DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 23, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গাড়ীৰ ভিতৰতে জীৱন-যাপন কৰিছে COVID-19ৰ কৰ্তব্যত নিয়োজিত এগৰাকী চিকিৎসকে

এন ই নাও নিউজ by এন ই নাও নিউজ
April 9, 2020 5:47 pm
asha_9420_sachincar new

নিজৰ গাড়ীৰ ভিতৰতে জীৱন যাপন কৰিছে কৰ'না ভাইৰাছৰ চিকিৎসাত নিয়োজিত ভূপালৰ চিকিৎসক ড০ শচীন নায়কে।

4.9k
VIEWS
Share on FacebookShare on Twitter

ভাৰততো বৰ্তমান Covid-19ৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ লগতে ইয়াৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে সংশ্লিষ্ট লোকসকলৰ তৎপৰতা স্বাভাৱিকতে বৃদ্ধি পাইছে।

চিকিৎসা বৃত্তিৰ সৈতে জড়িত এচাম নিষ্ঠাৱান তথা কৰ্তব্যপৰায়ন লোকে আনকি ঘৰ-পৰিয়ালৰ পৰা আঁতৰি দেশৰ এই জৰুৰীকালীন স্বাস্থ্য সংকটৰ সময়ত নিজকে উজাৰি দিছে।

ভূপালৰ জে পি হাস্পাতলত নিযুক্ত চিকিৎসক ড০ শচীন নায়কে বিগত কিছুদিন ধৰি তেওঁৰ সৰু গাড়ীখনতে (কাৰ) বাস কৰিবলৈ লৈছে।

বাতৰি অনুসৰি, চিকিৎসকগৰাকীয়ে এই পন্থা অৱলম্বন কৰিছে যাতে ভাইৰাছটো কোনো কাৰণতে তেওঁৰ পৰিয়ালৰ লোকলৈ সংক্ৰমিত হ’ব নোৱাৰে।

ড০ নায়কে হাস্পাতলখনৰ কৰ’না ভাইৰাছ সংক্ৰমিত লোকসকলৰ মাজত চিকিৎসা সেৱা প্ৰদান কৰি আছে।

তেওঁ নিজৰ কৰ্তব্য শেষ হোৱাৰ পাছত তেওঁ হাস্পাতলৰ ওচৰতে পাৰ্কিং কৰি থোৱা নিজৰ গাড়ীখনলৈ যায় আৰু তাতেই  নিশা কটায়।

তেওঁৰ গাড়ীখনৰ ভিতৰত ড০ নায়কে নিত্য ব্যৱহাৰ্য সামগ্ৰী আৰু গ্ৰ্ন্থ মজুত কৰি ৰাখিছে।

বাতৰি অনুসৰি, কৰ্তৃপক্ষই চিকিৎসক আৰু প্ৰথম শাৰীৰ কৰ্মীসকলৰ থকাৰ বাবে হোটেলত বন্দোৱস্ত কৰিছে যদিও চৌহদবোৰ ছেনিটাইছড কৰা নোহোৱাৰ বাবে আৱন্টন দিয়াত বিলম্ব ঘটে।

ড০ নায়ক আৰু আন কৰ্মীসকলে দুই এদিনৰ ভিতৰতে এই বাসস্থানসমূহলৈ যাব পাৰিব বুলি আশা কৰা হৈছে।

Tags: COVID-19

Recent News

Lizard in cold drink in McDonald’s outlet

শীতল পানীয়ৰ গিলাচত ওলাল জেঠী: পৌৰ নিগমে ছীল কৰিলে বিলাসী মেকড’নাল্ডছৰ বিপনী

ডিমা হাচাওৰ জলপ্ৰলয় মানৱ সৃষ্ট: মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখিলে প্ৰাক্তন বিধায়কে

ডিমা হাচাওৰ জলপ্ৰলয় মানৱ সৃষ্ট: মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখিলে প্ৰাক্তন বিধায়কে

অসমত ধাবা ব্যৱসায়ৰ বাটকটীয়া সমাজকৰ্মী জৰ্জ বৰদলৈৰ মৃত্যুত শোকৰ ছাঁ

অসমত ধাবা ব্যৱসায়ৰ বাটকটীয়া সমাজকৰ্মী জৰ্জ বৰদলৈৰ মৃত্যুত শোকৰ ছাঁ

Russia-Ukraine war

যুদ্ধ অপৰাধৰ বিচাৰত ৰুছ সৈন্যক যাৱজ্জীৱন কাৰাদণ্ড বিহিলে ইউক্ৰেইনৰ আদালতে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd