• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কৰ্ণাটকত নতুন মুখ্যমন্ত্ৰী হোৱাৰ দিশে ডি কে শিৱকুমাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 28, 2026 1:30 pm
32
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ্ণাটকৰ ৰাজনীতিত এক ডাঙৰ পৰিৱৰ্তন ঘটিবলৈ গৈ আছে। ৰাজ্যখনৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াই নিজৰ পদৰ পৰা পদত্যাগ কৰাৰ সিদ্ধান্ত লৈছে। তেওঁ ইতিমধ্যে এই কথা মন্ত্ৰীসকলক জনাই দিছে। সিদ্ধাৰামাইয়াৰ স্থানত এতিয়া উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰ কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ব বুলি জানিব পৰা গৈছে। আজি বিয়লি ৩ বজাত সিদ্ধাৰামাইয়াই সংবাদ মাধ্যমৰ আগত এই বিষয়ে আনুষ্ঠানিকভাৱে সকলো কথা প্ৰকাশ কৰিব।

এই নেতৃত্ব পৰিৱৰ্তনক লৈ আজি পুৱা মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াৰ বেংগালুৰুৰ চৰকাৰী আৱাসগৃহত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল। ৰাতিপুৱাৰ আহাৰ গ্ৰহণৰ সময়ত অনুষ্ঠিত হোৱা এই বৈঠকত এক আৱেগিক পৰিৱেশৰ সৃষ্টি হয়। বৈঠকৰ মাজতে ডি কে শিৱকুমাৰে মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াৰ ভৰি চুই আশীৰ্বাদ লয়। এই দৃশ্য দেখাৰ পিছৰে পৰা ৰাজ্যখনৰ ৰাজনীতিত নেতৃত্ব সলনি হোৱাৰ বিষয়টো সম্পূৰ্ণ নিশ্চিত হৈ পৰে।

Apply Now

আনহাতে ৰাজ্যখনৰ ৰাজ্যপাল থাৱৰচান্দ গেহলট বৰ্তমান বেংগালুৰুত উপস্থিত নাই যদিও পদত্যাগ আৰু নতুন চৰকাৰ গঠনৰ প্ৰক্ৰিয়া পৰিকল্পনা অনুসৰি আগবাঢ়িব বুলি দলীয় সূত্ৰই প্ৰকাশ কৰিছে। এই খবৰ বিয়পি পৰাৰ লগে লগে ডি কে শিৱকুমাৰৰ সমৰ্থকসকলৰ মাজত আনন্দৰ বন্যা বৈছে। তেওঁলোকে শিৱকুমাৰৰ আৱাসগৃহৰ সন্মুখত গোট খাই শ্ল’গান দিছে আৰু ইজনে সিজনক মিঠাই খুৱাই আনন্দ উদযাপন কৰিছে। বৰ্তমান বেংগালুৰুত কংগ্ৰেছ দলৰ নেতা আৰু মন্ত্ৰীসকলৰ মাজত কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠক চলি আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd