• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দিচপুৰ আৰক্ষীৰ জালত পৰিল হেলমেটত লুকুৱাই অনা ড্ৰাগছ সৰবৰাহকাৰী

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , June 28, 2019 6:06 pm

1 min read

দিচপুৰ আৰক্ষীৰ জালত পৰিল হেলমেটত লুকুৱাই অনা ড্ৰাগছ সৰবৰাহকাৰী
7.2k
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত এতিয়া দিনক দিনে ব্যাপক ৰূপত বৃদ্ধি পোৱা বিভিন্ন অপৰাধমূলক কাৰ্যৰ লগতে ভয়াৱহ ৰূপত বৃদ্ধি পাইছে ড্ৰাগছ সৰবৰাহৰ দৰে ঘটনা। বৃহস্পতিবাৰে আৰক্ষীৰ দলে নগাঁৱৰ আমনিত এনে এটা ড্ৰাগছ চক্ৰ উৎখাত কৰিবলৈ সক্ষম হোৱাৰ পিছতে আজি পুনৰ দিচপুৰ আৰক্ষীয়ে এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়।

আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী জনক নুৰ ইছলাম (১৮) বুলি চিনাক্ত কৰা হৈছে। ধৃত নুৰ ইছলামৰ ঘৰ ধুবুৰীৰত আৰু ইছলামে দীৰ্ঘদিন ধৰি মহানগৰীৰ পাঞ্জাবাৰীত ভাৰাতীয়া হিচাপে আছিল।

আজি দিনৰ প্ৰায় ১ মান বজাত দিচপুৰ আৰক্ষীয়ে ছয়মাইলত নুৰ ইছলামক আটক কৰিবলৈ সক্ষম হয়। ধৃত ইছলামে হেলমেটত ড্ৰাগছ লুকুৱাই আনিছিল।

দিচপুৰ আৰক্ষীয়ে ইছলামৰ পৰা ১০০ গ্ৰাম ব্ৰাউন ছুগাৰ, ২০ টা কনটেইনাৰ আৰু ৪ টা মোবাইল জব্দ কৰিবলৈ সক্ষম হয়। বৰ্তমান দিচপুৰ আৰক্ষীৰ জিম্মাত নুৰ ইছলামক ৰখা হৈছে বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে।

Recent News

a track

কৃষকৰ ট্ৰেক্টৰ ৰেলীত অনুমতি দিল্লী আৰক্ষীৰ,৩০৮ টা টুইটাৰ একাউণ্টেৰে ৰেলী বিঘ্নিত কৰাৰ চেষ্টা পাকিস্তানৰ

a family_600c1789a132e

এজন লোকৰ ২৭ গৰাকী ঘৈণী, সন্তানৰ সংখ্যা ১৫০! ক’ত?

FB_IMG_1611484341539

“সহায়-The Helping Hand” নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত  ভোগালী উৎসৱস্থলীত চাফাই অভিযান

FB_IMG_1611490110105

অসম এথলেটিকছ সন্থা আৰু টিপকাইৰ উদ্যোগত মাৰ্ঘেৰিটাত মাৰাথন দৌৰ , সহস্রাধিকৰ অংশগ্রহণ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd