• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মেথিশাকৰ উপকাৰিতাৰ বিষয়ে জানেনে? যদি নাজানে জানো আহক

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
August 17, 2022 8:42 am
benefits of fenugreek
308
VIEWS
Share on FacebookShare on Twitter

আমি আমাৰ খাদ্য তালিকাত বিভিন্ন শাক-পাচলি ব্যৱহাৰ কৰাৰ উপৰি সুগন্ধি হ’বলৈ মচলাজাতীয় উদ্ভিদ বা বা আন খাদ্য সামগ্ৰী ব্যৱহাৰ কৰো। সকলো মানুহৰ বাবে এই মচলাবোৰ ৰুচিকৰ নহ’লেও বহু মানুহৰ বাবে মচলা নহ’লে খাদ্যবস্তু জুতি নালাগে।

অতীতৰে পৰা চলি অহা এই মচলাবোৰৰ মাজৰে এবিধ অতি উপকাৰী মচলা হ’ল মেথি। মেথি গুটিৰ ইংৰাজী নাম ফেনুগ্ৰীক। বৈজ্ঞানিক নাম ট্রাই গনেল ফ’নাম গ্ৰেচিকাম। ভাৰতবৰ্ষৰ সকলো মানুহেই মচলা খাই ভাল পায়।

মেথিৰ উপকাৰিতাৰ বিষয়ে জানো আহক:

মেথি গছ বনজাতীয় শাক। ডিম্বাকৃতিৰ সৰু সৰু পাত থাকে। পাতবোৰ দালিত দি খাব পাৰি। গুটিবোৰ হালধীয়া আৰু তিতা ভাব আছে৷

আকৃতিত সৰু মেথি গুটিবোৰৰ উপকাৰিতাও অধিক আছে বুলি গৱেষকসকলে পৰীক্ষা-নিৰীক্ষা কৰি তথ্য প্রকাশ কৰিছে।

গৱেষকসকলৰ মতে, মেথি গুটি খালে চুলিৰ সমস্যা দূৰ হয়। ডায়েবেটিছ ৰোগীয়ে পুৱা মেথি গুটি খালে ছুগাৰ হ্রাস হয়। ৰক্তহীনতাত ভোগাসকলৰ বাবেও উপকাৰী। ওজন কমাবলৈ পুৱা খালী পেটত মেথি গুটি চোবাই খালেও উপকাৰিতা পায়।

Also read : High Blood Pressure at Early Age: কম বয়সত উচ্চ ৰক্তচাপৰ কাৰণ কি জানেনে?

জ্বৰ বা অৰুচি হ’লেও মেথি গুটি খাব পাৰিলে আৰোগ্য লাভ কৰে। শ্বাস-প্ৰশ্বাসৰ অসুবিধাবোৰ, মুখত হোৱা ঘা, ডিঙিৰ বিষ, জ্বলন-পোৰণ, আঘাত আৰু টোপনি নাহিলে টোপনি অহা আদি অনেক ৰোগৰ মহৌষধ বুলি গৱেষকে কয়।

মাতৃ দুগ্ধ কম হ’লে মেথি খালে দুগ্ধ বেছি হয় বুলি কয়। মাহেকীয়াত হোৱা বিষ-বেদনা উপশম কৰে বুলি জনা যায়। ডিম্বাশয় ৰোগৰ বাবে মেথিৰ উপকাৰিতা আছে। হৃদযন্ত্ৰৰ হ’বলগীয়া বিভিন্ন সমস্যা ৰোধ কৰাত মেথি গুটিৰ শক্তি আছে বুলি প্রমাণ পাইছে।

মেথি শাক মানুহে আঞ্জা বনাই নতুবা গুটি চোবাই খাবও পাৰে। উপকাৰিতা যিমান আছে মেথি গুটি খোৱাৰ পাৰ্শ্বক্রিয়াও অনেক আছে বুলি জনা যায়। মেথিৰ লগত ৰাহি যোৰা নহাসকলৰ ডায়েৰীয়া হ’ব পাৰে।

পেটত গেছ হৈ পেট বিষাব পাৰে। এলাৰ্জী বা মুখমণ্ডল ফুলিবও পাৰে। কাহ বা ফোঁচফোচনি হ’ব পাৰে। পেচাবৰ গোন্ধ ওলাব পাৰে নতুবা ব্লাড প্ৰেছাৰ কম থকাসকলৰ একেবাৰে কমি যাব পাৰে।

সেইবাবে খাওঁতাসকলে কমকৈ খালে এনেধৰণৰ পাৰ্শ্বক্রিয়াৰ পৰা মুক্ত হ’ব পাৰে বুলি গৱেষকসকলে মত প্রকাশ কৰিছে।

মেথি গুটি আৰু পাতত থকা উপাদানসমূহ হ’ল:

আয়ৰণ, পটাছিয়াম, কেলচিয়াম, ছেলেনিয়াম, কপাৰ, জিংক, মেংগানিজ আৰু মেগনেছিয়াম। তদুপৰি ইয়াত থিয়ামিন, ফলিক এচিড, ৰাইব’ফ্লডিন প্রি’ডক্সিন, নিয়াচিন আৰু ভিটামিন এ আৰু ভিটামিন চি আছে। পাতত ভিটামিন আৰু লৱণসমূহ বেছিকৈ থকা বাবে শৰীৰটোৱে সোনকালে শোষণ কৰিব পাৰে।

Also read : Snoring nose: নাকৰ শব্দত দুৰ্বিষহ জীৱন কটাইছে নেকি আপুনি? জানো আহক নাকৰ শব্দ কেনেকৈ ৰোধ কৰিব

Recent News

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd