• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

ৰ’দত ওলালেই মূৰৰ বিষ হয় নেকি? তেন্তে জানি লওঁক এইকেইটা কথা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 21, 2023 4:44 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এইবাৰ এপ্ৰিল মাহতেই তীব্ৰ গৰমে জ্বলাকলা খুৱাইছে ৰাইজক। বতৰ বিজ্ঞান বিভাগৰ পূৰ্বাভাস অনুসৰি আগন্তুক দিনত এই তাপ আৰু অধিক বৃদ্ধি পাব। গৰম বৃদ্ধি হোৱাৰ লগে লগে বিভিন্ন সমস্যাই শৰীৰত আক্ৰমণ কৰিব।

অত্যধিক গৰম আৰু তীব্ৰ ৰ’দে মূৰৰ বিষৰ সমস্যা অধিক ভয়াৱহ কৰি তোলে। ঘৰতে থাকিলে কিছু পৰিমাণে এই সমস্যাৰ পৰা হাত সাৰিব পাৰি। কিন্তু যিসকলে প্ৰতিদিনে ৰ’দত ওলাই যাব লগা হয়, তেওঁলোকে মূৰৰ বিষৰ সমস্যাত অধিক কষ্ট পায়।

Apply Now

ইয়াৰ বাহিৰেও গৰমৰ বাবে টোপনিৰ অভাৱ, মানসিক চাপ বৃদ্ধি, শৰীৰত পানীৰ অভাৱ আদি কাৰণৰ বাবেই মূলতঃ মূৰৰ বিষ হয়। এই দৰে হোৱা মূৰৰ বিষৰ পৰা ঘৰুৱা উপায়েৰেও সকাহ পাব পাৰি। গতিকে জানো আহকচোন গৰমত কেনেদৰে মূৰৰ বিষৰ পৰা বাচি থাকিব পাৰি –

১) গ্ৰীষ্মকালত শৰীৰত পানীৰ পৰিমাণ কমি যায়। পানীৰ অভাৱত বিভিন্ন শাৰীৰিক সমস্যাই শৰীৰত বাহ সাজে। মূৰৰ বিষ এনেকুৱা এটা সমস্যা। গতিকে মূৰৰ বিষৰ পৰা হাত সাৰিবলৈ অধিক পানী খোৱাটো প্ৰয়োজনীয়। গোটেই দিনটোত ৮–১০ গিলাচ পানী খোৱাটো জৰুৰী। মূৰৰ বিষ আৰম্ভ হ’লে পানী সেৱন বৃদ্ধি কৰিব লাগে। ইয়াৰ ফলত বিষ কমিব।

২) মূৰৰ বিষ আৰম্ভ হোৱাৰ লগে লগে কামৰ পৰা বিৰতি লওক। পৰাপক্ষত চকু মুদি আন্ধাৰ কোঠা এটাত বহক। চকু দুটা মুদি আধা ঘণ্টা জিৰণি লওক। এই সময়ত মোবাইল বা টিভি নাচাব। ইয়াৰ ফলত বিষ আৰু বেছি হ’ব পাৰে।

৩) সুগন্ধি, ধূপ বা ৰুম ফ্ৰেছনাৰৰ প্ৰবল গোন্ধেও মূৰৰ বিষৰ সৃষ্টি কৰিব পাৰে। মূৰৰ বিষৰ সময়ত এনে প্ৰবল গোন্ধৰ পৰা আঁতৰি থাকক। লগতে এই সময়ত চাবোন, মইশ্ব’ৰাইজাৰ আদিৰ গোন্ধ পৰিহাৰ কৰিব লাগে। প্ৰয়োজন হ’লে যিকোনো আৱশ্যকীয় তেল ব্যৱহাৰ কৰিব পাৰে। আপুনি সকাহ পাব।

৪) সঘনাই হোৱা মূৰৰ বিষৰ পৰা হাত সাৰিবলৈ ফিটনেছ ট্ৰেইনাৰৰ পৰামৰ্শ লওক। ব্যায়ামৰ অভাৱৰ বাবে প্ৰায়ে এনে হয়। গতিকে সুস্থ হৈ থাকিবলৈ নিয়মীয়া ব্যায়ামৰ ওপৰত গুৰুত্ব দিব। ইয়াৰ উপৰিও মূৰৰ বিষৰ পৰা উপশম পাবলৈ কিছুমান বিশেষ ব্যায়াম আছে। ইয়াৰ উপৰিও দৈনিক ব্যায়ামে মূৰৰ বিষকে ধৰি বিভিন্ন শাৰীৰিক সমস্যাৰ পৰা উপশম ঘটায়।

৫) বহুতে মূৰৰ বিষ হ’লে চাহ বা কফিৰ ওপৰত নিৰ্ভৰ কৰে। বহুতে বিশ্বাস কৰে যে চাহ বা কফি খালে মূৰৰ বিষ ভাল হয়। আচলতে কফিত থকা কেফেইনে স্নায়ুক উদ্দীপিত কৰে, যাৰ ফলত বিষ কমোৱা যেন লাগে। সেই ধাৰণাটো ভুল। ইয়াৰ বিপৰীতে কেফেইনে মূৰৰ বিষ বঢ়াইহে তুলিব পাৰে। গতিকে মূৰৰ বিষৰ পৰা সোনকালে পৰিত্ৰাণ পাবলৈ কফিৰ পৰা আঁতৰি থাকক।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

October 15, 2026 8:11 pm
সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

October 15, 2026 7:40 pm
চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

October 15, 2026 6:20 pm
লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

October 15, 2026 5:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

October 15, 2026 8:11 pm
সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

October 15, 2026 7:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd