DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 1, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

আদালতে পুনৰ জামিন নাকচ কৰিলে ২১ বছৰীয়া পৰিৱেশ কৰ্মী দিশা ৰবিৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 20, 2021 7:14 pm
index.jpkkkk
215
VIEWS
Share on FacebookShare on Twitter

দিশা ৰবিৰ জামিন নাকচ কৰিলে দিল্লীৰ এখন আদালতে। শনিবাৰে দিশা ৰবিৰ জামিন আবেদনৰ এণ্টীয়া শুনানিৰ পিছত আদালতে দিশা ৰবিৰ জামিন নাকচ কৰে।

উল্লেখ্য যে টুইকিটত আৰু খালিস্তানী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত ২১ বছৰীয়া পৰিৱেশকৰ্মী তথা ছাত্ৰী দিশা ৰবিক যোৱা ১৩ ফেব্ৰুৱাৰিত দিল্লী আৰক্ষীয়ে বাংগালুৰুৰ পৰা গ্ৰেপ্তাৰ কৰিছিল।

ইয়াৰ পিছতে দিল্লী আৰক্ষীয়ে আদালত হাজিৰ কৰোৱাই দিশাক নিজৰ জিম্মাত বিচাৰে আৰু আদালতে পাঁচ দিন আৰক্ষী আৰু দুদিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল।

আজি দিশা ৰবিৰ জামিন আবেদন পুনৰ শুনানি গ্ৰহণ কৰি অহা ২৩ ফেব্ৰুৱাৰিলৈকে দিশা জামিন লাভ নকৰিব বুলি ঘোষণা কৰিছে।

আজি টুইকিট কি বুলি প্ৰশ্ন কৰাৰ লগত দিশা ৰবি গণৰাজ্য দিৱসৰ দিল্লীৰ ট্ৰেক্টৰ ৰেলীৰ বিক্ষিপ্ত হিংসাত্মক ঘটনাত জড়িত থকাৰ প্ৰমাণ কি আছে বুলিও আদালতে প্ৰশ্ন কৰে।

দিল্লী আৰক্ষীৰ হৈ অতিৰিক্ত চলিচিটৰ জেনেৰেল এছ ভি ৰাজুৱে কয় যে এইটো এটা সাধাৰণ টুইকিট নহয়। ইয়াত কেৱল এজন ব্যক্তি জড়িত নহয়, যিসকল ইয়াত জড়িত আছে তেওঁলোক খালিস্তানী আন্দোলনৰ বিষয়ে অৱগত।

Recent News

Maharashtra politics

পুনৰ নিৰাশ উদ্ধৱ ঠাকৰে শিবিৰ: উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে জৰুৰী শুনানিৰ আবেদন

Raj Thackeray on Uddhav Thackeray

সৌভাগ্য সফলতা নহয়: পতনৰ পাছতে উদ্ধৱ ঠাকৰেক কটাক্ষ ৰাজ ঠাকৰেৰ

Amarinder Singh

শীঘ্ৰেই বিজেপিলৈ অমৰিন্দৰ সিং: বিজেপিৰ সৈতে চামিল হ’ব পঞ্জাৱ লোক কংগ্ৰেছ

Assam career MHRB

Assam Career : এমএইচআৰবিত বৈজ্ঞানিক বিষয়া আৰু বিশ্লেষকৰ খালী পদৰ বাবে আবেদন আহ্বান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd