ্ডাৰ কৰা চিকেন বিৰিয়ানিত এটা পঁইতাচোৰা প্ৰত্যক্ষ কৰাৰ পিছতে হুলস্থূলীয়া পৰিৱেশৰ আৰম্ভণি হয়। এই ঘটনাক কেন্দ্ৰ কৰি ৰেষ্টুৰেণ্টখনৰ ভিতৰত উপস্থিত থকা আন লোকসকলৰ মাজতো আতংক আৰু অসন্তুষ্টি বিয়পি পৰে।

প্ৰাপ্ত খবৰ অনুসৰি গ্ৰাহকগৰাকীয়ে আহাৰ গ্ৰহণ কৰি থকা অৱস্থাতে খাদ্যত পঁইতাচোৰাটো দেখা পাইছিল। এই কথা পোহৰলৈ অহাৰ লগে লগে গ্ৰাহক আৰু ৰেষ্টুৰেণ্ট কৰ্তৃপক্ষৰ মাজত তীব্ৰ বাকবিতণ্ডাৰ সৃষ্টি হয়। দুই পক্ষৰ মাজত হোৱা এই কাজিয়াৰ ফলত ৰেষ্টুৰেণ্টখনত এক বিশৃংখল পৰিৱেশৰ সৃষ্টি হয়।

Apply Now

পৰিস্থিতি ক্ৰমান্বয়ে জটিল হৈ পৰাত গীতানগৰ আৰক্ষী থানাত খবৰ দিয়া হয়। আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ দুই পক্ষকে শান্ত কৰিবলৈ চেষ্টা কৰে। আৰক্ষীৰ হস্তক্ষেপৰ পিছতহে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে। অৱশ্যে এই ঘটনাই চহৰখনৰ হোটেল-ৰেষ্টুৰেণ্টসমূহৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু খাদ্য সুৰক্ষাক লৈ পুনৰ এবাৰ ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে।

চহৰখনৰ ব্যস্ত ৰেষ্টুৰেণ্টসমূহত খাদ্যৰ মানদণ্ডক লৈ এতিয়া স্থানীয় লোক আৰু গ্ৰাহকসকল চিন্তিত হৈ পৰিছে। খাদ্যত এনে ধৰণৰ অপৰিষ্কাৰ বস্তু ওলোৱা কাৰ্যই সাধাৰণ জনতাক ক্ষোভিত কৰি তুলিছে। সামাজিক মাধ্যমতো বহুলোকে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু চৰকাৰী বিভাগসমূহক হোটেল-ৰেষ্টুৰেণ্টসমূহত নিয়মিত পৰিদৰ্শন আৰু কঠোৰ নিয়ম বলবৎ কৰিবলৈ দাবী জনাইছে।

যদিও এতিয়ালৈকে ৰেষ্টুৰেণ্ট কৰ্তৃপক্ষৰ পৰা কোনো আনুষ্ঠানিক মন্তব্য পোৱা হোৱা নাই, তথাপিও এই বিতৰ্কই খাদ্যৰ স্বাস্থ্য সন্মত মান ৰক্ষাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব দিছে। আশা কৰা হৈছে যে সংশ্লিষ্ট কৰ্তৃপক্ষই সমগ্ৰ ঘটনাটো তদন্ত কৰিব আৰু কোনো খাদ্য সুৰক্ষা আইন উলংঘা হৈছে নেকি সেইটো পৰীক্ষা কৰি উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

September 16, 2026 7:30 pm
ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

September 16, 2026 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd