• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰতিদিনেই ব্ৰেকফাষ্টত পাওৰুটি খাই নেকি? জানক এইকেইটা ফলাফল…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 15, 2025 9:00 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাতিপুৱা যেতিয়া সন্তানক স্কুললৈ পঠিয়াব লাগে তেতিয়া আপোনাৰ স্বামী, নিজৰ বা পৰিয়ালৰ বাকীসকলৰ বাবে ব্ৰেকফাষ্ট প্ৰস্তুত কৰিবলৈ হাতত সময় নাথাকে। দ্ৰুতগতিত ব্ৰেকফাষ্ট বনাবলৈ আপুনি ব্ৰেডৰ ওপৰত নিৰ্ভৰ কৰি আছে নেকি! মাখনযুক্ত টোষ্টেই হওক বা চেণ্ডুইচেই হওক, এই আড়ম্বৰপূৰ্ণ ব্ৰেকফাষ্টৰ প্ৰতি যথেষ্ট অভ্যস্ত হৈ পৰিছে। এই ব্যঞ্জনবোৰ বহুতৰে দৈনন্দিন ব্ৰেকফাষ্টৰ নিয়মত পৰিণত হৈছে। কিন্তু সঁচাকৈয়ে প্ৰতিদিনে ব্ৰেকফাষ্টত ৰুটি খোৱাটো উচিতনে?

বিশেষজ্ঞসকলে কয় যে, আপুনি খাদ্য তালিকাত ৰুটি অন্তৰ্ভুক্ত কৰিব পাৰে, কিন্তু প্ৰতিদিনে নহয়। তেওঁলোকৰ পৰামৰ্শ হ’ল স্বাস্থ্যজনিত কাৰণত ৰুটি খোৱা কম কৰা। কিন্তু ঠিক কিয় এনে নিদান দিয়া হৈছে? তেওঁলোকে কয় যে প্ৰতিদিনে ৰুটি খালে এবিএছ বা অটো-ব্ৰুৱেৰী ​​চিনড্ৰম হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। এইটো এটা বিৰল অন্ত্ৰৰ ৰোগ যিয়ে আমাৰ পাচন প্ৰক্ৰিয়াত প্ৰভাৱ পেলায়। শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস কৰে। ইয়াৰ ফলত পেট ফুলা, বদহজম, তেজৰ চেনি বৃদ্ধি, শৰীৰত পুষ্টিকৰ উপাদানৰ অভাৱ, ওজন বৃদ্ধি আদি একাধিক সমস্যাৰ সৃষ্টি হ’ব পাৰে।

Apply Now

বিশেষজ্ঞসকলে দাবী কৰিছে যে যিহেতু ৰুটিত আটা, কাৰ্বহাইড্ৰেট, চেনিৰ মিশ্ৰণ থাকে, সেয়েহে ইয়াৰ দৈনিক খোৱাটো কেতিয়াও স্বাস্থ্যকৰ নহয়। পুষ্টিবিদসকলেও ৰুটি তৈয়াৰ কৰা পদ্ধতিক লৈ সন্দেহ প্ৰকাশ কৰিছে। তেওঁলোকৰ মতে ৰুটি বনোৱাৰ সময়ত ভেঁকুৰৰ সংক্ৰমণৰ সম্ভাৱনা থাকে। ফলত বহু ক্ষেত্ৰত ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ পাচন প্ৰক্ৰিয়াত পৰে। ইয়াৰ ফলত মূৰ ঘূৰোৱা আৰু টোপনি অহাও হ’ব পাৰে। ডাঃ মিকি মেহতাই নিজৰ ছ’চিয়েল মিডিয়া পেজত এটা সজাগতামূলক ভিডিঅ’ বাৰ্তা প্ৰেৰণ কৰি সাধাৰণ জনতাক এই বিষয়ত সজাগ কৰি তুলিছে। তাত তেওঁ এবিএছ চিণ্ড্ৰমৰ বিষয়ে বিতংভাৱে আলোচনা কৰে। এই সমস্যাৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে সেই বিষয়েও তেওঁ পৰামৰ্শ দিলে। ৰুটিৰ ক্ষতিকাৰক প্ৰভাৱৰ পৰা হাত সাৰিবলৈ তেওঁ ইছাবগোল নিয়মিতভাৱে সেৱন কৰাৰ পৰামৰ্শ দিছিল। ইছাবগোলৰ নিয়মিত ব্যৱহাৰে বদহজমৰ পৰা উপশম ঘটাব পাৰে আৰু অন্ত্ৰ সুস্থ কৰি ৰাখিব পাৰে। আপুনিও পাওৰুটিক খাদ্যৰ নিয়মীয়া অংশ হিচাপে লোৱাৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ বিবেচনা কৰিব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd