• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ক’ৰ’ণাতে শেষ নহয়, আহি আছে ক’ৰ’ণাতকৈয়ো মাৰাত্মক ‘ডিজিজ এক্স’,কোন বিজ্ঞানীয়ে দিলে এই বাৰ্তা?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 6, 2021 3:20 pm

1 min read

Virus
262
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’ণা ভাইৰাছেই শেষ অতিমাৰী নহয়, ক’ৰ’ণাৰ ভেকচিন ওলোৱাৰ পিছতো বিশ্বাবাসীক আন এক অতিমাৰীয়ে আক্ৰান্ত কৰিব।

এই অতিমাৰীৰ ধ্বংসলীলা ক’ৰ’ণাতকৈও বেছি হ’ব।

নতুন ৰোগ বিধক ‘ডিজিজ এক্স’ নামেৰে নামকৰণ কৰিছে এজন বিজ্ঞানীয়ে।

নতুন ধৰণৰ ৰোগ বিধৰ প্ৰাদুৰ্ভাৱৰ কথা প্ৰকাশ কৰি বিশ্ববাসীক সচেতন কৰি দিছে ইবোলা ভাইৰাছৰ আৱিষ্কাৰক  জাঁ জাক মুয়েম্বেই।

বিজ্ঞানীগৰাকীয়ে প্ৰকাশ কৰা মতে কংগোৰ এখন চিকিৎসালয়ত এগৰাকী জ্বৰত ভোগা মহিলাৰ চিকিৎসা কৰিবলৈ গৈ চিকিৎসকে প্ৰথমে ‘ডিজিজ এক্স’ নামৰ ৰোগ বিধৰ উপস্থিতিৰ কথা ধৰা পেলায়।

এই ৰোগৰো এটা প্ৰধান লক্ষণ জ্বৰ। সৌসিদিনা ইবোলাই আফ্ৰিকাৰ দেশ সমূহত ত্ৰাসৰ সৃষ্টি কৰিছিল।

নতুন ৰোগ বিধ ইবোলাতকৈও  অধিক ভয়ংকৰ হোৱাৰ আশংকা ব্যক্ত কৰিছে ১৯৭৬ চনত ইবোলা ভাইৰাছ প্ৰথমে চিনাক্ত কৰা বিজ্ঞানী জাঁ জাক মুয়েম্বেই।

তেওঁৰ মতে আফ্ৰিকাৰ ঘন অৰণ্যতেই এই নতুন ৰোগ বিধৰ ভাইৰাছৰ উৎপত্তি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

যদি এই ভাইৰাছবিধ বিশ্বৰ আন ঠাইলৈকেও বিয়পি পৰে তেন্তে পৰিস্থিতি ক’ৰ’ণাই সৃষ্টি কৰা পৰিস্থিতিতকৈও বেছি ভয়াৱহ হোৱাৰ আশংকা আছে।

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ত অখিল গগৈৰ মুক্তিৰ দাবীত ছাত্ৰ মুক্তিৰ ১২ ঘণ্টীয়া অনশন

গুৱাহাটী বিশ্ববিদ্যালয়ত অখিল গগৈৰ মুক্তিৰ দাবীত ছাত্ৰ মুক্তিৰ ১২ ঘণ্টীয়া অনশন

অৱশেষত মুকলি হ’ল ফৌজি মোবাইল গেইম; গুগল প্লে ষ্টোৰত উপলব্ধ

অৱশেষত মুকলি হ’ল ফৌজি মোবাইল গেইম; গুগল প্লে ষ্টোৰত উপলব্ধ

কৃষকৰ উপদ্ৰৱৰ বাবেই দিল্লী-এন চি আৰ সীমান্তত ইণ্টাৰনেট সেৱা কৰ্তন কেন্দ্ৰীয় চৰকাৰৰ

কৃষকৰ উপদ্ৰৱৰ বাবেই দিল্লী-এন চি আৰ সীমান্তত ইণ্টাৰনেট সেৱা কৰ্তন কেন্দ্ৰীয় চৰকাৰৰ

কথাশিল্পী ইমৰাণ শ্বাহলৈ পদ্মশ্ৰী সন্মান, শিৱসাগৰত আনন্দৰ বন্যা

কথাশিল্পী ইমৰাণ শ্বাহলৈ পদ্মশ্ৰী সন্মান, শিৱসাগৰত আনন্দৰ বন্যা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd