• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডিমাপুৰ ৰে’লৱে ষ্টেশ্যনেৰে পাৰ হৈ যোৱা সকলো ৰে’লৰ যাত্ৰা বন্ধ কৰি দিয়াৰ ভাবুকি ডিমাপুৰ নাগা ছাত্ৰ সন্থাৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 4, 2021 4:23 pm

1 min read

ডিমাপুৰ ৰে’লৱে ষ্টেশ্যনেৰে পাৰ হৈ যোৱা সকলো ৰে’লৰ যাত্ৰা বন্ধ কৰি দিয়াৰ ভাবুকি ডিমাপুৰ নাগা ছাত্ৰ সন্থাৰ
366
VIEWS
Share on FacebookShare on Twitter

নাগালেণ্ডৰ ডিমাপুৰ ৰে’লৱে ষ্টেশ্যনৰ মাজেৰে পাৰ হৈ যোৱা সকলো ধৰণৰ ৰে’ল যাত্ৰা বন্ধ কৰি দিয়াৰ ভাবুকি প্ৰদান কৰিছে ডিমাপুৰ নাগা ছাত্ৰ সংগঠনে(ডি এন এছ য়ু)।

উত্তৰ-পূব সীমান্ত ৰে’লৱে অসমৰ লিডুলৈ নাগালেণ্ড এক্সপ্ৰেছ চলোৱাৰ সিদ্ধান্ত বাতিল নকৰিলে ডিমাপুৰ নাগা ছাত্ৰ সন্থাই ডিমাপুৰ ৰে’ল ষ্টেশ্যনত ৰে’ল অৱৰোধ কৰিব বুলি হুমকি দিয়ে।

বৰ্তমান নাগালেণ্ড এক্সপ্ৰেছে ডিমাপুৰতে নিজৰ যাত্ৰাৰ সামৰণি মাৰিছিল।

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ সিদ্ধান্তই নিয়মীয়া যাত্ৰী সকলৰ উপৰিও নাগালেণ্ডৰ শিক্ষাৰ্থী সকলকো ক্ষতিগ্ৰস্ত কৰিব।

বিমান যাত্ৰাৰ ব্যয় বহন কৰিব নোৱাৰা নাগালেণ্ডৰ ছাত্ৰ-ছাত্ৰী সকলে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ এই সিদ্ধান্তৰ ফলত আটাইতকৈ বেছি পৰিমাণে ক্ষতিগ্ৰস্ত হ’ব।

‘‘আমি ডিমাপুৰ ৰে’লৱে ষ্টেশ্যনৰ মাজেৰে পাৰ হৈ যোৱা সকলো ধৰণৰ ৰে’লৰ যাত্ৰা বন্ধ কৰি দিম,’’ ডি এন এছ য়ুৰ সভাপতি ছেদেভিলে আংগামিয়ে কয়।

আংগামিয়ে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ সিদ্ধান্তক একপক্ষীয় আৰু বিভেদকামী বুলিও লগতে উল্লেখ কৰে।

Recent News

a mam

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd