• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সাৱধান! মাহেকীয়াৰ সময়ত নাখাব চকলেট আৰু আইচক্ৰীম 

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 23, 2023 9:44 pm
2.3k
VIEWS
Share on FacebookShare on Twitter

বেছিভাগ মহিলাই ঋতুস্ৰাৱৰ সময়ত পেটৰ তলৰ অংশত বিষ অনুভৱ কৰে। বিশেষজ্ঞসকলৰ মতে এই সময়ছোৱাত লঘু ব্যায়াম আৰু খাদ্যাভ্যাসৰ যত্ন ল’লে ঋতুস্ৰাৱৰ সময়ত শাৰীৰিক সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা যায়। 

কিন্তু বেছিভাগ মহিলাই ঋতুস্ৰাৱৰ সময়ত অস্বাস্থ্যকৰ খাদ্য বাছি লয়। অৱশ্যে এই সময়ত সঘনাই মেজাজৰ পৰিৱৰ্তন ঘটে। ঋতুস্ৰাৱৰ সময়ত মনৰ যত্ন লওঁতে বহুতে নিজৰ স্বাস্থ্যৰ ক্ষতি কৰে।

ঋতুস্ৰাৱৰ সময়ত শৰীৰত ইনচুলিন হৰম’নৰ মাত্ৰা ভাৰসাম্যহীন হৈ পৰিব পাৰে। এই সময়ত যদি আপুনি মিঠাইৰ বাবে হাহাকাৰ কৰে তেন্তে ই ইনচুলিনৰ মাত্ৰাত অধিক বেয়া প্ৰভাৱ পেলায়। কিন্তু অস্বীকাৰ কৰিব নোৱাৰি যে ঋতুস্ৰাৱৰ সময়ত মিঠা খাদ্য খোৱাৰ হেঁপাহ বাঢ়ি যায়। 

কিন্তু তেজৰ চেনিৰ মাত্ৰা বজাই ৰখাটোও গুৰুত্বপূৰ্ণ। গতিকে এনে খাদ্য বাছি লওক যিয়ে আপোনাৰ মিঠা খাদ্যৰ প্ৰতি লোভ কমাই দিব আৰু লগতে ঋতুস্ৰাৱৰ সময়ত হোৱা শাৰীৰিক সমস্যাৰ পৰাও উপশম পাব।

মাহেকীয়াৰ সময়ত যদি আপুনি ব্ৰাউনি, আইচক্ৰীম, চকলেট খায় তেন্তে ই আপোনাৰ তেজৰ চেনিৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে। উচ্চ চেনিয়ে শৰীৰত প্ৰদাহ বৃদ্ধি কৰে। ফলত ঋতুস্ৰাৱৰ সময়ত আপুনি অধিক শাৰীৰিক অস্বস্তিৰ অনুভৱ কৰিব। 

গতিকে এই সময়ত সীমিত পৰিমাণে চেনি খাব লাগে। চেনিৰ পৰিমাণ হ্ৰাস কৰাৰ লগতে খাদ্যত সঠিক পৰিমাণৰ প্ৰটিন আৰু কাৰ্বহাইড্ৰেট খাব লাগে। ই মাহেকীয়াৰ সময়ত শাৰীৰিক ক্লান্তি দূৰ কৰিব পাৰে । ইয়াৰ উপৰিও ঋতুস্ৰাৱৰ সময়ত কি খাব পাৰে –

আনাৰসঃ আনাৰসৰ বহু উপকাৰ আছে, ইয়াৰে এটা হ’ল ই ঋতুস্ৰাৱৰ সময়ত পেটৰ তলৰ অংশৰ বিষ আৰু পেশীৰ ক্ৰেম্প কম কৰাত সহায় কৰে। ইয়াৰ উপৰিও ইয়াত ভিটামিন চি থাকে, যিয়ে প্ৰদাহ কমায় আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

তৰমুজঃ তৰমুজত লাইকোপেন নামৰ এক শক্তিশালী এন্টিঅক্সিডেন্ট থাকে। গতিকে মাহেকীয়াৰ সময়ত তৰমুজ খালে শাৰীৰিক অস্বস্তি কমি যায়। তদুপৰি পানীৰ পৰিমাণ বেছি হোৱাৰ বাবে ঋতুস্ৰাৱৰ সময়ত শৰীৰত পানীলগা নহয়।

আদাঃ পিৰিয়ড ক্ৰেম্প কমোৱাৰ উপৰিও আদাই অনিয়মিত ঋতুস্ৰাৱৰ সমস্যাও নিৰাময় কৰে। দৈনন্দিন খাদ্যত আদা ৰাখিলে বহু ৰোগৰ পৰা আঁতৰি থাকিব পাৰি।

নেমুঃ নেমুত ভিটামিন চি থাকে, যিয়ে শৰীৰৰ প্ৰদাহ কমোৱাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। পেশীৰ বিষৰ পৰা উপশম পাবলৈ ঋতুস্ৰাৱৰ সময়ত নেমুৰ ৰস বা নেমুৰ পানী খাব পাৰে।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd